ভাৰতত ক্ষমতাৰ সংৰচনাঃ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, কেন্দীয় মন্ত্ৰী পৰিষদ, প্ৰধানমন্ত্ৰী, সংসদ-ৰাজ্য়সভা, লোকসভা আৰু ন্য়ায়পালিকা

 অধ্য়ায়ঃ ৪

সম্ভব্য় প্ৰশ্নাৱলীঃ

(ক) অতি চমু উত্তৰ (Very Short Questions)

(১) ইংৰাজী 'Caste' শব্দটো .................. ভাষাৰ পৰা আহিছে।

English words caste comes from ............... language

Ans.


(২) ভাৰতত পোনপ্ৰথমে কোনে জাতি শব্দটো ব্য়ৱহাৰ কৰে?

In India who did use for the first time the word caste?

Ans.


(৩) 'Fundamental of Sociology' নামৰ প্ৰন্থখনৰ লিখক কোন?

Who is the author of the book 'Fundamental of Sociology'?

Ans.


(৪) ভাৰতীয় চিন্তাবিদ সকলৰ মতে জাতি শব্দটো সংস্কৃত ................... পৰা আহিছে।

According to Indian thinkers the word caste is derived from the Sanskrit Word .............

Ans.


(৫) জাতিৰ এটা সংজ্ঞা লিখা।

Write one definition of caste.

Ans.


(৬) 'History of Human Marriage' গ্ৰন্থখনৰ লিখক কোন?

Who is the author of the book 'History of Human Marriage'?

Ans.


(৭) 'Caste' Class and Occupation' গ্ৰন্থ লিখক ..............

The author of the book 'History of Human Marriage'?

Ans.


(৮) জাতিৰ উৎপত্তি সম্পৰ্কীয় 'ধৰ্মীয় তত্ত্বৰ এজন পৃষ্ঠপোষকৰ নাম লিখা।

Name one exponent of the religious theory of caste.

Ans.


(৯) জাতিৰ উৎপত্তি সম্পৰ্কীয় ব্য়াহ্মণ্য় তত্ত্ব এটা দোষ লিখা।

Write one defect of the Brahmanical Theory of Caste.

Ans.


(১০) " State and Politics in Contemporary India' গ্ৰন্থখনৰ প্ৰয়োজনৰ নাম লিখা।

Write the name of the author of the book 'State and Politics in Contemporary India'

Ans.


(১১) জাতিপ্ৰথা আৰু গণন্ত্ৰৰ মাজৰ এটা প্ৰভেদ  লিখা।

Write one difference between Caste and Democracy.

Ans.


(১২) সামাজিক শ্ৰেণীৰ এটা সংজ্ঞা লিখা।

Write one definition of social class.

Ans.


(১৩) সামাজিক শ্ৰেণীৰ এটা বৈশিষ্ট্য লিখা। Write one characteristic of social class.

Ans.

(১৪) জাতি আৰু সামাজিক শ্ৰেণীৰ এটি প্রভেদ লিখা। Write one difference between class and caste.

Ans.

(১৫) পিতৃতন্ত্ৰৰ ইংৰাজী প্রতিশব্দ "Patriarchy' গ্রীক মূলশব্দ কোন দুটাৰ পৰা আহিছে?

Which are the two Greek words the english word patriarchy comes from?

Ans.


(১৬) পিতৃতন্ত্র কাক বোলে? What is patriarchy?

Ans.

(১৭) পিতৃতন্ত্ৰৰ এটা বৈশিষ্ট্য লিখা? Write one characteristic of Patriarchy.

Ans.

(১৮) পিতৃতন্ত্ৰৰ এটা মাধ্যমৰ নাম লিখা।

Name one pillar of patriarchy.

Ans.


(১৯) বৈদিক যুগত পৰিয়ালৰ মুৰব্বীজনক কি বোলা হৈছিল? What was the name of the head of the family in vedic era?

Ans.

(খ) চমু প্রশ্ন (Short Questions ) (১) জাতিৰ উৎপত্তি সম্পৰ্কীয় দুটা তত্ত্বৰ নাম লিখা। Name two theori of the origin of caste.

Ans.

(২) পৰম্পৰাগত জাতি তত্ত্বৰ দুটা দোষ লিখা। Write two demerits of traditional theory of caste.

Ans.

(৩) বৃত্তিগত তত্ত্বৰ দুজন পৃষ্ঠপোষকৰ নাম লিখা। Name two exponent of Occupational Theory of Caste.

Ans.

(৪) ভাৰতৰ ৰাজনীতিত জাতি প্ৰথাৰ প্ৰভাৱ বৃদ্ধিৰ দুটা কাৰণ লিখা।

Write two causes of increasing the role of caste in Indian politics.

Ans.


(৫) জাতিপ্ৰথা আৰু গণতন্ত্ৰৰ দুটা প্ৰভেদ লিখা। Write two difference between Caste and Democracy.

Ans.


(৬) সামাজিক শ্ৰেণীৰ দুটা বৈশিষ্ট্য লিখা। Write two characteristics of social class.

Ans.

(৭) সামাজিক শ্রেণী সম্বন্ধে দুটা তত্ত্বৰ নাম লিখা। Write two theories of social class.

Ans.


(৮) জাতি আৰু শ্ৰেণীৰ মাজৰ দুটা প্রভেদ লিখা। Mention two differences between caste and class.

Ans.


(৯) ভাৰতীয় সমাজত দেখা পোৱা দুটা শ্ৰেণীৰ নাম লিখা। Write two classes present in Indian societies.

Ans.


(১০) ইংৰাজী Patriarchy শব্দটো Greek ভাষাৰ ....... পৰা আহিছে। The english word 'Patriacrhy' derived from the Greek word..........and.

Ans.


(১১) পিতৃতন্ত্ৰৰ দুটা বৈশিষ্ট্য লিখা।

Write two characteristics of patriarchy.

Ans.

(১২) পিতৃতন্ত্র দুটা মাধ্যম উল্লেখ কৰা।

Name two pillars of Patriarchy.

Ans.

(গ) চমুটোকা লিখা (Write short notes)

(১) পৰম্পৰাগত জাতি তত্ত্ব (Traditional theory of caste)

Ans.


(২) জাতি সম্পর্কে বৃত্তিগত তত্ত্ব (Occupational theory of caste)

Ans.

(৩) জাতি সম্পর্কে গোষ্ঠীগত তত্ত্ব (Racial theory of caste)

Ans.


(৪) জাতি সম্পর্কে ব্রাহ্মণ্য তত্ত্ব (Brahmanical theory of caste)

Ans.

(৫) জাতি প্ৰথা আৰু গণতন্ত্র (Caste and democracy)

Ans.

(৬) জাতি প্ৰথা আৰু ৰাজ্যৰ ৰাজনীতি (Caste and state politics in India)

Ans.


(৭) সামাজিক শ্ৰেণীৰ বৈশিষ্ট্য (Characteristics of social class )

Ans.

(৮) সামাজিক শ্রেণী সম্পর্কে মার্ক্সীয় তত্ত্ব (Marxist theory on social class)

Ans.

(৯) সামাজিক শ্রেণী সম্পৰ্কে মেক্স ওৱেবাৰৰ তত্ত্ব (Maxweber's theory of social class)

Ans.

(১০) জাতি আৰু শ্ৰেণীৰ ব্যৱস্থাৰ পাৰ্থক্য (Difference between caste and class system)

Ans.


(১১) পিতৃতন্ত্ৰৰ বৈশিষ্ট্য (Characteristics of patriarchy)

Ans.

(১২) পিতৃতান্ত্ৰিক পৰিয়াল (Patriarchal family)

Ans.

(১৩) পিতৃতন্ত্ৰৰ মাধ্যম সমূহ (Pillars of patriarchy)

Ans.

(ঘ) ৰচনাধৰ্মী প্রশ্ন (Eassy type questions)

(১) ভাৰতীয় ৰাজনীতিত জাতিৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। Discuss the importance of caste system in Indian politics.

Ans.

(২) জাতি কাক বোলে? জাতি প্ৰথা উৎপত্তিৰ বিভিন্ন তত্ত্ব সমূহৰ বিষয়ে আলোচনা কৰা। What is caste? Discuss the various theories of the origin of caste.

Ans.


(৩) ৰাজ্যৰ ৰাজনীতিত জাতিৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা। Discuss the role of caste in the states of India.

Ans.

(৪) জাতি প্ৰথা আৰু গণতন্ত্ৰৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। Discuss the relationship between caste system and democracy.

Ans.


(৫) সামাজিক শ্ৰেণী কাক বোলে?

What is social class? Discuss elaborately the characteristics of social class.

Ans.


(৬) সামাজিক শ্ৰেণী সম্পৰ্কীয় বিভিন্ন তত্ত্ব সমূহৰ বিষয়ে লিখা।

Explain the various theories about the origin of social class.

Ans.


(৭) ভাৰতীয় ৰাজনৈতিক ব্য়ৱস্থাত সামাজিক শ্ৰেণীৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা।

Discuss the role of social class in Indian political system.

Ans.


(৮) পিতৃতান্ত্ৰিকতাৰ বিভিন্ন মাধ্য়ম সমূহৰ বিষয়ে বহলাই লিখা।

Explain elaboratcly the pillars of patriarchy.

Ans.


(৯) ভাৰতীয় সমাজ ব্য়ৱস্থাত পিতৃতন্ত্ৰৰ স্থান সম্পৰ্কে আলোচনা কৰা?

Discuss the status of patriarchy in Indian Social System.

Ans.



Question Type By - Kishor Nath





Post ID: DABP004408