জৱাহৰলাল ননেহৰু (১৮৮৯-১৯৬৮)

অধ্য়ায়ঃ ১০

প্ৰশ্নাৱলীঃ

[A] বস্তুনিষ্ঠ প্ৰশ্ন ( Objective Type Questions)ঃ

১। 'The Discovery of India' নামৰ গ্ৰন্থৰ লিখক কোন?

Who is the author of the book titled, The Discovery of India?

Ans.


২। A letter from Father of his Daughter-ৰ লিখক কোন?

Ans.


৩। "Glimses of World History"-ৰ লিখক কোন? (Who is the author of "Glimses of World History"?)

Ans.


৪। নেহৰু কাৰ ৰাজনৈতিক ভাবধাৰাদ্বাৰা প্ৰভাৱান্বিত হৈছিল? Whose political idea did influence Nehru?

Ans.


৫। "Home Roel League"-ৰ প্ৰতিষ্ঠাপক কোন? (Who founded "Home Role League"?

Ans.


৬। নেহৰুৰ ব্য়ক্তিত্বৰ এটি বৈশিষ্ট্য় উল্লেখ কৰা। (State a characteristics feature of Nehru's personality.)

Ans.


৭। Write the name of one western write who influenced the outlook of Nehru.

Ans.


৮। "পূৰ্ণ স্বাধীনতা"ৰ প্ৰস্তাৱ ক'ত গৃহীত হৈছিল?

(Where the proposal for 'Complete freedom' was accepted?)

Ans.


৯। The Discovery of India কিতাপখন লিখিছিল (The Discovery of India was written by-)

(i) Jawaharlal Nehru (জৱাহৰলাল নেহৰু)                 (ii) Mahatma Gandhi (মহাত্মা গান্ধী)

(iii) M.N. Roy (এম.এন. ৰায়)                                (iv) J.P. Narayan (জে.পি. নাৰায়ণ)

Ans.


[B] চমু উত্তৰৰ বাবে (For Short Answers)ঃ

১। নেহৰু জাতীয়তাবাদী চিন্তাধাৰাৰ বিকাশৰ দুটা কাৰণ উল্লেখ কৰা।

Mention two causes for the development of nationalistic attitude in Nehru.

Ans.


২। Mention two feature of Nehru's concept of Democracy.

Ans.


৩। নেহৰুৰ জীৱনত প্ৰভাৱ পেলোৱা দুগৰাকী লিখকৰ নাম লিখা।

State two writes who influence Nehru's life.

Ans.


৪। নেহৰুৰ উদাৰবাদী চিন্তাধাৰাৰ দুটা লক্ষণ উল্লেখ কৰা।

Mention two signs of liberal political thought in Nehru.

Ans.


৫। নেহৰুৰ গণতন্ত্ৰৰ ধাৰণাৰ দুটা বৈশিষ্ট্য় উল্লেখ কৰা। State two feature of Nehruvian democracy.)

Ans.


৬। নেহৰুৰ সমাজবাদৰ দুটা বৈশিষ্ট্য় লিখা।(Write two feature of Nehruvian socialism.)

Ans.


৭। আন্তৰ্জাতিকতাবাদৰ ওপৰত নেহৰুৰ দটা অৱদান উল্লেখ কৰা।

Mention two contributions by Nehru on Internationalism.

Ans.


৮। Mention two books written by Nehru.

Ans.


[C] চমুটোকা লিখা (Short Notes)ঃ

১। নেহৰুৰ গোষ্ঠীনিৰপক্ষতা (Nehru's Concept of Non-alignment)

Ans.


২। পঞ্চশীল নীতি (Doctrine of Panchasheel)

Ans.


৩। নেহৰুৰ সমাজবাদ (Nehru's Socialism)

Ans.


৪। নেহৰুৰ পৰিকল্পনাত অৰ্থনীতি (Nehru's Planned Economy)

Ans.


[D] ৰচনাধৰ্মী প্ৰশ্ন (Descriptive Questions)ঃ

১। নেহৰু গণতন্ত্ৰৰ ধাৰণা ব্য়খ্য়া কৰা। (Explain Nehru's concept of democracy.)

Ans.


২। সমাজ সংস্কাৰক হিচাপ  জ্য়োতিৰাাও ফুলেৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

Describe the role of Jyotirao Phule as a social reformer.

Ans.


৩। ভাৰতৰ স্বাধীনতা আন্দোলনত নেহৰুৰ ভূমিকা বৰ্ণনা কৰা।

Describe the role of Nehru in the Freedom Movement of India.

Ans.


৪। নেহৰুৰ ৰাজনৈতিক ধাৰণাসমূহ পৰিক্ষা কৰা। (Examine the Politics Ideas of Nehru.)

Ans.


৫। উদাৰপন্থী ৰাজনৈতিক চিন্তাবিদ হিচাপে নেহৰুৰ মূল্য়ায়ন কৰা।

Make an estimate of Nehru as a liberal political thinker.

Ans.


৬। গণতন্ত্ৰ আৰু জাতীয়তাবাদ সম্পৰ্কত নেহৰুৰ ধাৰণা ব্য়াখ্য়া কৰা।

Explain Nehru's views on Democracy and Nationalism.

Ans.


৭। Analyze Jawaharlal Nehru's views on nationalism.

Ans.


৮। নেহৰুৰ গোষ্ঠীনিৰপেক্ষতাৰ ধাৰণাৰ বৰ্ণনা দিয়া। (Narrate Nehru's Concept of 'Non-Alignment'.)

Ans.


৯। নেহৰুৰ ৰাষ্ট্ৰৰ ধাৰণাৰ বিচাৰ কৰা। (Examine Nehru's Concept of Non-Alignment.)

Ans.


১০। ধৰ্মনিৰপেক্ষতাবাদ আৰু পঞ্চশীল সম্পৰ্কত নেহৰুৰ ধাৰণাৰ বিশ্লেষণ কৰা।

Analyse Nehru's ideas on Secularism and Panchsheel.

Ans.


১১। আন্তঃৰাষ্ট্ৰীয়বাদ সম্পৰ্কত নেহৰুৰ ধাৰণা ব্য়াখ্য়া কৰা। (Explain Nehru's views on Socialism.)

Ans.


১২। আন্তঃৰাষ্ট্ৰীয়বাদ সম্পৰ্কত নেহৰুৰ ধাৰণাৰ বিশ্লেষণ কৰা।

Write a note on Nehru's concept of Internationalism.

Ans


১৩। সাম্য়বাদ সম্পৰ্কত নেহৰুৰ ধাৰণা আলোচনা কৰা। (Discuss Nehru's views on Communism.)

Ans.


১৪। নেহৰুৰ অৱৱদান বৰ্ণনা কৰা। (Describe the contributions of Nehru.)

Ans.


১৫। নেহৰুৰ স্বাধীনতা আৰু পৰিকল্পনাত অৰ্থনীতিৰ বিষয়ে এটি টোকা লিখা।

Write a note on Freedom and Planned Economy as conceived by Nehru.

Ans.


১৬। ৰাজনৈতিক চিন্তাবিদ হিচাপে নেহৰু আৰু গান্ধীৰ সাদৃশ্য় আৰু বৈসাদৃশ্য় আঙুলিয়াই দিয়া। 

(Point out the similarities and differences between Gandhi and Nehru as political thinker.)

Ans.


১৭। নেহৰুৰ ৰাজনৈতিক ধাৰণাৰ মূল্য়য়ন কৰা। 

(Evaluate the political ideas of Nehru.)

Ans.


১৮। "বলচেভিকবাদ আৰু ফেচিবাদ হৈছে পশ্চিমৰ ঢৌ।" - (নেহৰু) - মন্তব্য় দিয়া।

'Bolshevism and Fascism are the waves of the West'. (Nehru) - Comment.

Ans.


১৯। নেহৰুৰ শান্তিপূৰ্ণ সহাৱস্থান নীতিৰ (পঞ্চশীল) বিষয়ে মন্তব্য় দিয়া।

Comment on Nehru's policy of peaceful co-existence. (Panchsheel)

Ans.


২০। নেহৰুৰ আধুনীকতাবাদৰ বিষয়ে টোকা লিখা। 

(Write notes on Nehru's concept of Modernism.)

Ans.


২১। (i) নেহৰুৰ সমাজবাদী চিন্তাধাৰী (Comment on Socialist ideas of Nehru.)

Ans.


(ii) ভাৰতৰ জাতীয়বাদ সম্পৰ্কে নেহৰু। (Nehru's views on India Nationalism.)

Ans.


২২। নেহৰুৰ আধুনিক ভাৰতৰ স্ৰষ্টা হিচাপে বিবেচনা কৰানে? তেওঁৰ ৰাজনৈতিক ধাৰণাৰ ভিত্তিত তোমাৰ মতামত প্ৰকাশ কৰা। (Do you consider Nehru an architect of modern India? Explain your position with reference to his important political ideas.)

Ans.


২৩। Write in brief about the concept of Democracy as advocated by Nehru.

Ans.


২৪। Write about Nehru's concept of Nationalism.

Ans.


২৫। নেহৰুৰ চিন্তাধাৰাৰ দাৰ্শনিক ভেঁটি আলোচনা কৰা।

Discuss the philosophical foundations of Nehru's thought.

Ans.


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Question Type By - Kishor Nath






Post ID: DABP004387