বিশ্ব-শান্তি আৰু আন্তৰ্জাতিক সহযোগিতা 

অধ্যায় ১৩ 

১। কিমান চনৰ প্ৰথম বিশ্বযুদ্ধত বিভিন্ন দেশ ক্ষতিৰ সন্মুখীত হৈছিল ?

উত্তৰঃ ১৯১৪ চনৰ প্ৰথম বিশ্বযুদ্ধত বিভিন্ন দেশ ক্ষতিৰ সন্মুখীত হৈছিল । 

২। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান ?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১৯২ ।

৩। ৰাষ্ট্ৰসংঘৰ কেইটা অংগই কাম-কাজ পৰিচালনা কৰে ?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ ছয়টা অংগই কাম-কাজ পৰিচালনা কৰে ।  

৪। বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া গঠন কৰা হয় ? 

উত্তৰঃ ১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য সংস্থা গঠন কৰা হয় । 

৫। আন্তঃৰাষ্ট্ৰীয় শিক্ষা, বিজ্ঞন আৰু আৰু সাংস্কৃতিক সংস্থা কিমান চনত প্ৰতিষ্ঠা কৰা হয় ?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শিক্ষা, বিজ্ঞন আৰু আৰু সাংস্কৃতিক সংস্থা ১৯৪৫ চনত প্ৰতিষ্ঠা কৰা হয় ।

৬। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত কিমান গৰাকী ন্যায়াধীশৰ ব্যৱস্থা আছে ?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত ১৫ গৰাকী ন্যায়াধীশৰ ব্যৱস্থা আছে ।   

৭। ন্যাধীশৰ কাৰ্যকাল কিমান বছৰ ?

উত্তৰঃ ন্যাধীশৰ কাৰ্যকাল ৯ বছৰ ।

৮। সদস্য-ৰাষ্ট্ৰ মুঠ কিমানখন সদস্য ৰাষ্ট্ৰৰে ৰাষ্ট্ৰসংঘৰনিৰাপত্তা পৰিষদ গঠিত ?

উত্তৰঃ সদস্য-ৰাষ্ট্ৰ মুঠ ১৫ খন সদস্য ৰাষ্ট্ৰৰে ৰাষ্ট্ৰসংঘৰনিৰাপত্তা পৰিষদ গঠিত ।

৯। সাধাৰণ সভাৰ আন এটা গুৰুত্বপূৰ্ণ ক্ষমতা কি ?

উত্তৰঃ সাধাৰণ সভাৰ আন এটা গুৰুত্বপূৰ্ণ ক্ষমতা হ'ল ৰাষ্ট্ৰসংঘঠৰ চনদ সংশোধন ।

১০। অস্থায়ী সদস্য-ৰাষ্ট্ৰক কেই বছৰৰ বাবে নিৰ্বাচন কৰা হয় ?

উত্তৰঃ অস্থায়ী সদস্য-ৰাষ্ট্ৰক দুই বছৰৰ বাবে নিৰ্বাচন কৰা হয় ।

১১। কিমান চনত জাতিসংঘ স্থাপনৰ প্ৰায় বিছ বছৰৰ পাছত পুনৰ দ্বিতীয় মহাযুদ্ধ হয় ?

উত্তৰঃ ১৯৩৯ চনত জাতিসংঘ স্থাপনৰ প্ৰায় বিছ বছৰৰ পাছত পুনৰ দ্বিতীয় মহাযুদ্ধ হয় ।

১২। ১৯৪৫ চনত পৃথিৱীৰ পঞ্চাছখন দেশৰ প্ৰতিনিধিয়ে লগ হৈ কি গ্ৰহণ কৰে ?

উত্তৰঃ  ১৯৪৫ চনত পৃথিৱীৰ পঞ্চাছখন দেশৰ প্ৰতিনিধিয়ে লগ হৈ ৰাষ্ট্ৰসংঘৰ গ্ৰহণ কৰে । 

১৩। সাধাৰণ সভাত প্ৰতিখন সদস্য-ৰাষ্ট্ৰৰে কেইজনকৈ প্ৰতিনিধি থাকে  ?

উত্তৰঃ সাধাৰণ সভাত প্ৰতিখন সদস্য-ৰাষ্ট্ৰৰে পাঁচজনকৈ প্ৰতিনিধি থাকে ।

১৪। বিশ্ব-স্বাস্থ্য সন্থা প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত ?

উত্তৰঃ বিশ্ব-স্বাস্থ্য সন্থা প্ৰধান কাৰ্যালয় জেনেভাত অৱস্থিত ।

১৫। দেশে দেশে সম্পদৰ আদান-প্ৰদানৰ ব্যৱস্থা কেতিয়াৰ পৰা চলি আছে ?

উত্তৰঃ দেশে দেশে সম্পদৰ আদান-প্ৰদানৰ ব্যৱস্থা আদিম যুগৰ পৰাই চলি আছে । 

১৬। তিনি বছৰত কিমান অংশ ন্যায়াধীশে অৱসৰ লয় ?

উত্তৰঃ তিনি বছৰত ১/৩ অংশ ন্যায়াধীশে অৱসৰ লয় ।

১৭। প্ৰযুক্তিবিদ্য়ায়ৰ উন্নতিৰ লগে লগে সকলোবোৰ সামগ্ৰী বোৰ উৎপাদন বৃদ্ধি কি হৈছে ?

উত্তৰঃ প্ৰযুক্তিবদ্যায়ৰ উন্নতিৰ লগে লগে সকলোবোৰ সামগ্ৰীবোৰ উৎপাদন বৃদ্ধি দ্ৰুততৰ হৈছে ।

১৮। ৰাষ্ট্ৰসংধৰ প্ৰধান প্ৰশাসনীয় কেন্দ্ৰটো কি ?

উত্তৰঃ ৰাষ্ট্ৰসংধৰ প্ৰধান প্ৰশাসনীয় কেন্দ্ৰটো হ'ল সচিবালয় ।

১৯। সাধাৰণ সভাত কিমান অংশ ভোটত গৃহীত হ'লে আবেদনকাৰী ৰাষ্ট্ৰক সদস্য ৰাষ্ট্ৰ হিচাবে ঘোষণা কৰা হয় ? 

উত্তৰঃ সাধাৰণ সভাত ২/৩ অংশ ভোটত গহীত হ'লে আবেদনকাৰী ৰাষ্ট্ৰক সদস্য ৰাষ্ট্ৰ হিচাবে ঘোষণা কৰা হয় ।

২০। আঞ্চলিক সংগঠনচো কিমান চনত স্থাপিত হৈছিল ?

উত্তৰঃ আঞ্চলিক সংগঠনটো ১৯৮৫ চনত স্থাপিত হৈছিল ।



Type by -Parina Hazarika 

 



Post ID: DABP004248