ধৰ্ম আৰু ৰাজনীতিঃ ধৰ্ম নিৰপেক্ষতা আৰু সাম্প্ৰদায়িকতাবাদৰ বিতৰ্কসমূহ

 অধ্য়ায়ঃ ৫

সম্ভাব্য় প্ৰশ্নাৱলীঃ

(ক) অতি চমু প্রশ্ন (Very short question) : (১) ‘ধৰ্মনিৰপেক্ষ' শব্দটো পোন প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? Who used for the first time the word 'Secularism'?

Ans.

(২) ‘ধৰ্ম নিৰপেক্ষতা’ সম্পর্কে এন্‌চাইক্লোপেডিয়া বিটেনিকাৰৰ সংজ্ঞাটো লিখা। Write the definition given by Encyclopaedia Vritannica.

Ans.

(৩) ভাৰতীয় সংবিধান খন কেতিয়াৰ পৰা বলবৎ হৈছিল? When did the constitution of India came into force?

Ans.

(৪) ভাৰতীয় সংবিধানৰ কোন নম্বৰ সংশোধনে ধৰ্মনিৰপেক্ষ শব্দটো সংবিধানত অন্তভূর্ক্ত কৰিলে? Which Constitutional amendment incorporate the word 'Secular' in Indian Constitution?

(৫) ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত ধৰ্মীয় স্বাধীনতাৰ বিষয়ে উল্লেখ আছে? In which article of the Indian Constitution mention about religious liberty?

Ans.

(৬) ধৰ্মনিৰপেক্ষতাৰ ক্ষেত্ৰত দেখা দিয়া এটা বাধা উল্লেখ কৰা। Mention one hindrance to secularism in India.

Ans.

(৭) আধুনিক সমাজ ব্যৱস্থাত ধৰ্ম নিৰপেক্ষতাৰ এটা প্ৰয়োজনীয়তা উল্লেখ কৰা।

Write one necessity of secularism in modern society?

Ans.


(৮) ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ এটা ত্রুটি লিখা।

Write one drawback of Indian Secularism?

Ans.
(৯) Muslim women's Act কেতিয়া প্ৰণয়ন কৰা হৈছিল? When did Muslim women's Act passed?

Ans.

(১০) সাম্প্রদায়িকতাবাদৰ এটা সংজ্ঞা লিখা। Write one definition of Communalism?

Ans.
(১১) চিপাহী বিদ্রোহ কেতিয়া সংঘটিত হৈছিল? When did Sepoy Mutiny held?
Ans.

(১২) ভাৰতত সাম্প্ৰদায়িকতাবাদ উত্থানৰ এটা কাৰণ লিখা। Write one cause of the growth of Communalism?

Ans.
(১৩) সাম্প্রদায়িকতাবাদৰ এটা বৈশিষ্ট্য লিখা। Write one characteristic of communalism?

Ans.


(১৪) ভাৰতৰ সাম্প্ৰদায়িকতাবাদ ৰোধৰ এটা উপায় লিখা। Write one means for premoving communalism?

Ans.
(১৫) অযোধ্যাত বাবৰি মছজিদ কোনে নিৰ্মাণ কৰিছিল? Who constructed the Babari Masjid in Ayodhya?

Ans.
(১৬) বাবৰি মছজিদ ধ্বংস কাণ্ড কেতিয়া সংঘটিত হৈছিল? When did babri Masjid demolished?

Ans.
(১৭) ২০০২ চনত কোন ৰাজ্যত মুছলমান ধর্মালম্বী লোক সকলৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সংঘটিত হৈছিল? In which state Anti-Muslim Riot took place in 2002 ?

Ans.
(১৮) কোন চনত গোধৰা কাণ্ড সংঘটিত হৈছিল? In which year Godhara Incident was held?

Ans.
(১৯) উচ্চতম ন্যায়লয়ে অযোধ্যা বিবাদৰ চূড়ান্ত ৰায় কোন চনত দিয়া হয়?

When did the Supreme Court of India verdicated finally on Ayadhya issue?

Ans.
(খ) চমু প্রশ্ন (short question) : (১) ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ দুটা বৈশিষ্ট্য লিখা। Write two features of Indian Secularism.

Ans.
(২) ভাৰতীয় সংবিধানৰ কোন কোন অনুচ্ছেদত ধৰ্মীয় অধিকাৰৰ বিষয়ে উল্লেখ আছে?

In which articles of the Indian constitution mention about right to Religion?

Ans.
(৩) ভাৰতৰ ধৰ্ম নিৰপেক্ষতাবাদৰ দুটা বাধা লিখা। Write two hindrances to secularism in India?

Ans.


(৪) আধুনিক সমাজ ব্যৱস্থাত ধৰ্মনিৰপেক্ষতাৰ দুটা প্রয়োজনীয়তা লিখা। Write two neccesities of secularism in modern society.

Ans.
(৫) ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ দুটা সমালোচনা লিখা। Mention two criticim of Indian Secularism.

Ans.
(৬) ভাৰতত সাম্প্ৰদায়িকতাবাদ উত্থানৰ দুটা কাৰণ লিখা। Write two causes of the growth of communalism in India.

Ans.
(৭) সাম্প্রদাকিতাবাদৰ দুটা বৈশিষ্ট্য লিখা।

Write two characteristics of Communalism.

Ans.
(৮) সাম্প্রদায়িকতাবাদ উত্থানত শিক্ষানুষ্ঠানৰ ভূমিকা লিখা। Write the role of educational institution on the growth of commatism.

Ans.
(৯) ভাৰতৰ সাম্প্ৰদায়িকতাবাদ ৰোধৰ দুটা উপায় লিখা। Write two means for removing communalism.

Ans.
(১০) গোধৰা কাণ্ড ক'ত আৰু কেতিয়া সংঘটিত হৈছিল?

When and where Godhara Incident took place?

Ans.
(গ) চমুটোকা লিখা (Write Short Note) : (১) অযোধ্যা বিতর্ক (Ayodhya Debate)

Ans.


(২) ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষতাবাদ (Secularism in India)

Ans.
(৩) গোজৰাটৰ সাম্প্ৰদায়িক সংঘর্ষ (Communal Riot in Gujarat)

Ans.
(৪) ভাৰতৰ ৰাজনীতিত সাম্প্রদায়িকতাবাদ (Communalism in Indian Politics)

Ans.
(৫) সাম্প্ৰদায়িকতাবাদৰ প্ৰত্যাহ্বান (Challanges of Communalism)

Ans.
(৬) ভাৰতত সাম্প্ৰদায়িকতাবাদ উদ্ভৱৰ কাৰণ (Causes of the growth of Communalism in India)

Ans.
(৭) সাম্প্ৰদায়িকতাবাদ ৰোধ কৰাৰ উপায় (Measures to prevent communalism)

Ans.
(৮) গোধৰা কাণ্ড (Godhara Incident)

Ans.
(৯) ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ বৈশিষ্ট্য (Characteristics of Secularism in India)

Ans.
(১০) ভাৰতীয় সংবিধানত সন্নিবিষ্ট ধৰ্মনিৰপেক্ষতাৰ ব্যৱস্থা (System of Secularism emobodied in the Indian constitution)

Ans.
(১১) ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ বাধা সমূহ (Hindrances to secularism in India)

Ans.
(১২) ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ সমালোচনা (Criticism on Indian Secularism)

Ans.
(১৩) ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ বিতৰ্ক (Debate on Indian Secularism)

Ans.


(ঘ) ৰচনাধৰ্মী প্রশ্ন (Eassy type questions ) :

(১) ধৰ্মনিৰপেক্ষতাবাদ কাক বোলে? ভাৰতৰ ৰাজনীতিত ধৰ্ম নিৰপেক্ষতাবাদৰ ভূমিকা লিখা। (What is Secularism? Discuss the role of secularism in India)

Ans


(২) ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ বিতৰ্ক সমূহৰ বিষয়ে আলোচনা কৰা। (Discuss the debates on Indian Communalism)

Ans.
(৩) ভাৰতত সাম্প্ৰদায়িকতা উত্থানৰ কাৰণ সমূহৰ বিষয়ে বহলাই লিখা। (Explain the causes of the growth of communalism in India.)

Ans.


(৪) সাম্প্রদায়িকতাবাদ কাক বোলে? ভাৰতত সাম্প্ৰদায়িকতাবাদ ৰোধৰ উপায় সমূহৰ বিষয়ে লিখা। (What is communalism? Discuss the means for removing communalism in India)

Ans.


(৫) ৰাম জন্মভূমি আৰু বাবৰি মছজিদৰ ঘটনাৰ সবিশেষ বৰ্ণনা কৰা। (Discuss elaborately the Ramjanmabhumi and Babri Masjid incident.

Ans.
(৬) ‘ভাৰত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, কিন্তু ভাৰতীয় সমাজ ধৰ্ম নিৰপেক্ষ নহয়”- বাখ্যা কৰা। "India is a Secular State but not a secular society'-Expalin.

Ans.




Question Type By - Kishor Nath








Post ID: DABP004409