স্বাধনতাৰ পৰৱৰ্ত্তী সময়ৰ বিকাশৰ পৰিকল্পিত কৌশলঃ পৰিকল্পিত অৰ্থনীতি আৰু নৱ্য় উদাৰতাবাদ

অধ্য়ায়ঃ ৮

সম্ভাব্য় প্ৰশ্নাৱলীঃ

(ক) অতি চমু প্ৰশ্ন (Very short Type Question) :

(i) ভাৰতৰ পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হয় ?

When did the Planning Commission formed?

Ans.


(ii) পৰিকল্পনা আঁচনি কমিটি কেতিয়া গঠন কৰা হয়?

When did the Economic Programme committee was formed?

Ans.


(iii) বোন্বে আঁচনি কি?

What is Bombay Plan?

Ans.


(iv) ভাৰতে কেতিয়া উদাৰিকৰণ নীতি গ্ৰহণ কৰে?

When did the policy of liberalisation except in India

Ans.


(v) পৰিকল্পনা আয়োগৰ প্ৰথম সভাপতি কোন আছিল?

Who was the first Chairman of Planning Commission.

Ans.


(vi) নিটি আয়োগ কেতিয়া গঠন কৰা হয়?

When did the NITI Aayog was formed?

Ans.


(vii) নিটি আয়োোগৰ প্ৰথম অধ্য়ক্ষ কোন আছিল?

Who was the first Chaiman of NITI Aayog?

Ans.


(viii) প্ৰথম পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হয়?

When did the first Planning was started?

Ans.


(ix) প্রথম পৰিকল্পনা মূল লক্ষ্য কি আছিল? What was the main target of first Planning?

Ans.

(x) মনসাবিচ্ আৰ্হি কি ? What is the Monhnobis Model ?

Ans.

(xi) ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাটো কৰ পৰা অনা হয়?

From which the five Year Plan of India was borrowed?

Ans.

বহল প্রশ্ন (Essay type Questions ) :

(১) প্ৰথম আৰু দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ লক্ষ্য সমূহ আলোচনা কৰা।

Discuss the aims of first and second Five Year Plan.

Ans.

(২) ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাৰ পটভূমি আলোচনা কৰা Discuss the Historical background of the Five Year Plans in India.

Ans.


(৩) ভাৰতৰ অৰ্থনীতিয়ে কেতিয়া উদাৰীকৰণ নীতি গ্ৰহণ কৰে ? উদাৰীকৰণ নীতি গ্ৰহণ কৰাৰ কাৰণসমূহ আলোচনা কৰা।

When did India Adopted Economic Liberalisation Policy? Discuss the main causes of adoption of Economic Liberalisation Policy?

Ans.

(৪) পঞ্চবার্ষিক পৰিকল্পনাৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা । Discuss the advantages and disadvantages of Five year Plan?

Ans.


(৫) ভাৰতৰ অৰ্থনৈতিক উন্নয়নত পৰিকল্পনা আয়োগৰ ভূমিকা বিশ্লেষণ কৰা। Describe the role of Planning Commission in Economic development of India.

Ans.

(৬) শিক্ষা, স্বাস্থ্য আৰু লিংগ বৈষম্য দূৰীকৰণত পৰিকল্পনা আয়োগৰ ভূমিকা বিশ্লেণ কৰা ।

Describe the role of Planning Commission in eradication of education, health and gender inequalities.

Ans.


Question Type By - Kishor Nath






Post ID: DABP004390