Back To Book Content 

  অনুশীলনীঃ 4(A)

 1.1. বিভাজ্যতাৰ নিয়ম ব্যৱহাৰ কৰি তলত দিয়াবোৰ বিভাজ্য হয় নে নহয় নিণয় কৰাঃ






উত্তৰঃ



2. বিভাজ্যতাৰ নিয়ম ব্যৱহাৰ কৰি কোনবোৰ 2 ৰে, 4 ৰে, আৰু 8 ৰে বিভাজ্য নিণয় কৰাঃ


a) 100

b) 328

c) 523

d) 572

e) 730

f) 5500

g) 12150

h) 14560

i) 726352

j) 7145

k) 6000

l) 21084


উত্তৰঃ 

a) 100

= 100 সংখ্যাটো 2, আৰু 4 বিভাজ্য কিন্তু 8 ৰে অবিভাজ্য।

b) 328

= 328 সংখ্যাটো 2 ,4 আৰু 8 ৰে  বিভাজ্য।

c) 523

উত্তৰঃ 523 সংখ্যাটো 2, 4 আৰু 8 অবিভাজ্য।

d) 572

উত্তৰঃ 572 সংখ্যাটো 2 আৰু 4 বিভাজ্য কিন্তু 8 ৰে অবিভাজ্য।

e) 730 

উত্তৰঃ 730 সংখ্যাটো 2 আৰু 4 ৰে বিভাজ্য কিন্তু 8 ৰে অবিভাজ্য।

f) 5500

উত্তৰঃ 5500 সংখ্যাটো 2 আৰু 4 ৰে বিভাজ্য কিন্তু 8 ৰে অবিভাজ্য।

g) 12150

উত্তৰঃ 12150 সংখ্যাটো 2 আৰু 4 ৰে বিভাজ্য কিন্তু 8 ৰে অবিভাজ্য।

h) 14560

উত্তৰঃ 14560 সংখ্যাটো 2 , 4 আৰু 8 ৰে বিভাজ্য।

i) 726352

উত্তৰঃ 726352 সংখ্যাটো 2, 4 আৰু 8 ৰে বিভাজ্য।

j) 7145

উত্তৰঃ 7145 সংখ্যাটো 2, 4 আৰু 8 ৰে অবিভাজ্য।

k) 6000

উত্তৰঃ 6000 সংখ্যাটো 2, 4 আৰু 8 ৰে বিভাজ্য।

l) 21084

উত্তৰঃ 21084 সংখ্যাটো 2 আৰু 4 বিভাজ্য কিন্তু 8 ৰে অবিভাজ্য।

a) 

3. কোনবোৰ 6 ৰে বিভাজ্য নিণয় কৰাঃ

a) 38

b) 726

c) 6245

d) 4338

e) 901352

f) 297144

উত্তৰঃ

a) 38

38 সংখ্যাটো 6 ৰে বিভাজ্যা নহয়।

b) 726

726 সংখ্যাটো 6 ৰো বিভাজ্যা।

c) 6245

6245 সংখ্যাটো 6 ৰে বিভাজ্যা নহয়।

d) 4338

4338 সংখাটো 6 ৰে বিভাজ্য।

e) 901352

901352 সংখ্যাটো 6 ৰে বিভাজ্য নহয়।

e) 297144

297144 সংখাটো 6 ৰে বিভাজ্য।


4. কোনবোৰ 11 ৰে বিভাজ্য নিণয় কৰাঃ

a) 121

b) 273

c) 627

d) 5445

e) 7138965

f) 10000001

উত্তৰঃ

a) 121

121 সংখাটো 11 ৰে বিভাজ্য ।

b) 273 

273 সংখাটো 11 ৰে বিভাজ্য নহয়।

c) 627

627 সংখাটো 11 ৰে বিভাজ্য নহয়।

d) 5445

5445 সংখাটো 11 ৰে বিভাজ্য নহয়।

e) 7138965

7138965 সংখাটো 11 ৰে বিভাজ্য।

f) 10000001 

10000001 সংখাটো 11 ৰে বিভাজ্য নহয়।


4. 7 ৰে আৰু 13 ৰে বিভাজ্যতা পৰীক্ষা কৰাঃ

a) 1295

b) 14833

c) 325724683

d) 2040831

উত্তৰ ঃ

a) 1295

1295 সংখাটো 7 আৰু 13 ৰে বিভাজ্য।

b) 14833

14833 সংখাটো 7 আৰু 13 ৰে বিভাজ্য।

c) 325724683

325724683 সংখাটো 7 আৰু 13 ৰে বিভাজ্য নহয়।

d) 2040831

2040831 সংখাটো 7 আৰু 13 বিভাজ্য নহয়।

6.100 ৰ পৰা 200 লৈ সংখ্যাবোৰৰ 5 ৰে আৰু 10 ৰে বিভাজ্য সংখাবোৰৰ তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ 100 ৰ পৰা 200 লৈ 

5 ৰে বিভাজ্য সংখ্যাবোৰ হৈছে-

100, 115, 120, 125, 130, 135, 140, 145, 150, 155, 160, 165, 170, 175, 180, 195 আৰু 200

10 ৰে বিভাজ্য সংখ্যাবোৰ হৈছে-

115, 125, 135, 145, 155, 165, 175 আৰু 195


7. খালী ঠাইত এনে এটা অংক বহুৱা যাতে সংখ্যাটো 3 ৰে বিভাজ্য হয়।

a) 1 2 _

b) 1 0 _ 3

c) 7 3 _ 5 _ 2

d) 1 2 3 4 _

e) _ 6 7 2 4 

উত্তৰঃ

a) 1 2 0

b) 1 0 2 3

c) 7 3 0 5 1 2

d) 1 2 3 4 2

e) 2 6 7 2 4


8. খালী ঠাইত এনে এটা অংক বহুৱা যাতে সংখ্যাটো 11 ৰে বিভাজ্য হয়।

a) 9 2 _ 1

b) 1 _ 6 7

c) 8 4 9 _ 8 4

d) 1 2 9 2 4 _ 2

উত্তৰঃ

a) 9 2 8 1

b) 1 2 6 7

c) 8 4 9 4 8 4

d) 1 2 9 2 4 0  2


9. খালী ঠাইত কি কি অংক বহুৱালে সংখ্যাটো 6 ৰে বিভাজ্য হব।

a) 4 2 3 _

b) 6 7 3 _ 

c) 2 3 6 5 _

d) 9 0 7 2 _

উত্তৰঃ

a) 4 2 3 0

b) 6 7 3 2

c) 2 3 6 5 2

d) 9 0 7 2 0


10. 9 ৰে বিভাজ্য হবলৈ তলত দিয়া সংখ্যাবোৰৰ- চিনত সবনিম্ন অংক আৰু সবোচ্চ অংক কি হবঃ

a) _ 6 7 2 4

b) 4 7 6 5 _ 2

c) 3 1 5 _ 7 2

d) 9 0 7 2 _

উত্তৰঃ

a) 8 6 7 2 4

b) 4 7 6 5 3 2

c) 3 1 5 9 7 2

d) 9 0 7 0 9


11. সত্য নে অসত্য লিখা (সত্য হলে T আৰু অসত্য হলে F লিখিবা)

a) 3 আৰু 5 ৰে বিভাজ্য সংখ্যাবোৰ 15 ৰেও বিভাজ্য।

b) 4 ৰে বিভাজ্যবোৰ 8 ৰেও বিভাজ্য।

c) 8 ৰে বিভাজ্যবোৰ 4 ৰেও বিভাজ্য।

d) 3 আৰু 6 ৰে বিভাজ্যবোৰ 9 ৰেও বিভাজ্য।

e) 7 ৰে দুবাৰ বিভাজ্য হলে সংখ্যাটো 49 ৰেও বিভাজ্য হব।

উত্তৰঃ

a) T

b) T

c) T

d) T

e) F


12. দেখুৱা যে ক্ৰমিক সংখ্যাৰ পূৰণফল সদায় 2 ৰে বিভাজ্য। কাৰণ কি?(সংকেত- 5 X 6 =30, 2 ৰে বিভাজ্য)

উত্তৰঃ ধৰা হল,

         এটা ক্ৰমিক সংখ্যা ,=X 

   আনটো ক্ৰমিক সংখ্যা = X+1

ধৰা হল,

X= 8

প্ৰশ্নমতে,

= (X) (X+1)/2

= (8) (8+1)/2

= (8) (9)/2

= 72/2

= 36

কাৰণ, সদায় যুগ্ম আৰু অযুগ্ম সংখ্যাৰ পূৰণফল 2 ৰে বিভাজ্য।


13. দেখুৱা যে তিনিতা ক্ৰমিক সংখ্যাৰ পূৰণফল সদায় 6 ৰে বিভাজ্য। কাৰণ কি?

উত্তৰঃ ধৰা হল,

           এটা ক্ৰমিক সংখ্যা = X

     আনটো ক্ৰমিক সংখ্যা = X+1

     আনটো ক্ৰমিক সংখ্যা = X+2

    ধৰা  হল,

    X= 1

    প্ৰশ্নমতে,

 = (X) (X+1) (X+2)/6

= (1) (1+1) (1+2)/6

= (1) (2) (3)/6

= 6/6

= 1

কাৰণ, সদায় এটা যুগ্ম আৰু দুটা অযুগ্ম সংখ্যাৰ পূৰণফল 6 ৰে বিভাজ্য।


14. যদি a আৰু b সংখ্যা দুটা c ৰে বিভাজ্য, তেন্তে দেখুৱা যে (a+b) আৰু (a-b) ক c ৰে বিভাজ্য হব।

উত্তৰঃ ধৰা হল, 

a = 9

b = 6

c = 3

প্ৰশ্নমতে,

  a/c                    b/c

= 9/3               =   6/3

= 3                  =  2

প্ৰশ্নমতে,

  (a+b)/c           (a-b)/c

=(9+6)/3       = (9-6)/3

=(15)/3         = (3)/3

= 5                = 1


15. 1910213 সংখ্যাটো 29 ৰে বিভাজ্য নে পৰীক্ষা কৰা।

উত্তৰঃ 




ஃ 191023 সংখ্যাটো 29 ৰে বিভাজ্য ,

   কাৰণ, 191023 ক 29 ৰে হৰণ কৰোটে ভাগশেষ 0 হয়।

16. 203034 সংখ্যাটো 71 ৰে বিভাজ্য নে পৰীক্ষা কৰা।

উত্তৰঃ 



ஃ 203034  সংখ্যাটো 71 ৰে বিভাজ্য নহয় ।

   কাৰণ, 203034 ক 71 ৰে হৰণ কৰোটে ভাগশেষ 45 হয়।

17. 2 X 2 X 3 X 7 সংখ্যাটো কি কি সংখ্যাৰে বিভাজ্য?

উত্তৰঃ 2 X 2 X 3 X 7 = 84

84 সংখ্যাটো 2,3,4,আৰু 6 ৰে বিভাজ্য হব। 



Post Id: DABP003776