পৃথিৱীৰ অন্তৰ্ভাগ

অধ্যায়-২

১। পৃথিৱীৰ গ্ৰহবোৰৰ জন্মৰ সময়ত কি আছিল?

উত্তৰঃ জ্বলন্ত অগ্নিপিণ্ডহে।

২। কঠিন অৱৰণৰ অসমান কি?

উত্তৰঃ ভৃত্বক অসমান।

৩। পৃথিৱীৰ ওপৰিভাগৰপৰা কেন্দ্ৰলৈ গড় দূৰত্ব কিমান কিলোমিটাৰ?

উত্তৰঃ ৬৩৮০ কিলোমিটাৰ।

৪। পৃথিৱীৰ উপৰিভাগৰ প্ৰথম স্তৰটো কিহেৰে গঠিত?

উত্তৰঃ মুখ্যত ছিলিকত আৰু এলুমিনিয়ামে গঠিত।

৫। পৃথিৱীৰ উপৰিভাগৰ প্ৰথম স্তৰটো ঘনত্ব কিমান?

উত্তৰঃ ২.৭৫।

৬। গুৰু মণ্ডল কাক বোলে?

উত্তৰঃ ৰাসায়নিক সংকেত দুটা লগ লগাই Simi দিয়া হৈছে ইয়াক গুৰু মণ্ডল বোলে।

৭। গুৰু মণ্ডলৰ ঘনত্ব কিমান?

উত্তৰঃ ২,৯ ৰ পৰা ৩.১ পৰ্যন্ত।

৮। কেন্দ্ৰ মণ্ডল বুলি কাক কোৱা হয়?

উত্তৰঃ আপেক্ষিকভাৱে গধুৰ তৃতীয় তৰপটো নিকেল (Nickel) আৰু লো (Ferrum)-ৰে গঠিত।ইয়াকে গুৰু মণ্ডল বুলি কোৱা হয়।

৯। পৃথিৱীৰ অন্তভাগত কি আছে?

উত্তৰঃ তৰপ আছে।

১০। ভূত্ৱক মানে কি?

উত্তৰঃ পৃথিৱীৰ খোলা। 

১১। পৃথিৱীৰ উপৰিভাগৰ পৰা পৃথিৱীৰ কেন্দ্ৰলৈ কিমান কিলোমিটাৰ দূৰত?

উত্তৰঃ ৬৩৭৮ কিলোমিটাৰ দূৰত্ব।

১২।পৃথিৱীৰ ভিতৰভাগৰ কিমান উত্তাপ বাঢ়ে?

উত্তৰপৃথিৱীৰ উপৰিভাগত ১২ কিলোমিটাৰত ১° চেলছিয়াছ  উত্তাপ বাঢ়ে।

৩। পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈকে পৃথিৱীৰ ভিতৰভাগত ভাগ কেইটা আৰু কি কি?

উত্তৰঃ ৩ টা ভাগত ভাগ কৰা হয়।

১৪। ছিমা স্তৰটো কিহেৰে গঠিত?

উত্তৰঃ  অলিভিত শিলাৰে গঠিত।

১৫। পৃথিৱীৰ ভিতৰভাগৰ কিয় কঠিন পদাৰ্থবোৰ স্থিতিস্থাপক অৱস্থাত থাকে?

উত্তৰঃ জুলীয়া আৰু বাষ্পীয় উপাদানৰ ওপৰত চাহ প্ৰয়োগ কৰাৰ বাবে পদাৰ্ধবোৰক স্থিতিস্থাপক অৱস্থাত আছে।

১৬। পৃথিৱীৰ ভিতৰভাগত প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে সেইকেইটা কি কি?

উত্তৰঃ (১) ভূত্বক বা খোলা (Crust) 

(২) মেন্টেল বা প্ৰাসাৰ (Mantle)

 (৩) কেন্দ্ৰীয় শাহ অংশ (Core)

১৭। পৃথিৱীৰ অভ্যন্তৰলৈ উত্তাপ কি গৈ থাকে?

উত্তৰঃ বাঢ়ি গৈ থাকে।

১৮। কি স্তৰত গ্ৰেনাইট জাতীয় শিলৰ প্ৰাচুৰ্য বেছি?

উত্তৰঃ Sial স্তৰত গ্ৰেনাইট জাতীয় শিলৰ প্ৰাচুৰ্য বেছি।

১৯। পৃথিৱীৰ অভ্যন্তৰলৈ বৃদ্ধিৰ হাৰ কি নহয়?

উত্তৰঃ সমানুপাতত নহয়।

২০। অম্ল মণ্ডল কাক বোলে?

উত্তৰঃ গ্ৰেনাইট জাতীয় শিলৰ প্ৰাচুৰ্য বেছি। এই স্তৰটোক অম্ল মণ্ডল বোলে।

Type Susmita Kakati





Post ID: DABP004292