বহাগ বিহুৰ পৰম্পৰা 

গোট-২পাঠ ৩ 

১। বহাগ বিহুৰ পৰম্পৰা গদ্য়টো কোনে ৰচনা কৰিছে ?

উত্তৰঃ বহাগ বিহুৰ পৰম্পৰা গদ্য়টো  ০ প্ৰফুল্লদও গোস্বামীয়ে ৰচনা কৰিছে ।

২। ০ প্ৰফুল্লদও গোস্বামী কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ ০ প্ৰফুল্লদও গোস্বামী ১৯১৯ চনত জন্ম হৈছিল ।

৩। ০ প্ৰফুল্লদও গোস্বামী ১৯১৯ চনৰ কি মাহত জন্ম হৈছিল ?

উত্তৰঃ ০ প্ৰফুল্লদও গোস্বামী ১৯১৯ চনৰ ১৮ মাৰ্চত জন্ম হৈছিল ।

৪। ০ প্ৰফুল্লদও গোস্বামী ১৯১৯ চনৰ কোন ঠাইত জন্ম হৈছিল ?

উত্তৰঃ ০ প্ৰফুল্লদও গোস্বামী ১৯১৯ চনৰ দক্ষিণ কামৰূপৰ নহিবা সত্ৰত জন্ম হৈছিল ।

৫। ০ প্ৰফুল্লদও গোস্বামী কি আছিল ?

উত্তৰঃ ০ প্ৰফুল্লদও গোস্বামী একাধাৰে শিক্ষাবিদ, লোক-সংস্কৃতিবিদ, ঔপন্য়াসিক, সমালোচক, ভ্ৰমণ সাহিত্য় ৰচয়িতা, জীৱনীকাৰ আৰু সম্পাগক আছিল ।

৬। ০ প্ৰফুল্লদও গোস্বামী পিতৃ নাম কি আছিল ?

উত্তৰঃ ০ প্ৰফুল্লদও গোস্বামী পিতৃ নাম হ'ল সিংহদত্ত দেৱ ।

৭। ০ প্ৰফুল্লদও গোস্বামী পিতৃ কি আছিল ?

উত্তৰঃ ০ প্ৰফুল্লদও গোস্বামী পিতৃ এজন বিশিষ্ট কবি আছিল ।

৮। ০ প্ৰফুল্লদও গোস্বামীয়ে কিমান চনত কটন কলেজৰ পৰা ইংৰাজী সন্মানসহ স্নাতক ডিগ্ৰী লৈয় ? 

উত্তৰঃ ০ প্ৰফুল্লদও গোস্বামীয়ে ১৯৪০ চনত কটন কলেজৰ পৰা ইংৰাজী সন্মানসহ স্নাতক ডিগ্ৰী লৈয় ।

৯। অপৰিহাৰ্য শব্দৰ অৰ্থ কি ?

উত্তৰঃ অপৰিহাৰ্য শব্দৰ অৰ্থ হ'ল যাক পৰিহাৰ কৰিব নোৱাৰি ।

১০। নওৰোজ শব্দৰ অৰ্থ কি ?

উত্তৰঃ নওৰোজ শব্দৰ অৰ্থ হ'ল নৱৱৰ্ষ ।

১১। ০ প্ৰফুল্লদও গোস্বামী কিমান চনত কলিকতা বিশ্ববিদ্য়ালয়ৰ পৰা ইংৰাজী উপাধি লাভ কৰে ?

উত্তৰঃ ০ প্ৰফুল্লদও গোস্বামী ১৯৪৪ চনত কলিকতা বিশ্ববিদ্য়ালয়ৰ পৰা ইংৰাজী উপাধি লাভ কৰে ।

১২। ০ প্ৰফুল্লদও গোস্বামী কলিকতা বিশ্ববিদ্য়ালয়ৰ পৰা কি ইংৰাজী উপাধি লাভ কৰে ?

উত্তৰঃ এম এ উপাধি লাভ কৰে ।

১৩। ০ প্ৰফুল্লদও গোস্বামীয়ে যোৰহাটৰ কোন কলেজত শিক্ষকতাৰে  কৰ্ম-জীৱন আৰম্ভ কৰে ?

উত্তৰঃ জগন্নাথ বৰুৱা কলেজত শিক্ষকতাৰে কৰ্ম-জীৱন আৰম্ভ কৰে ।

১৪। ০ প্ৰফুল্লদও গোস্বামীয়ে কিমান চনত কটন মহাবিদ্য়ালয়ত যোগ দিয়ে ?

উত্তৰঃ ০ প্ৰফুল্লদও গোস্বামীয়ে ১৯৪৫ চনত কটন মহাবিদ্য়ালয়ত যোগ দিয়ে ।

১৫। কিমান চনত গুৱাহাটী বিশ্ববিদ্য়ালয়ত বাণিজ্য় আৰু বি টি বিভাগৰ ইংৰাজী প্ৰবক্তাৰূপে  ০ প্ৰফুল্লদও গোস্বামী নিযুক্তি পায় ?

উত্তৰঃ ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্য়ালয়ত বাণিজ্য় আৰু বি টি বিভাগৰ ইংৰাজী প্ৰবক্তাৰূপে  ড০ প্ৰফুল্লদও গোস্বামী নিযুক্তি পায় ।

১৬। ০ প্ৰফুল্লদও গোস্বামীয়ে কিমান চনত গুৱাহাটী বিশ্ববিদ্য়ালয়ত লোক-সংস্কৃতি গৱেষণা বিভাগ স্থাপিত হয় ?

উত্তৰঃ ড০ প্ৰফুল্লদও গোস্বামীয়ে ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্য়ালয়ত লোক-সংস্কৃতি গৱেষণা বিভাগ স্থাপিত হয় ।

১৭। কিমান চনত আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্য়ালয়তো ০ প্ৰফুল্লদও গোস্বামীয়ে কিছুদিন অধ্য়াপনা কৰিছিল ?

উত্তৰঃ ১৯৬৬ চনত আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্য়ালয়তো ড০ প্ৰফুল্লদও গোস্বামীয়ে কিছুদিন অধ্য়াপনা কৰিছিল ।

১৮। কিমান চনত আন্তৰ্জাতিক খ্য়াতিসম্পন্ন পণ্ডিতগৰাকীৰ লোকান্তৰ ঘটে ?

উত্তৰঃ ১৯৯৪ চনত  আন্তৰ্জাতিক খ্য়াতিসম্পন্ন পণ্ডিতগৰাকীৰ লোকান্তৰ ঘটে ।

১৯। ১৯৯৪ চনৰ কি মাহত  আন্তৰ্জাতিক খ্য়াতিসম্পন্ন পণ্ডিতগৰাকীৰ লোকান্তৰ ঘটে ?

উত্তৰঃ ১৯৯৪ চনৰ ১৯ নৱেম্বৰ তাৰিখে মাহত  আন্তৰ্জাতিক খ্য়াতিসম্পন্ন পণ্ডিতগৰাকীৰ লোকান্তৰ ঘটে 

২০। সমন্বয় শব্দৰ অৰ্থ কি ?

উত্তৰঃ সমন্বয় শব্দৰ অৰ্থ হ'ল মিলন ।


Type By Chandana Bora

Check : Himashree Bora.




Post ID: DABP004289