ৰাজনৈতিক দল আৰু ভাৰতৰ দলৈয় ব্য়ৱস্থা

অধ্য়ায়ঃ ৬

সম্ভাব্য় প্ৰশ্ন দিয়া (Very short answerable questions) :

(১) ৰাজনৈতিক দলৰ এটা সংজ্ঞা লিখা।

Write one definition of political party.

Ans.


(২) কোনখন দেশত পোন প্ৰথলমে ৰাজনৈতিক দল গঠন হৈছিল?

In which state political party was formed at first?

Ans.


(৩) বাৰকতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি?

What is the name of the first political party in India?

Ans.


(৪)                         চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয়।

The year                       Indian National Congress was formed.

Ans.


(৫) মুচলীম কেতিয়া গঠন হৈছিল?

When did the Muslim league form?

Ans.


(৬) বাৰতৰ এটা বাওঁপন্থী দলৰ নাম লিখা।

name one leftist party in India.

Ans.


(৭) বাৰতৰ ৰাজনৈতিক দলৰ এটা বৈশিষ্ট্য় উল্লেখ কৰা।

Mention one characteristic of India party system.

Ans.


(৮) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন?

Who was the founder of Indian National Congress?

Ans.


(৯)                       চনত ভাৰতীয় জনতা দলৰ জন্ম হৈছিল।

The Year                           Bharatiya Janata party was formed.

Ans.


(১০) ডি.এম.কে. দলৰ সম্পূৰ্ণ নামটো লিখা।

Write the full form of D.M.K. Party

Ans.


(১১) অসম গণ পৰিষদ এক                       দল।

Assam Gana Parishad is a                       Party.

Ans.


(১২) আঞ্চলিক দল উদ্ভাৱৰ এটা কাৰণ দিয়া।

Write one factor for the growth of Regional Party.

Ans.


(১৩) বাৰতৰ দলীয় ব্য়ৱস্থা দ্বি-দলীয়। (সত্য়নে অসত্য় লিখা)

Indian party system is bicameral. (Write true or false)

Ans.


(১৪) ১৯৬৪ চনত চি.পি.এম দলৰ জন্ম হয়। (সত্য়নে অসত্য় লিখা)

In the year 1964 CPM party was formed. (Write true or false.)

Ans.


(১৫) ভাষাৰ ভিত্তিত গঠিত হোৱা ভাৰতৰ এটা আঞ্চলিক দলৰ নাম লিখা।

Write the name of one regional party in India based on language.

Ans.


(খ) চমু উত্তৰৰ প্ৰশ্ন দিয়া (Short answerable questions)

(১) বৃটিছ ঔপনিবেশিকৰ সময়ছোৱাত গঠন হোৱা বাৰতৰ দুটা ৰাজনৈতিক দলৰ নাম লিখা।

Name two political parties of India formed during the British Colonial period.

Ans.


(২) ভাৰতৰ ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য় লিখা।

Write two features of Indian party system.

Ans.


(৩) ভাৰতীয় জাতীয় কংগ্ৰেছৰ দুটা নীতি লিখা।

Write two principles of Indian National Congress.

Ans.


(৪) চি পি আই দলৰ দুজন প্ৰধান নেতাৰ নাম লিখা।

Write two names of the prominent leaders of the C.P.I..

Ans.


(৫) ভাৰতীয় জনতা দল কেতিয়া গঠন হৈছিল? দলৰ প্ৰথম সভাপতিৰ নাম কি?

When did the NJP form? What is the name of the first president of BJP?

Ans.


(৬) সৰ্বভাৰতীয় দৃষ্টিভংগী থকা দুটা ৰাজনৈতিক দলৰ নাম লিখা।

name two national political parties in India.

Ans.


(৭) ভাৰতৰ দুটা আঞ্চলিক দলৰ নাম লিখা।

Name two regional parties in India.

Ans.


(৮) ভাৰতত আঞ্চলিক দল উদ্ভৱৰ দুটা কাৰণ লিখা।

Write two factors for the growth of regional political parties in India.

Ans.


(৯) AIADMK কেতিয়া গঠন হৈছিল আৰু কোনে পএই দল প্ৰতিষ্ঠা কৰিছিল?

When did AIADMK form and who was the founder of this party?

Ans.


(১০) তোলণ্ড দেশম দল কোন চনত গঠন হয়? এই দলৰ প্ৰতিষ্ঠাতা জন কোন আছিল?

In which year Telegu Desam was formed? Who was the founder of this party?

Ans.


(গ) চমুটোকা (Short notes) :

(১) বৃটিছ ঔপনিবেশিক শাসনত ভাৰতীয় দলীয় ব্য়ৱস্থাৰ উৎপত্তি আৰু বিকাশ।

Write the Evolution and development of Indian party system during the colonial period of British.

Ans.


(২) ভাৰতৰ ৰাজনৈতিক দলৰ বৈশিষ্ট্য়।

Characteristics structure of Indian National Congress.

Ans.


(৩) ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাংগঠনিক দিশ।

Organisational structure of Indian National Congress.

Ans.


(৪) ভাৰতীয় সাম্য়বাদী দল (CPI) ৰ সাংগঠনিক দিশ।

The organisational structure of CPI.

Ans.


(৫) ভাৰতীয় জনতা দলৰ নীতি আৰু কৰ্মসূচী।

The principles and politics of BJP.

Ans.


(৬) অসম গণ পৰিষদ।

Asom Gana Parishad.

Ans.


(৭) তেলেণ্ড দেশম ভূমিকা।

Telegu Desam party.

Ans.


(৮) বিৰোধী দলৰ ভূমিকা।

Role of opposition party.

Ans.


(৯) ডি এম কে কৰ্মসূচী আৰু নীতিসমূহ।

Function of regional political parties.

Ans.


(১০) আঞ্চলিক ৰাজনৈতিক দলৰ বৈশিষ্ট্য়।

Feature of regional political parties.

Ans.


(ঘ) ৰচনা ধৰ্মী প্ৰশ্ন (Eassy type questions)

(১) ৰাজনৈতিক দল কাক বোলে? ভাৰতৰ ৰাজনৈতিক দল সমূহৰ ক্ৰম বিকাশৰ বিষয়ে বহলাই লিখা।

What is political party? Elaborately discuss about the evolution of Indian party system.

Ans.


(২) ভাৰতৰ ৰাজনৈতিক দলৰ বৈশিষ্ট্য় সমূহ আলোচনা কৰা।

Discuss the characteristics features of Indian party system.

Ans.


(৩) ভাৰতীয় জাতীয় কংগ্ৰেছ বিষয়ে বহলাই আলোচনা।

Broadly discuss about the Communist Party of India.

Ans.


(৪) ভাৰতীয় জনতা পাৰ্টি উত্থান আৰু নীতিসমূহৰ বিষয়ে বহলাই লিখা।

Discuss about the Communist Party of India (CPI)

Ans.


(৫) ভাৰতীয় জনতা পাৰ্টি উত্থান আৰু নীতিসমূহৰ বিষয়ে বহলাই লিখা।

Discuss elaborately about the evolution and principles of BJP.

Ans.


(৬) ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ উত্থানৰ কাৰণসমূহ বৰ্ণনা কৰা।

Explain the causes for the growth of regional political parties in India.

Ans.


Question Type By - Kishor Nath







Post ID: DABP004392