পৃথিৱীৰ বিভিন্ন স্তৰ 

অধ্যায় ১৪

১। প্ৰায় বছৰৰ আগতে পৃথিৱীখন সৃষ্টি হৈছিল ?

উত্তৰঃ প্ৰায় ৪৫০ কোটি বছৰৰ আগতে পৃথিৱীখন সৃষ্টি হৈছিল । 

২। পৃথিৱীখন প্ৰথম অৱস্থাত কি গেছীয় অৱস্থাত আছিল ?

উত্তৰঃ পৃথিৱীখন প্ৰথম অৱস্থাত উত্তপ্ত গেছীয় অৱস্থাত আছিল ।

৩। পৃথিৱীৰ উপৰিভাগৰ কঠিন তৰপটো কি বোলা হয় ?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কঠিন তৰপটো ভূত্বক বোলা হয় ।

৪।পৃথিৱীখনৰ অন্তভাগৰ উষ্ণতা প্ৰায় কিমান ডিগ্ৰী ছেলছিয়াজ ?

উত্তৰঃ পৃথিৱীখনৰ অন্তভাগৰ উষ্ণতা প্ৰায় ৬০০০ ডিগ্ৰী ছেলছিয়াজ ।

৫। আগ্নেয় পদাৰ্থবোৰ ঠাণ্ডা হৈ টান হোৱাত কি হৈছিল ?

উত্তৰঃ আগ্নেয় পদাৰ্থ ঠাণ্ডা হৈ টান হোৱা শিল হৈছিল ।

৬। পৃথিৱীৰ অন্তৰ্ভাগক কেইটা ভাগত ভাগ কৰিছে ?

উত্তৰঃ পৃথিৱাৰ অন্তৰ্ভাগক ৩টা ভাগত ভাগ কৰিছে ।

৭। ভূ-ত্বকৰ ঘনত্ব কিমান ?

উত্তৰঃ ভ-ত্বকৰ ঘনত্ব ২.৭৫ ।

৮। ছিয়াৰ স্তৰৰ তলৰ স্তৰটো তুলনামূলকভাৱে কিহেৰে গঠিত ?

উত্তৰঃ ছিয়াৰ স্তৰৰ তলৰ স্তৰটো তুলনামূলকভাৱে বেছেল্ট শিলাৰে কিহেৰে গঠিত ।

৯। ছিয়াল স্তৰটো চিলিকা আৰু মেগনেছিয়ামৰ পৰিমাণ বেছি বাবে ইয়াক কি বোলে ?

উত্তৰঃ ছিয়াাল স্তৰটো চিলিকা আৰু মেগনেছিয়ামৰ পৰিমাণ বেছি বাবে ইয়াক ছিমা বোলে ।

১০। শাহ স্তৰটোয়ে পৃথিৱীৰ কিমান শতাংশ ঠাই আগুৰি আছে ?

উত্তৰঃ শাহ স্তৰটোয়ে পৃছিৱাৰ ১৫ শতাংশ ঠাই আগুৰি আছে ।


Type By -Parina Hazarika  




Post ID: DABP004264