অনুশীলনী-2(B)
1. আখৰেৰে লিখা (আন্তজাতিক একক পদ্ধতিত)-
i)252,080,513
ii)32,902,507
iii)90,909,099
iv)9,099,999
v)123,907,972
উত্তৰঃ i) দুশ ৱাৱন্ন মিলিয়ন, আশি হাজাৰ ,পাচঁশ তেৰ
ii) বত্ৰিশ মিলিয়ন, নশ দুই হাজাৰ, পাঁচশ সাত
iii) নব্ৱৈ মিলিয়ন, নশ ন হাজাৰ, নিৰান্নৱৈ
iv) ন মিলিয়ন, নিৰানব্বৈ হাজাৰ, নশ নিৰানব্বৈ
v) এশ তেইশ মিলিয়ন, নশ সাত হাজাৰ, নশ বাসত্তৈ
2. অংকৰে লিখা-(আন্তৰ্জাতিক একক পদ্ধতিত)
i)সাতশ পোন্ধৰ মিলিয়ন, সাত হাজাৰ ষোল্ল।
ii)দহ মিলিয়ন, নব্বৈ হাজাৰ, সোতৰ।
iii)ছয়শ পঁয়ত্ৰিছ মিলিয়ন, পাঁচশ ঊনাশী হাজাৰ দুশ তিনি।
iv)তেৱন্ন মিলিয়ন ষোল্ল।
v)সাত মিলিয়ন সাত শ
উত্তৰঃ i)715,716
ii)10,090,17
iii)635,579,203
iv)53,000,16
v)007,000,700
2.
Post Id: DABP003774
0 Comments