আদি মানৱ সমাজ
Chapter 1
১। কিমান চনত খ্ৰীঃ ৰ্চালচ ডাৰউইনৰ প্ৰজাতিৰ মূল (Origin of Species নামৰ পুথিখন দিয়া হৈছিল ?
উত্তৰঃ ২৪ নবেম্বৰ ১৮৫৯ চনত ।
২। (Origin of Species নামৰ পুথিখন কিনাম খন বিক্ৰি হৈছিল ?
উত্তৰঃ ১.২৫০ খন পুথি ।
৩। বন বিশ্ববিদ্যালয় দেহতত্ত্ব (Anatomy) বিভাগৰ অধ্যপক কাৰ ওচৰলৈ পঠিয়াই দিছিল ?
উত্তৰঃ হাৰ্মান ছাফাউচেন ।
৪। হ'মিনিডৰ বৈশিষ্ট্য পূৰ্ণ লক্ষণবোৰ হ'ল ।
উত্তৰঃ ডাঙৰ আকাৰ ।
৫। প্ৰকাৰান্তৰে , বিজ্ঞানী সকলে ব্যৱহাৰ কৰা সকলো প্ৰাণী প্ৰজাতিৰ নাম কি ভাষা লোৱা যায় ?
উত্তৰঃ লেটিন আৰু গ্ৰীক্ ।
৬ । কালক্ৰমত,ক্ৰমৰ্ধমন আহিলা নিৰ্মাণ কাৰ্যআৰু দীৰ্ঘদূৰত্বৰ পদচালনা কিহৰ ফলত বিভিন্ন মানৱ - লক্ষণৰ বিকাশ হৈছিল ?
উত্তৰঃ প্ৰব্ৰজলৰ ফলত ।
৭। প্ৰাচীন মানবৰ অস্তিত্বক কি বিভক্ত কৰা হয় ?
উত্তৰঃ কেইবাটাও ভাগৰ ।
৮। হ ম (Homo) হ ল এটা লেটিন শব্দ যাৰ অৰ্থ হল ?
উত্তৰঃ পুৰুষ ।
৯। আধুনিক মানৱ উৎপত্তিৰ মূল স্থান নিৰ্ণয়ৰ বিষয়টো অতি কি হয় আৰু এই ক্ষেত্ৰত কেই সম্পকৰ ?
উত্তৰঃ বিতৰ্কিত আৰু ২ সম্পকৰ ।
১০। আৰ্হিমত অনুসৰি আকৌ কেৱল আফ্ৰিকা মহাদেশকেই একক কি স্থান বুলি কৰে ?
উত্তৰঃ মূলস্থাল বুলি বিশ্বাস কৰে ।
১১। সমৰ্থৰ প্ৰধান যুক্তি কেইটা ?
উত্তৰঃ সমৰ্থৰ প্ৰধান যুক্তিৰ তিনিটা ।
১২। চিকাৰ শব্দৰটো সাম্প্ৰতিক কালত পণ্ডিতসকলৰ মাজত খুব কি বিষয় হৈ পৰিছে ?
উত্তৰঃ আলোচ্য বিষয় হৈ পৰিছে ।
১৩। ইউৰোপৰ কিছুমান স্থানৰ প্ৰায় কিমান বছৰ পূৰ্বে আদিম মানৱৰ পৰ কিল্পিত চিকাৰৰ তথ্য - প্ৰমাণ পোৱা গৈছে ?
উত্তৰঃ ৩৫,০০০ বছৰ ।
১৪। সুবিধা জনক স্থানত তেওঁলোকে বৃহৎ সংখ্যাত কি কৰিছিল ?
উত্তৰঃ বৃহৎ সংখ্যাৰ চিকাৰ কৰিছিল ।
১৫। কিমান বছৰ মানৱ আগতে পৰা আদিম মানৱে গুহা আৰু মুকলি স্থানত বাসস্থান পাতিবলৈ ধৰিছিল ?
উত্তৰঃ ৪০০,০০০-১২৫,০০০ বছৰ ।
১৬। মানৱ সৃষ্ট কৰা শব্দ অৰ্থ কি ?
উত্তৰঃ মানুহে সৃষ্টি কৰা বস্তু ।
১৭। প্ৰাচিল কেইটা আছিল ?
উত্তৰঃ ২ টা আছিল ।
১৮। প্ৰায় কিমান বছৰ আগতে প্ৰথমে শেল আৰু ধনু-কাঁড়ৰ ব্যৱহাৰ আৰাম্ভ হয় ?
উত্তৰঃ ৩৫০০০ বছৰ ।
১৯। তৃতীয়তে প্ৰায় কিমান বছৰ আগয়ে ভাষা আৰু কলা প্ৰায় সময়তেই বিকাশিত হৈছিল ?
উত্তৰঃ ৪০,০০০ আৰু ৩৫,০০০ বছৰ ।
২০। আৱিস্কৃত এই আহিলাবোৰ কিমা বছৰ পুৰণি ?
উত্তৰঃ ৭০০,০০০-৫০০,০০০ বছৰ ।
Type By- Dikshita Konwar
Edit By- Mandira Saha
Post ID: DABP004294
0 Comments