আদি মানৱ সমাজ

 Chapter 1

১। কিমান চনত খ্ৰীঃ ৰ্চালচ ডাৰউইনৰ প্ৰজাতিৰ মূল (Origin of Species  নামৰ পুথিখন দিয়া হৈছিল ?

উত্তৰঃ ২৪ নবেম্বৰ ১৮৫৯ চনত ।


২। (Origin of Species নামৰ পুথিখন কিনাম খন বিক্ৰি হৈছিল ?

উত্তৰঃ  ১.২৫০ খন পুথি ।


৩। বন বিশ্ববিদ্যালয় দেহতত্ত্ব (Anatomy) বিভাগৰ অধ্যপক কাৰ ওচৰলৈ পঠিয়াই দিছিল ?

উত্তৰঃ হাৰ্মান ছাফাউচেন ।


৪। হ'মিনিডৰ বৈশিষ্ট্য পূৰ্ণ লক্ষণবোৰ হ'ল । 

উত্তৰঃ ডাঙৰ আকাৰ ।


৫। প্ৰকাৰান্তৰে , বিজ্ঞানী সকলে ব্যৱহাৰ কৰা সকলো প্ৰাণী প্ৰজাতিৰ নাম কি ভাষা লোৱা যায়  ?

উত্তৰঃ লেটিন আৰু গ্ৰীক্ ।


৬ । কালক্ৰমত,ক্ৰমৰ্ধমন আহিলা নিৰ্মাণ কাৰ্যআৰু দীৰ্ঘদূৰত্বৰ পদচালনা কিহৰ ফলত বিভিন্ন মানৱ - লক্ষণৰ বিকাশ হৈছিল ?

উত্তৰঃ প্ৰব্ৰজলৰ ফলত ।


৭। প্ৰাচীন মানবৰ অস্তিত্বক কি বিভক্ত কৰা হয় ?

উত্তৰঃ কেইবাটাও ভাগৰ ।


৮। হ ম (Homo) হ ল এটা লেটিন শব্দ যাৰ অৰ্থ হল  ?

উত্তৰঃ পুৰুষ ।


৯। আধুনিক মানৱ উৎপত্তিৰ মূল স্থান নিৰ্ণয়ৰ বিষয়টো অতি কি হয় আৰু এই ক্ষেত্ৰত কেই সম্পকৰ ?

উত্তৰঃ বিতৰ্কিত আৰু ২ সম্পকৰ ।


১০। আৰ্হিমত অনুসৰি আকৌ কেৱল আফ্ৰিকা মহাদেশকেই একক কি স্থান বুলি কৰে  ?

উত্তৰঃ মূলস্থাল বুলি বিশ্বাস কৰে ।


১১। সমৰ্থৰ প্ৰধান যুক্তি কেইটা ?

উত্তৰঃ সমৰ্থৰ প্ৰধান যুক্তিৰ তিনিটা ।


১২। চিকাৰ শব্দৰটো সাম্প্ৰতিক কালত পণ্ডিতসকলৰ মাজত খুব কি বিষয় হৈ পৰিছে ?

উত্তৰঃ আলোচ্য বিষয় হৈ পৰিছে ।


১৩। ইউৰোপৰ কিছুমান স্থানৰ প্ৰায় কিমান বছৰ পূৰ্বে  আদিম মানৱৰ পৰ কিল্পিত চিকাৰৰ তথ্য - প্ৰমাণ পোৱা গৈছে ?

উত্তৰঃ ৩৫,০০০ বছৰ ।


১৪। সুবিধা জনক স্থানত তেওঁলোকে  বৃহৎ সংখ্যাত কি কৰিছিল ?

উত্তৰঃ  বৃহৎ সংখ্যাৰ চিকাৰ কৰিছিল ।


১৫। কিমান বছৰ মানৱ আগতে পৰা আদিম মানৱে গুহা আৰু মুকলি স্থানত বাসস্থান পাতিবলৈ ধৰিছিল ?

উত্তৰঃ ৪০০,০০০-১২৫,০০০ বছৰ ।


১৬। মানৱ সৃষ্ট কৰা শব্দ অৰ্থ কি ?

উত্তৰঃ মানুহে সৃষ্টি কৰা বস্তু ।


১৭। প্ৰাচিল কেইটা আছিল ?

উত্তৰঃ ২ টা আছিল ।


১৮। প্ৰায় কিমান বছৰ আগতে প্ৰথমে শেল আৰু ধনু-কাঁড়ৰ ব্যৱহাৰ আৰাম্ভ হয় ?

উত্তৰঃ ৩৫০০০ বছৰ ।


১৯। তৃতীয়তে প্ৰায় কিমান বছৰ আগয়ে ভাষা আৰু কলা প্ৰায় সময়তেই বিকাশিত হৈছিল ? 

উত্তৰঃ ৪০,০০০ আৰু ৩৫,০০০ বছৰ ।


২০। আৱিস্কৃত এই আহিলাবোৰ কিমা বছৰ পুৰণি ?

উত্তৰঃ ৭০০,০০০-৫০০,০০০ বছৰ ।


Type By- Dikshita Konwar

Edit By- Mandira Saha




Post ID: DABP004294