সামাজিক আন্দোলন-শ্ৰমিক, কৃষক, পৰিৱেশ আৰু নাৰী বা মহিলা আন্দোলন 

(Party and Party System in India)

 অধ্য়ায়ঃ ৭

সম্ভাব্য় প্ৰশ্নাৱলীঃ

(ক) অতি চমু প্ৰশ্ন (Very Short Questions)

(১) সামাজিক আন্দোলন কি?

What is Social Movement?

Ans.


(২) ভাৰতত সংঘটিত হোৱা এটা কৃষক সামাজিক আন্দোলনৰ নাম লিখা?

Name the Movement of India?

Ans.


(৩) মেধা পাটেকাৰৰ নেতৃত্বত হোৱা আন্দোলনৰ নাম কি ?

Name the movement lead by Medha Patekar?

Ans.


(৪) অসমত হোৱা এটা সামাজিক আন্দোলনৰ নাম লিখা?

Name one Social Movement of Assam?

Ans.


(৫) ভাৰতত শ্ৰমিক আন্দোলন কেতিয়া হৈছিল?

When did the Workers Movement started in India?

Ans.


(৬) ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?

Who is the father of Green Revolution in India?

Ans.


(৭) ভাৰতৰ মহিলা আন্দোলনৰ দুজন নেত্ৰীৰ নাম লিখা?

Write two names of leaders Womens Movement of India?

Ans.


(৮) 'চৰ্দাৰ সৰোবৰ বান্ধ' কোনখন নদীত হৈছিল?

Name the River where Sardar Sarovar Dam was constructed?

Ans.


(৯) ভাৰতৰ প্ৰথম ট্ৰেড ইউনিয়নটোৰ নাম কি?

Write the River where Sardar Sarovar Dam was constructed?

Ans.


(১০) 'চিপকো আন্দোলন' কেতিয়া সংঘঠিত হৈছিল?

When did Chipko Movement started?

Ans.


(খ) চমুটোকা (Short notes)

(i) সংস্কাৰ আন্দোলন (Reform movement)

Ans.


(ii) শ্ৰমিক আন্দোলন (Work's movement)

Ans.


(iii) কৃষক আন্দোলন (Peasant movement)

Ans.


(iv) পৰিৱেশ আন্দোলন (Environment movement)

Ans.


(v) নৰ্মদা বচাও আন্দোলন (Narmada Bachao Andalon)

Ans.


(vi) চিপ্কো আন্দোলন (Chipko Andalon)

Ans.


(vii) মহিলা আন্দোলন (Women Movement)

Ans.


(গ) ৰচনা ধৰ্মী প্ৰশ্ন (Eassy type Question)

(১) কৃষক আন্দোলন বুলিলে কি বুজা? বৰ্তমান প্ৰেক্ষাপটত কৃষক আন্দোলনৰ ভূমিকা আলোচনা কৰা।

What do you mean by Peasant Movement? Discuss the role of Peasant Movement in contemporary times.

Ans.


(২) অসমত হোৱা নদীবান্ধ বিৰোধী আন্দোলনৰ কাৰণ সমূহ বহলাই লিখা।

Explain the Causes of the movement against the construction of River Dam in Assam.

Ans.


(৩) ভাৰতত হোৱা ট্ৰেড ইউনিয়নৰ পৰ্য্য়ায়সমূহ আলোচনা কৰা।

Discuss the phases of Trade Unions in India?

Ans.


(৪) ভাৰতত সংঘটিত মহিলা আন্দোলনৰ কাৰণ সমূহ আলোচনা কৰা।

Explain the causes for the womens movement in India?

Ans.


(৫) চিপকো আন্দোলনৰ কাৰণ সমূহ আৰু ইয়াৰ ফলাফল আলোচনা কৰা।

Discuss the causes and consequences of Chipko Movement?

Ans.


(৬) অৰ্থনৈতিক বিকাশৰযুগত পৰিৱেশ আন্দোলনৰ প্ৰাসঙ্গিকতা আলোচনা কাৰ।

Discuss the significance of Environmental Movement in Economic Development.

Ans.


(৭) পৰিৱেশৰ বৰ্ধিত সমস্য়াসমূহ আলোচনা কৰা।

Explain the causes of environmental degradation.

Ans.


(৮) নৰ্মদা বচাও আন্দোলনৰ কাৰণ আৰু ইয়াৰ ফলাফলসমূহ আলোচনা কৰা।

Discuss the causes and consequences of Narmada Bachao Andalon.

Ans.


Question Type By - Kishor Nath










Post ID: DABP004391