বিনায়ক দামোদৰ সাবৰকাৰ  (১৮৮৩-১৯৬৬)

অধ্য়ায়ঃ ৯

প্ৰশ্নৱলীঃ

[A] বস্তুনিষ্ঠ প্ৰশ্ন (Objective Type Questions)ঃ

১। বীৰ সাৱৰকাৰক জনা যায় -

Veer Savarkar is also known as -

(a) জাতিৰ  পিতা (Father of Nation)                            (b) হিন্দুত্বৰ পিতৃ (Father of Hindutya)

(c) বোম্বেৰ পিতৃ (Father of Bombai)                            (d) জৈনবাদৰ পিতৃ (Father of Jainism)

Ans.


২। সাবৰকাৰৰ কেতিয়া জন্ম হৈছিল?

When was Savarkar born?

(a) ২২ জুন ১৮৩৩ (22 June, 1833)                                (b) ২৮ মে' ১৮৮৩ (28 May, 1873)

(c) ১২ মে' ১৯৮৮ (12 May, 1988)                                  (c) ২৮ মে' ১৮৭৩ (28 May, 1873)

Ans.


৩। কিমান চনত সাবৰকাৰে ডেমোক্ৰেটিক স্বৰাজ পাৰ্টিত যোগদান কৰে?

In which year Savarkar joined in Hindu Mahasabha?

(a) ১৯৩৮ চনত (1936)                            (b) ১৯৩৭ চনত (1937)

(c) ১৯৩৮ চনত (1938)                            (d) ১৯৩৫ চনত (1935)

Ans.


৪। কিমান চনত সাবৰকাৰে ডেমোক্ৰেটিক স্বৰাজ পাৰ্টিত যোগদান কৰে?

In which year Savarkar for how many years in Jail?

(a) ১৯৩৬ চনত (1936)                                (b) ১৯৩৭ চনত (1937)

(c) ১৯৩৮ চনত (1938)                                (d) ১৯৩৯ চনত (1939)

Ans.


৫। সাবৰকাৰ কিমান বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হৈছিল?

Savarkar was sentenced for how many years in Jail?

(a) ৬০ বছৰ (60 years)                            (b) ৫০ বছৰ (50 years)

(c) ৩০ বছৰৰ (30 years)                             (c) ৪০ বছৰ (40 years)

Ans.


৬। সাবৰকাৰ কেতিয়া মৃত্য়ু হৈছিল?

When did Savarkar died?

(a) ২৯ মাৰ্চ, ১৯৬৬ (29 March, 1966)                            (b) ১৫ জানুৱাৰী, ১৯৬৬ (15 January, 1966)

(c) ২৬ ফেব্ৰুৱাৰী, ১৯৬৬ (26 Feb., 1966)                    (d) ৩১ নৱেম্বৰ, ১৯৬৬ (31 Nov. 1966)

Ans.


৭. " মিত্ৰ মেলা" কি আৰু ইয়াৰ জন্মদাতা কোন?

What is "Mitra Mela" and who is the founder of it?

Ans.


৮। লণ্ডনৰ "ইণ্ডিয়া হাউছা" কিয় বিখ্য়াত আছিল?

Why did the "India House" at London become famous for?

Ans.


৯। সবৰকাৰ কোন গ্ৰন্থত তেওঁৰ হিন্দুত্ব আলোচনা আগবঢ়াইছে?

In which book does Savarkar put forward his theory of Hindutva?

Ans.


১০। "Indian War of Independence"-ৰ লিখক কোন?

Who is the author of "Indian War of Independence"?

Ans.


১১। সবৰকাৰ "হিন্দু"ৰ সংজ্ঞাৰ ভিত্তি কি?

What is the basis of Savarkar's definitions of a  Hindu?

Ans.


১২। সবৰকাৰে কিয় দ্বিতীয় বিশ্বযুদ্ধত বৃটিছ পক্ষক সমৰ্থন কৰিছিল?

Why did Savarkar support the British in the Second World War?

Ans.


১৩। মিত্ৰমোলা কোনে প্ৰতিষ্ঠা কৰিছিল? 

(Who founded Mitramela?)

Ans.


[B] চমু উত্তৰৰ বাবে ( For Short Answers)ঃ

১। লণ্ডনত থকা সময়ত সবৰকাৰৰ দেশভক্তিমূলক  কাৰ্যসমূহ উল্লেখ কৰা।

State the patriotic activities of Savarkar during his stay in London.

Ans.


২। ভাৰতবৰ্ষৰ ভৌগোলিক পৰিসীমাৰ ওপৰত সবৰকাৰৰ মত উল্লেখ কৰা।

State Savarkar's view's on the geographical boundary of India.

Ans.


৩। হিন্দু সভ্য়তাৰ ওপৰত সবৰকাৰৰ অভিমত কি আছিল?

What was Savarkar's views on the Hindu civilization?

Ans.


৪। হিন্দু সংগঠনকি?

What is Hindu Sangathan?

Ans.


৫। সবৰকাৰৰ "দুই ৰাষ্ট্ৰ"ৰ তত্ত্ব কি?

What is "Two Nations" theory of Savarkar?

Ans.


[C] চমুটোকা লিখা (Write Short Notes)ঃ

১। সাবৰকাৰৰ হিন্দু ৰাষ্ট্ৰবাদী চিন্তাধাৰা (Savarkar's Hindu nationalist thinking)

Ans.


২। উগ্ৰ হিন্দু ৰাষ্ট্ৰবাদ (Militant Hindu nationalism)

Ans.


[D] ৰচনাধৰ্মী প্ৰশ্ন (Descriptive Questions)ঃ

১। সাবৰকাৰৰ হিন্দুত্ব তত্ত্বৰ আলোচনা কৰা।

Discuss Savarkar's Theory of 'Hindutva'.

Ans.


২। উগ্ৰ হিন্দু ৰাষ্ট্ৰবাদী হিচাপে সাবৰকাৰৰ জীৱনৰ ওপৰত এটি টোকা লিখা।

Write a note on the life of Savarkar as a Militant Hindu Natisnalist.

Ans.


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Question Type By - Kishor Nath





Post ID: DABP004386