হাতী

গোট-৪ অধ্য়ায় ২

১। হাতী চুটিগল্পটো কোনে ৰচনা কৰিছে ?

উত্তৰঃ হাতী চুটিগল্পটো হোমেন বৰগোহাঞিয়ে ৰচনা কৰিছে ।

২। হোমেন বৰগোহাঞিৰ কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ হোমেন বৰগোহাঞিৰ ১৯৩২ চনত জন্ম হৈছিল ।

৩। সুবালা, তান্ত্ৰিক, কুশীলৱ হালধীয়া চৰায়ে বাওধান খায় এই কেইখন উপন্য়াস কোনে ৰচনা কৰিছে ?

উত্তৰঃ  সুবালা, তান্ত্ৰিক, কুশীলৱ হালধীয়া চৰায়ে বাওধান খায় এই কেইখন উপন্য়াস হোমেন বৰগোহাঞিয়ে ৰচনা কৰিছে ।

৪। হোমেন বৰগোহাঞিয়ে ৰচনা কৰা উল্লেখযোগ্য় গল্প কেইখনৰ নাম কি ?

উত্তৰঃ হোমেন বৰগোহাঞিয়ে ৰচনা কৰা উল্লেখযোগ্য় গল্প কেইখনৰ নাম হ'ল বিভিন্ন কোৰাছ, প্ৰেম আৰু মৃত্য়ুৰ কাৰণে,  গল্প আৰু নক্সা, অস্তিত্বৰ জ্য়োতিৰ্ময় চেতনা ইত্য়াদি ।

৫। হোমেন বৰগোহাঞিয়ে ৰচনা কৰা একমাত্ৰ কাব্য় খনৰ নাম কি ?

উত্তৰঃ হোমেন বৰগোহাঞিয়ে ৰচনা কৰা একমাত্ৰ কাব্য় খনৰ নাম হ'ল হৈমন্তী ।

৬। হোমেন বৰগোহাঞিয়ে ৰচনা কৰা আত্মজীৱনীমূলক গ্ৰন্থ  কেইখনৰ নাম কি ?

উত্তৰঃ হোমেন বৰগোহাঞিয়ে ৰচনা কৰা আত্মজীৱনীমূলক গ্ৰন্থ কেইখনৰ নাম হ'ল আত্মানুসন্ধান,  মোৰ সাংবাদিক জীৱন ইত্য়াদি ।

৭। অসম কি পৰীক্ষাত হোমেন বৰগোহাঞিয়ে উত্তীৰ্ণ হয় ?

উত্তৰঃ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোমেন বৰগোহাঞিয়ে উত্তীৰ্ণ হয় ।

৮। হোমেন বৰগোহাঞিয়ে কি হিচাপে কৰ্মজীৱন আৰম্ভ কৰে ?

উত্তৰঃ হোমেন বৰগোহাঞিয়ে এছ ডি চি হিচাপে কৰ্মজীৱন আৰম্ভ কৰে ।

৯। কিমান চনত হোমেন বৰগোহাঞিয়ে  অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে ?

উত্তৰঃ ১৯৭৬ চনত হোমেন বৰগোহাঞিয়ে  অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে ।

১০। কোনখন উপন্য়াসৰ বাবে হোমেন বৰগোহাঞিয়ে  অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে ?

উত্তৰঃ পিতাপুত্ৰ উপন্য়াসৰ বাবে হোমেন বৰগোহাঞিয়ে  অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে ।

১১। কোনে সাহিত্য় অকাডেমী বঁটা লাভ কৰে ?

উত্তৰঃ হোমেন বৰগোহাঞিয়ে সাহিত্য় অকাডেমী বঁটা লাভ .কৰে ।

১২। হোমেন বৰগোহাঞিয়ে সাহিত্য় অকাডেমী বঁটা কিমান চনত লাভ কৰে ?

উত্তৰঃ  হোমেন বৰগোহাঞিয়ে সাহিত্য় অকাডেমী বঁটা ১৯৭৮ চনত লাভ কৰে ।

১৩। কাৰলৈ অসম উপত্য়কা সাহিত্য় বঁটা আগবঢ়োৱা হয়  ?

উত্তৰঃ হোমেন বৰগোহাঞিলৈ  উপত্য়কা সাহিত্য় বঁটা আগবঢ়োৱা হয় ।

১৪। হোমেন বৰগোহাঞিলৈ কিমান চনত অসম উপত্য়কা সাহিত্য় বঁটা  আগবঢ়োৱা হয় ?

উত্তৰঃ হোমেন বৰগোহাঞিলৈ ১৯৯২  চনত অসম উপত্য়কা সাহিত্য় বঁটা  আগবঢ়োৱা হয় ।

১৫। কোনে অসম সাহিত্য় সভাৰ সভাপতিৰ আসনো অলংকৃত কৰে ?

উত্তৰঃ হোমেন বৰগোহাঞিয়ে অসম সাহিত্য় সভাৰ সভাপতিৰ আসনো অলংকৃত কৰে ।

৬। হোমেন বৰগোহাঞিয়ে কিমান চনত অসম সাহিত্য় সভাৰ সভাপতিৰ আসনো অলংকৃত কৰে ?

উত্তৰঃ হোমেন বৰগোহাঞিয়ে ২০০১ চনত অসম সাহিত্য় সভাৰ সভাপতিৰ আসনো অলংকৃত কৰে ।

১৭। তিমিৰ তীৰ্থ উপন্য়াসখন কোনে ৰচনা কৰিছে ?

উত্তৰঃ তিমিৰ তীৰ্থ উপন্য়াসখন হোমেন বৰগোহাঞিয়ে ৰচনা কৰিছে ।

১৮। হোমেন বৰগোহাঞিয়ে ৰচনা কৰা এখন উপন্য়াসৰ নাম কি ?

উত্তৰঃ হোমেন বৰগোহাঞিয়ে ৰচনা কৰা এখন উপন্য়াসৰ নাম হ'ল- অস্তৰাগ ।

১৯। সাউদৰ পুতেকে নাও মেলি যায় উপন্য়াসখন কোনে ৰচনা কৰিছে  ?

উত্তৰঃ সাউদৰ পুতেকে নাও মেলি যায় উপন্য়াসখন হোমেন বৰগোহাঞিয়ে ৰচনা কৰিছে ।

২০। কোনে সুদক্ষ সাংবাদিক হিচাপে প্ৰতিষ্ঠা লাভ কৰে ?

উত্তৰঃ হোমেন বৰগোহাঞিয়ে সুদক্ষ সাংবাদিক হিচাপে প্ৰতিষ্ঠা লাভ কৰে ।



Type By Chandana Bora

Check: Himashree Bora.






Post ID: DABP004448