আনুষ্টানিক কাৰ্যব্য়ৱস্থাঃ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি,কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ, প্ৰধানমন্ত্ৰী, সংসদ - ৰাজ্য়সবা, লোকসভা আৰু ন্য়ায়পালিকা

অধ্য়ায়ঃ ৩
সম্ভাব্য় প্ৰশ্নাৱলীঃ

(ক) ৰাষ্ট্ৰপতি /উপৰাষ্ট্ৰতি (President /Vice-President) ঃ

(a) অতি চমু উত্তৰৰ প্ৰশ্নাৱলী (Very short answerable questions)

১। ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন হয়?

Who is the head of the nation in India?

Ans.


২। ভাৰতৰ প্ৰধান নাগৰিক বুলি কাক জনা যায়?

Who is know as the first citizen of India?

Ans.


৩। ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে এটি যোগ্য়তা উল্লেখ কৰা।

Mention any one qualification for the post of the President in India.

Ans.


৪। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান?

What is the term of office of the President?

Ans.


৫। ভাৰতৰ ৰাষ্ট্ৰপতি পদত নিৰ্বাচনৰ বাবে নিন্মতম বয়স কিমান হ'ব লাগে।

What is the minimum age of the post of the President of India?

Ans




৬। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰ প্ৰধান হিচাপে উল্লেখ কৰিছে?

Which article of the India constitution has mentioned the President as the head of the nation?

Ans.


৭। বাৰতৰ ৰাষ্ট্ৰপতিৰ মাহিলী দৰমহা কিমান?

What is the monthly salary of the President of India?

Ans.


৮। ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতিটোৰ নাম কি?

What is the name of the election procedure of the President of India?

Ans.


৯। ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সৈতে জড়িত সংবিধানৰ অনুচ্ছেদ দুটা কি কি?

What ate the articles related to the election for the post of the president of India?

Ans.


১০। ভাৰতৰ ৰাজ্য়সমূহৰ ৰাজ্য়পালকসকলক কোনে নিযুক্তি দিয়ে?

Who appoints of the Governor of the states of India?

Ans.


১১। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত 'মহাভিযোগ'ৰ বিষয়ে উল্লেখ কৰা হৈছে?

Which arties of the India constitution mentioned about 'impeachment'?

Ans.


১২। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য় ৰাজ্য়সভলৈ মনোনীত কৰিব পৰে?

How many members can the President of India nominate to the Rajya Sabha (Council of States)?

Ans.


১৩। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমান গৰাকী এংলো-ইণ্ডিয়ান সদস্য় লোকসভালৈ মনোনীত কৰি পাকে?

How many members can the President nominate from Anglo-India Community to the Lok Sabha (house of People)?

Ans.


১৪। ভাৰতবৰ্ষত কিমানবাৰ ৰাষ্ট্ৰীয়ন জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে?

How many times has national emergency been proclaimed in India?

Ans.


১৫। সংবিধানৰ কিমান নং অনুচ্চেদ অনুসৰি কোনো ৰাজ্য়ত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰিব পাৰ?

According to which article of the constitution 'President Rule' can be impose in a state?

Ans.


১৬। সংবিধানৰ কোনটো অনুচ্ছেদ অৰ্থনৈতিক জৰুৰী অৱস্থা লগত জড়িক?

Which article of the constitution is related to the economic Emergency?

Ans.


১৭। ভাৰতৰ সংবিদানৰ কোনটো অনুচ্ছেদ ৰাষ্ট্ৰপতিৰ আধ্য়াদেশ আৰি কৰা ক্ষমতাৰ লগত জড়িত?

Which article of the India constitution is related to the promulgation of 'Ordinance' power of the President?

Ans.


১৮। কেন্দ্ৰীয় চৰকাৰৰ আকস্মিক নিধি কোনে নিয়ন্ত্ৰণ কৰে?

Who appoints the 'Contigency Fund' of the Union Government?

Ans.


১৯। ভাৰতৰ মহালেখা পৰীক্ষকক কোনে নিযুক্ত দিয়ে?

Who appoints the Auditor and Controller General of India?

Ans.


২০। ভাৰতৰ জাতীয় প্ৰতিৰক্ষা কমিটিৰ মুৰব্বী কোন?

Who is the head of the 'National Defence Committee' of India?

Ans.


২১।ভাৰতৰ ৰাষ্ট্ৰপতিক সংবিধানৰ কোনটো অনুচ্ছেদে ন্য়ায়িক ক্ষমতা প্ৰদান কৰিছে?

Which article of the constitution provides Judicial power to the President of India.

Ans.


২২। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত উপ-ৰাষ্ট্ৰপতিৰ বিষয়ে উল্লেখ কৰিছে?

Which article of the India constitution has mentioned about the Vice-President?

২৩। সংসদৰ মনেনীত সদস্য় সকলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন ভোটা দিব পাৰেনে?

Whether the nominated members can cast their vote to the election of the Vice-President?

Ans.


২৪।উপ-ৰাষ্ট্ৰপতিগৰাকীৰ অপসাৰণাৰ প্ৰস্তাৱ কেৱল ৰাজ্য়সভাতহে উত্থাপন কৰিব পাৰি। সত্য় নে অসত্য় লিখা।

The proposal for the removal of the Vice-President can be introduced only in the Rajya Sabha. Write 'true' or 'false'

Ans.


২৫। ভাৰতৰ সংসদৰ ৰাজ্য়সভাত পদেন সভাপতি কোন?

Who is the ex-officer chairperson of the House of States in Indian parliament?

Ans.

(b) চমু উত্তৰৰ প্ৰশ্ন (Short answerable questions)

১। ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে যিকোনো দুটা যোগ্য়তা উল্লেখ কৰা।

Mention any two qualities for the post of the President of India.

Ans.


২। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্বৰ বাবে কিমান সংখ্যক প্ৰস্তাৱক আৰু সমৰ্থকৰ প্রয়োজন?

How many proposers and seconders are necessary for a candidate to the post of the President?

Ans.
৩। ভাৰতত বিধান সভাৰ সদস্যৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটৰ মূল্য নিৰ্দ্ধাৰণ কৰা পদ্ধতিটো কি?

What is the method to determine the values of votes of the MLA's for Presidential election in India?

Ans.
৪। ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতিটোৰ নাম কি?

What is the name of the election procedure of the President of India?

Ans.

৫। ভাৰতত সংসদৰ সদস্যসকলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটৰ মূল্য নিৰ্দ্ধাৰণ পদ্ধতিটো কি?

What is the procedure to determine the values of votes of the MP's for the Presidential election in India?

Ans.


৬। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ‘নির্বাচক মণ্ডলী' বুলিলে কি বুজা?

What do you mean by 'Electoral College' of the Presidential election?

Ans.

৭। ভাৰতৰ ৰাষ্ট্ৰপতিক কেনেদৰে অপসাৰণ কৰিব পাৰি?

How the President of India can be removed?

Ans.

৮। ভাৰতৰ ৰাষ্ট্ৰপতিৰ যিকোনো দুটা কূটনৈতিক ক্ষমতা লিখা।

Write any two diplomatic powers of the President of India.

Ans.

৯। 'ৰাষ্ট্ৰপতিৰ শাসন' বুলিলে কি বুজা?

What do you mean by 'President Rule'?

Ans.

১০। ৰাষ্ট্ৰপতি নিৰ্বাচনত ‘কোটা' মানে কি? What does 'Quota' mean in Presidential election?

Ans.

১১। উপ-ৰাষ্ট্ৰপতিৰ পদৰ বাবে যিকোনো দুটা অৰ্হতা লিখা।

Write any two qualities for the post of Vice-President.

Ans.

১২। উপ-ৰাষ্ট্ৰপতিৰ দুটা মুখ্য কাৰ্য্য উল্লেখ কৰা।

Mention any two main functions of the Vice-President.

Ans.

(c) চমু টোকা (Short notes) ১। ৰাষ্ট্ৰপতিৰ পদৰ বাবে যোগ্যতা।

Qualities for the post of the President.

Ans.


২। ৰাষ্ট্ৰপতিৰ বিশেষাধিকাৰ।

Priviledges of the President.

Ans.

৩। ৰাষ্ট্ৰপতিৰ মহাভিযোগ।

Impeachment of the President.

Ans.

৪। ৰাষ্ট্ৰপতিৰ আইন প্রণয়ন ক্ষমতা।

Law-making powers of the President.

Ans.

৫। ৰাষ্ট্ৰপতিৰ প্ৰশাসনীয় ক্ষমতা।

Administrative powers of the President.

Ans.

৬। ৰাষ্ট্ৰপতিৰ সামৰিক ক্ষমতা।

Military powers of the President.

Ans.

৭। ৰাষ্ট্ৰপতিৰ শাসন।

Presidents Rule.

Ans.

৮। জাতীয় জৰুৰী অৱস্থা।

National Emergency

Ans.


৯। আর্থিক জৰুৰী অৱস্থা।

Economic Emergency.

Ans.

১০। জৰুৰীকালীন ক্ষমতাৰ সমালোচনা।

Criticism of the emergency powers.

Ans.

১১। ৰাষ্ট্ৰপতিৰ পদমৰ্য্যদা। Position of the President.

Ans.

১২। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি।

Vice-President of India.

Ans.

১৩। উপৰাষ্ট্ৰপতিৰ কাৰ্যাৱলী। Functions of the Vice-President.

Ans.
১৪। ৰাজ্যসভাৰ সভাপতি হিচাপে উপ-ৰাষ্ট্ৰপতি।

Vice-President as the Chairman of the Rajya Sabha.

Ans.

১৫। উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি।

Election procedure of the Vice-President.

Ans.

১৬। উপ-ৰাষ্ট্ৰপতিৰ অপসাৰণ। Removal of the Vice-President.

Ans.


(d) ৰচনাধৰ্মী প্রশ্নাবলী (Essay type Questions ) ১। ভাৰতৰ ৰাষ্ট্ৰপতিক কেনেকৈ নিৰ্বাচন কৰা হয়। তেওঁৰ অপসাৰণ পদ্ধতিটো ব্যাখ্যা কৰা।

How the President of India is elected? Explain the removal procedure of the President.

Ans.

২। ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে বৰ্ণনা কৰা।

Describe the powers and functions of the President of India.

Ans.

৩। ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাসমূহ সমালোচনাত্মকভাৱে বৰ্ণনা কৰা।

Critically explain the emergency powers of the President of India.

Ans.

৪। ভাৰতৰ ৰাষ্ট্ৰপতিৰ সাংবিধানিক পদমৰ্য্যদা বৰ্ণনা কৰা। ৰাষ্ট্ৰপতিৰ সৈতে সংসদৰ সম্পর্কn ব্যাখ্যা কৰা।

Explain the constitutional position of the President of India. Discuss his relationship with the parliament.

Ans.

৫। কি কি পৰিস্থিতিত ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে? ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ ফলশ্রুতি কি? আলোচনা কৰা।

Under what circumstances the President can declare emergency? What are the effects of national emergency. Discuss.

Ans.

৬। ৰাষ্ট্ৰপতিৰ মন্ত্ৰী পৰিষদ আৰু প্রধানমন্ত্ৰীৰ সৈতে সম্পৰ্ক আলোচনা কৰা।

Discuss the relationship of the President with the council of Minister and Prime Minister.

Ans

৭। ৰাষ্ট্ৰপতিৰ ন্যায়িক আৰু কূটনৈতিক ক্ষমতাৰ বিষয়ে সমালোচনাত্মক আলোচনা কৰা

Discuss critically the judicial and diplomatic powers of the President.

Ans.


৮। ৰাষ্ট্ৰপতিৰ অৰ্থনৈতিক আৰু সামৰিক ক্ষমতা সম্পর্কে বর্ণনা দিয়া।

Explain the economic and military powers of the President.

Ans.

৯। ভাৰতৰ উপৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্য্যাৱলী সম্পর্কে আলোচনা কৰা।

Discuss the powers and functions of the Vice-President of India.

Ans.

(খ) কেন্দ্ৰীয় মন্ত্ৰীপৰিষদ আৰু প্ৰধানমন্ত্রী (Union Council of Ministers and Prime Minister) : (a) অতি চমু উত্তৰৰ প্ৰশ্নাৱলী (Very short answerable questions )

১। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ গঠনৰ বিষয়ে উল্লেখ কৰিছে?

Which article of the Indian constitution has mentioned about the composition of the Council of Ministers?

Ans.


২। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত কিমান ধৰণৰ মন্ত্ৰী থাকিব পাৰে?

How many type of Ministers can be in the Union Council of Ministers?

Ans.


৩। সংসদৰ সদস্য নোহোৱাকৈ এগৰাকী ব্যক্তি মন্ত্ৰী পৰিষদৰ সদস্য হ'ব পাৰেনে?

Can a person without having membership of the parliament be the member of the Council of Ministers?

Ans.

৪। মন্ত্ৰী পৰিষদৰ কোনো নিৰ্দিষ্ট কাৰ্য্যকাল থাকেনে?

Ans.

Is there any fix term of the Council of Minister?

Ans.

৫। মন্ত্রীসভা হ'ল মন্ত্ৰীপৰিষদৰ অংগ। হয়নে নহয় লিখা।

Cabinet is the part of the Council of Minister. Write 'Yes' or 'No'.

Ans.


৬। মন্ত্ৰী পৰিষদৰ সভাত কোনে সভাপতিত্ব কৰে? Who presides over the meeting of the council of Ministers?

Ans.


৭। কেবিনেটৰ মুখ্য কাৰ্য্যটো কি? What is the main function of the Cabinet?

Ans.


৮। কেবিনেট সংবিধানৰ দ্বাৰা স্বীকৃত হয়নে? Is the Cabinet recognised by the constitution?

Ans.

৯। সংবিধান ৭৪(১) নং অনুচ্ছেদ মতে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন?

Who is the head of the Union Council of Ministers as per the article 74(1) of the constitution?

Ans.

১০। সংবিধানৰ কোনটো অনুচ্ছেদত 'প্রধানমন্ত্ৰীৰ নিযুক্তিৰ বিষয়ে বর্ণনা আছে?

Which article of the constitution describes the appointment procedure of the Prime Minister?

Ans.

১১। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মাহিলী দৰমহা কিমান? What is the monthly salary of the Prime Minister of India?

Ans.

১২। প্রধানমন্ত্ৰী হ'বলৈ তেওঁ লোকসভাৰ সংখ্যাগৰিষ্ঠ সদস্যৰ নেতা হ'ব লাগে। সত্য নে অসত্য লিখা। To be the Prime Minister he must be the leader of the majority members of the Lok Sabha. Write 'true' or 'false'.

Ans.


১৩। প্রধানমন্ত্রীক কোনে নিযুক্তি দিয়ে?

Who appoints the Prime Minister of India?

Ans.


১৪। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্রী নির্দিষ্ট কাৰ্য্যকাল কিমান? What is the terms of the Prime Minister of India?

Ans.

১৫। ভাৰত চৰকাৰৰ মুখ্য সমন্বয়ক বুলি কাক কোৱা হয়?

Who is called as the chief-coordinator of the Government of India?

Ans.


১৬। মন্ত্ৰীসভাৰ বৈঠকত কোনে সভাপতিত্ব কৰে? Who presides over the meeting of the cabinet?

Ans.

(b) চমু উত্তৰৰ প্ৰশ্নাৱলী (Short answerable questions)

Ans.

১। সংবিধানৰ ৪২ তম্ সংশোধন আৰু ৪৪ তম্ সংশোধনৰ মাজত থকা মুল পার্থক্যটো কি লিখা। Write about the main difference in between the 42nd amendment and the 44th amendment of the constitution.
Ans.

২। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত কি কি ধৰণৰ মন্ত্ৰী থাকে উল্লেখ কৰা।

Mention different types of Minister in the Union Council of Minister.

Ans.


৩। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ আৰু মন্ত্ৰীসভাৰ যিকোনো দুটা পার্থক্য লিখা। Write any two differences between Union Council of Ministers and Cabinet.
Ans.


৪। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ গঠন সম্পর্কে লিখা।

Write about the composition of the Union Council of Ministers.

Ans.


৫। প্রধানমন্ত্ৰীৰ নিযুক্তি প্রক্রিয়া সম্পর্কে লিখা। Write about the appointment procedure of the Prime Minister.
Ans.


৬। লোকসভাৰ অনাস্থা প্ৰস্তাৱ বুলিলে কি বুজা?

What do you mean by 'No confidence motion' of the Lok Sabha?
Ans.

(c) চমু টোকা (Short notes) ১। মন্ত্ৰী পৰিষদৰ কাৰ্য্যকাল আৰু অপসাৰন ৷

Tenure and Removal of the Council of Ministers.

Ans.

২। মন্ত্ৰী পৰিষদৰ শ্ৰেণীবিভাগ/প্ৰকাৰ। Classification/Types of the Council of Minister.

Ans.


৩। মন্ত্ৰী পৰিষদৰ আকাৰ।

Size of the Council of Ministers.

Ans.

৪। মন্ত্রীসভা। Cabinet.

Ans.

৫। মন্ত্রীসভা আৰু মন্ত্ৰী পৰিষদৰ পাৰ্থক্য। Difference between the Cabinet and the council of Ministers..

Ans.

৬। মন্ত্ৰী পৰিষদৰ নীতি নিৰ্দ্ধাৰণ কাৰ্য্য। Policy making functions of the Council of Ministers.

Ans.


৭। ৰাষ্ট্ৰপতি আৰু মন্ত্ৰী পৰিষদৰ সম্পর্ক। Relation between the President and the Council of Ministers.

Ans.

৮। প্রধানমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সম্পর্ক। Relation between the Prime Minister and the Cabinet.

Ans.


৯। জাতিৰ নেতা হিচাপে প্ৰধানমন্ত্ৰীৰ ভূমিকা। Role of the Prime Minister as a leader of the nation.

Ans.


১০। প্রধানমন্ত্ৰীৰ নিযুক্তি প্রক্রিয়া। Appointment procedure of the Prime Minister.
Ans.

১১। মন্ত্ৰী পৰিষদৰ নেতা হিচাপে প্রধানমন্ত্ৰীৰ ভূমিকা। Role of Prime Minister as a leader of the Council of Ministers.

Ans.


১২। প্রধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ সম্পৰ্ক। Relation between the President and the Prime Minister.

Ans.

১৩। মন্ত্ৰীসভাৰ নেতা হিচাপে প্রধানমন্ত্রী। Prime Minister as a leader of the Cabinet.

Ans.


(d) ৰচনাধৰ্মী প্রশ্নাৱলী (Essay type Questions) ১। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ গঠন, ক্ষমতা আৰু কাৰ্য্যাৱলী আলোচনা কৰা।

Discuss the composition, powers and functions of the Union Council of Ministers.

Ans.
২। কেবিনেট আৰু মন্ত্ৰী পৰিষদৰ পাৰ্থক্য সমূহ বৰ্ণনা কৰা। কেন্দ্ৰীয় কেবিনেটৰ মূল কাৰ্য্যাৱলী সমূহ কি কি আলোচনা কৰা।

Ans.
Explain the differences between the Cabinet and the Council of Ministers. What are the main functions of the Union Cabinet-Discuss.

Ans.


৩। ভাৰতৰ প্ৰধানমন্ত্ৰীক কেনেকৈ নিযুক্তি দিয়া হয়? তেওঁৰ ক্ষমতা আৰু কাৰ্য্যাৱলা আলোচনা কৰা।

How is the Prime Minister of India appointed? Discuss his power and functions.

Ans.


৪। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সৈতে প্ৰধানমন্ত্ৰীৰ সম্পৰ্কৰ বিষয়ে সমালোচনাত্মক ভাৱে আলোচনা কৰা। Discuss critically the relation between the Union Council of Ministers and Prime Minister.

Ans.


৫। ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত প্রধানমন্ত্ৰীৰ ভূমিকা সম্পৰ্কে লিখা। Write about the role of the Prime Minister in Indian political system.

Ans.


৬। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ সাংবিধানিক পদমৰ্য্যদাৰ বিষয়ে বৰ্ণনা কৰা।

Explain the constitutional position of the Prime Minister of India.

Ans.

৭। ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ মাজত থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।

Discuss the relationship between the President and the Prime Minister of India.

Ans.


৮। সংসদৰ সৈতে প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক বিচাৰ কৰা। Justify the relation between the Prime Minister and the Parliament.

Ans.
(গ) সংসদ (Parliament) :

(a) অতি চমু উত্তৰৰ প্ৰশ্নাৱলী (Very short answerable questions ) ১। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্যসভাৰ গঠনৰ বিষয়ে উল্লেখ আছে?

Which article of the Indian constitution has mentioned about the composition of the Rajya Sabha?

Ans.
২। ৰাজ্যসভাত বৰ্ত্তমান নির্বাচিত সদস্য সংখ্যা কিমান? How many elected members are there in the Rajya Sabha at present?

Ans.


৩। ৰাজ্যসভাৰ সদস্যসকলৰ নিৰ্বাচন পদ্ধতি পৰোক্ষ। সচানে মিছা লিখা। The election procedure of the members of the Rajya Sabha is indirect. Write true or false.

Ans.
৪। ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে?

How many members are nominated by the President to the Rajya Sabha?

Ans.


৫। সংসদৰ কোনখন সদন স্থায়ী? Which is the permanent chamber of the parliament?

Ans.


৬। ৰাজ্যসভাৰ এগৰাকী সদস্যৰ কাৰ্যকাল কিমান? What is term of a Rajya Sabha member?

Ans.


৭। ৰাজ্যসভাৰ এগৰাকী সদস্যৰ নিম্নতম বয়স কিমান? What is the minimum age of a member of the Rajya Sabha?

Ans.
৮। অসমৰ পৰা ৰাজ্যসভাত কিমানজন সদস্য থাকে?

How may members are in the Rajya Sabha from Assam?

Ans.
৯। ৰাজ্যসভাৰ পদেন সভাপতি কোন?

Who is the ex-official chairman of the Rajya Sabha?

Ans.
১০। ৰাজ্যসভাই কাক প্রতিনিধিত্ব কৰে? To whom the Rajya Sabha represents?

Ans.
১১। সংবিধানৰ কোনটো অনুচ্ছেদত সংসদৰ যুটীয়া অধিবেশনৰ কথা উল্লেখ আছে?

Which article of the constitution has mentioned about the Joint Session of the Parliament?

Ans.'
১২। লোকসভাত কিমান সদস্য থাকে? How many members are there in the Lok Sabha?

Ans.


১৩। সংবিধানৰ কোনটো অনুচ্ছেদত লোকসভাৰ গঠনৰ বিষয়ে উল্লেখ আছে? Which article of the constitution has mentioned about the composition of the Lok Sabha?

Ans.
১৪। সাধাৰণ অৱস্থাত লোকসভাৰ কাৰ্য্যকাল কিমান?

What is the term of the Lok Sabha in general situation?

Ans.
১৫। লোকসভাৰ সদস্য পদৰ নিম্নতম বয়স কিমান?

What is the minimum age for the membership of the Lok Sabha?

Ans.
১৬। সংবিধানৰ কোনটো অনুচ্ছেদে লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ বিষয়ে উল্লেখ কৰিছে?

Which article of the constitution has mentioned about the speaker and deputy speaker of the Lok Sabha?

Ans.
১৭। লোকসভাৰ ক'ৰামৰ বাবে কিমান সদস্য উপস্থিত থাকিব লাগে?

How many members of the Lok Sabha have to be present for the Quorum?

Ans.
১৮। সংসদৰ যুটীয়া অধিবেশন বা বিশেষ অধিবেশন কোনে আহ্বান কৰিব পাৰে?

Who can call the joint session or special session of the parliament?

Ans.


১৯। লোকসভাত অসমৰ সদস্য সংখ্যা কিমান? How many members are there in the Lok Sabha from Assam?

Ans.


২০। কেন্দ্রীয় মন্ত্রী পৰিষদ কাৰ ওচৰত দায়বদ্ধ? To whom the Council of Ministers is responsible?

Ans.
২১। লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে? Who elects the speaker of the Lok Sabha?

Ans.
২২। সংসদৰ যুটীয়া অধিবেশনত কোনে সভাপতিত্ব কৰে?

Who presides over the joint session of the parliament?

Ans.


২৩। সংসদৰ কোনখন সদন বেছি ক্ষমতাশালী? Which is the more powerful chamber of the parliament?

Ans.


২৪। বিত্ত বিল কোনখন সদনত উত্থাপিত হয়? In which chamber the Financial Bill can be introduced?

Ans.
২৫। ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী সংসদৰ অংগ হয়নে? Is the President of India a part of the parliament?

Ans.
২৬। ৰাষ্ট্ৰপতিয়ে লোকসভা ভঙ্গ কৰিব পাৰে। হয় নে নহয় লিখা। The President can dissolve the Lok Sabha. Write 'yes' or 'no'.

Ans.
(b) চমু টোকা (Short notes)

১। ৰাজ্যসভাৰ সদস্যৰ নিৰ্বাচন পদ্ধতি। Election procedure of the members of the Rajya Sabha.

Ans.
২। ৰাজ্যসভাৰ সভাপতি।

Chairman of the Rajya Sabha.

Ans.
৩। ৰাজ্যসভাৰ বিশেষ ক্ষমতা।

Special powers of the Rajya Sabha.

Ans.
৪। সংসদৰ গঠন। Composition of the parliament.

Ans.
৫। সংসদৰ সদস্যৰ বাবে যোগ্যতা। Qualifications of the members of the parliament.

Ans.
৬। সংসদৰ সদস্যৰ সা-সুবিধা।

Priviledges of the members of the parliament.

Ans.


৭। ৰাজ্যসভাৰ অন্যান্য ক্ষমতা। Miscellaneous powers of the Rajya Sabha.

Ans.

৮। ৰাজ্যসভাৰ ভূমিকা।

Role of the Rajya Sabha.

Ans.
৯। লোকসভাৰ গঠন। Composition of the Lok Sabha.

Ans.


১০। লোকসভাৰ নিৰ্বাচন পদ্ধতি। Election procedure of the Lok Sabha.

Ans.

১১। লোকসভাৰ অধিবেশন।
Session of the Lok Sabha.

Ans.
১২। লোকসভাৰ অধ্যক্ষ।

Speaker of the Lok Sabha.

Ans.
১৩। লোকসভাৰ ভূমিকা।

Role of the Lok Sabha.

Ans.
১৪। সংসদৰ ক্ষমতা হ্রাস। Decline of Parliament.

Ans.
১৫। সংসদৰ সদনৰ ক'ৰাম। Quorum of the chambers of the parliament.

Ans.
(c) ৰচনাধৰ্মী প্রশ্নাৱলী (Essay type Questions )
১। ভাৰতীয় সংসদৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।

Discuss the composition, powers and functions of the parliament.

Ans.
২। সংসদৰ উচ্চসদন (ৰাজ্যসভা) ৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী বর্ণনা কৰা।

Explain the composition, power and fuctions of the upper house (Rajya Sabha) of the parliament.

Ans.
৩। ৰাজ্যসভা কেনেকৈ গঠন হয়? ইয়াৰ বিশেষ ক্ষমতাসমূহ বিশ্লেষণ কৰা।

How the Rajya Sabha is formed? Explain the special powers of the Rajya Sabha.

Ans.
৪। ভাৰতীয় সংসদৰ কোনখন সদন বেছি ক্ষমতাশালী? যুক্তি সহকাৰে আলোচনা কৰা।

Which chamber of the Indian parliament is more powerful? Discuss with arguments?

Ans.


৫। লোকসভাৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।

Describe the composition, powers and fuctions of the Lok Sabha.

Ans.
৬। লোকসভা আৰু ৰাজ্যসভাৰ সম্পৰ্ক আলোচনা কৰা। Discuss the relationship between the Lok Sabha and the Rajya Sabha.

Ans.


৭। জনগণৰ অভাৱ-অভিযোগ নিবাৰণ কৰাৰ ক্ষেত্ৰত লোকসভাৰ ভূমিকা সম্পর্কে লিখা। Write about the role of the Lok Sabha in redressing the public grievances.

Ans.


৮। সংসদৰ ক্ষমতা হ্ৰাসৰ কাৰণসমূহ বর্ণনা কৰা। Explain the causes for the decline of the parliament.

Ans.


৯। সংসদ আৰু প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক আলোচনা কৰা।
Discuss the relation between the Prime Minister and the parliament.

Ans.
১০। ৰাষ্ট্ৰপতি আৰু সংসদৰ সম্পৰ্কৰ বিষয়ে লিখা।
Write about the relation between the President and the parliament.

Ans.
১১। লোকসভাৰ অধ্যক্ষৰ নিযুক্তি, ক্ষমতা আৰু কাৰ্য্যাৱলী সম্পর্কে লিখা। Write about the appointment, powers and functions of the speaker of the Lok Sabha.

Ans.

১২। সংসদত লোকসভাৰ অধ্যক্ষৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

Describe the role of the spealer of Lok Sabha in the parliament.

Ans.
(ঘ) ন্যায়পালিকা (Judiciary) : (a) অতি চমু উত্তৰৰ প্ৰশ্নাবলী (Very short answerable questions) ১। ন্যায়পালিকা বুলিলে কি বুজা? What do mean by Judicialy?

Ans.
২। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে ?

Who appoints the Judges of Supreme Court?

Ans.

৩। উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশক কেনেকৈ তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব পাৰে? How can the Chief Justice of Supreme Court be removed from his post?

Ans.


৪। উচ্চতম ন্যায়ালয়ৰ বিচাৰকসকলক কোনে অপসাৰণ কৰিব পাৰে? Who can removed the Judges of Supreme Court?

Ans.


৫। ভাৰতীয় সংবিধানৰ ৰক্ষক কোন

Who is the Protector of the Constitution of India?

Ans.
৬। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে।

Who appoints the Judges of High Court?

Ans.
৭। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দুটা অৰ্হতা উল্লেখ কৰা ?

Write two qualifications of Judges of High Court?

Ans.
৮। উচ্চ ন্যায়ালৰ ন্যায়াধীশৰ সংখ্যা কোনে নিৰ্ধাৰণ কৰে ?

Who determines the number of Judges of High Court?

Ans.
৯। ভাৰতবৰ্ষত কিমানখন উচ্চ ন্যায়ালয় আছে ? How many High Courts are there in India ?

Ans.
১০। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে অপসাৰণ কৰিব পাৰে?

Who can removed the Judges of High Court?

Ans.
১১। স্বাধীন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন?

Who was the first Chief Justice of the Supreme Court of Independent India?

Ans.
১২। অসমৰ পৰা মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা ব্যক্তি গৰাকীৰ নাম লিখা। Write the name of the Chief Justice of India from Assam.

Ans.
১৩। বৰ্ত্তমানৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীৰ নাম কি?

What is the name of the present Chief-Justice of the Supreme Court?

Ans.
(b) চমু টোকা (Short Notes) : ক) উচ্চতম ন্যায়ালৰ ন্যায়াধীশৰ অপসাৰণ। Removal of Judges of Supreme Court.

Ans.
খ) উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ নিযুক্তি।

Appointment of Judges of High Court.

Ans.
গ) ন্যায়িক সমীক্ষা । Judicial Review.

Ans.
ঘ) ন্যায়িক সক্রিয়তা।

Judicial Activism.

Ans.


(ঙ) উচ্চ ন্য়ায়ালয়ৰ ন্য়ায়াধীশৰ অৰ্হতা।

Qualification of Judges of High Court.

Ans.


(c) ৰচনাধৰ্মী প্ৰশ্ন (Essay type Question) :

১। ভাৰতবৰ্ষৰ ন্য়ায়ব্য়ৱস্থাৰ বৈশিষ্ট্য়সমূহ আলোচনা কৰা?

Discuss the characteristics of Judicial System of India?

Ans.



২। ভাৰতৰ উচ্চতম ন্য়ায়ালায়ৰ গঠন, ক্ষমতা আৰু কাৰ্য্য়াৱলী বিষয়ে আলোচনা কৰা।

Discuss the Composition, Powers and Function of Supreme Court of India?

Ans.



৩। উচ্চ ন্য়ায়ালয়ৰ গঠন, ক্ষমতা আৰু কাৰ্য্য়াৱলী বিষয়ে আলোচনা কৰা।

Discuss the Composition, Powers and Functions of High Court?

Ans.



৪। ভাৰতৰ বিচাৰ ব্য়ৱস্থা ন্য়ায়িক সমীক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰা।

Explain the necessity of Judicial Review in the Judicial System of India?

Ans.



৫। ভাৰতত ন্য়ায়িক সক্ৰিয়তা সম্পৰ্কে এটি আলোচনা কৰা।

Make a discuss on Judicial Activism in India.

Ans.




Question Type By - Kishor Nath









Post ID: DABP004407