মানৱেন্দ্ৰ নাথ ৰয় ঃ চৰম মানৱতাবাদ 

অধ্য়ায়ঃ ১২

প্ৰশ্নৱলীঃ

১। বস্তুনিষ্ঠ প্ৰশ্ন (Objective Types Questions) :

(ক) মানৱেন্দ্ৰ ৰায়ৰ প্ৰকৃত নাম কি? (What was the original Name of M.N. Roy?)

Ans.


(খ) "India in Transition"-ৰ লিখক কোন? (Who is the author of "India in Transition"?)

Ans.


(গ) মানৱেন্দ্ৰ ৰয় কিয় ছোভিয়েট ৰাছিয়ালৈ গৈছিল? (Why did M.N. Roy go to Soviet Russia?)

Ans.


(ঘ) "Radical Humanist" কি? (What is "Radical Humanist"?)

Ans.


(ঙ) মানৱেন্দ্ৰ ৰায়ৰ মতে ব্য়ক্তিস্বাধীনতা ৰক্ষা আৰু অৰ্থনৈতিক বিকাশ কেনেকৈ সাধন কৰিব পৰা যায?

Ans.


২। চমু উত্তৰৰ বাবে (For Short Answers) :

(ক) মানৱেন্দ্ৰ ৰায়ৰ গান্ধীবাদৰ ওপৰত দিয়া দুটা অভিমত উল্লেখ কৰা।

(State two views on Gandhism given by M.N. Roy.)

Ans.


(খ) চৰম মানৱতাবাদৰ দুটা বৈশিষ্ট্য় লিখা (Mention two features of Radical Humanism.)

Ans.


(গ) মানৱেন্দ্ৰ ৰায়ে মাৰ্ক্সবাদৰ ওপৰত দিয়া দুটা সমালোচনাত্মক উক্তি উল্লেখ কৰা।

(Mention two critical points given by M.N. Roy on Marxism.)

Ans.


(ঘ) Mention two characteristics of New Humanism as propounded by M.N. Roy.

Ans.


(ঙ) মানৱেন্দ্ৰ ৰায় আৰু গান্ধীৰ চিন্তাধাৰাৰ মাজৰ দুটা বৈসাদৃশ্য় লিখা।

(State two dissimilarities in M.N. Roy and Gandhi's thought.)

Ans.


(চ) নৱ মানৱতাবাদৰ দুটা বশিষ্ট্য় লিখা। 

(Write two features of New Humanism.)

Ans.


৩। চমুটোকা লিখা (Short Notes) :

(ক) চৰম মানৱতাবাদ (Radical Humanism.)

Ans.


(খ) সমবায় সমাজবাদ (Co-operative Socialism.)

Ans.


(গ) মানৱেন্দ্ৰ ৰায়ৰ আন্তৰ্জাতিকতাবাদ (M.N. Roy Internationalism.)

Ans.


(ঘ) মানৱেন্দ্ৰ ৰায়ৰ পৰিকল্পিত অৰ্থনীতিৰ ধাৰণা (M.N. Roys idea of Planned Economy.)

Ans.


৪। ৰচনাধৰ্মী প্ৰশ্ন (Descriptive Questions) :

(ক) মানৱেন্দ্ৰ ৰায়ৰ ৰাজনৈতিক ধাৰণাসমূহ আলোচনা কৰা। (Describe the Political Ideas of M.N. Roy.)

Ans.


(খ) মানৱেন্দ্ৰ ৰায়ৰ এজন মাৰ্ক্সবাদৰ হিচাপে প্ৰক্ষেপ কৰা।

Ans.


(গ) মানৱেন্দ্ৰ ৰায়ৰ অৰ্থনৈতিক ধাৰণাসমূহ আলোচনা কৰা। (Discuss the economic ideas of M.N. Roy.)

Ans.


(ঘ) What is organized democracy of M.N. Roy? Analyse its characteristic and limitation.

Ans.


(ঙ) ৰাজনৈতিক চিন্তাবিদ হিচাপে মানৱেন্দ ৰায় দআৰু মহাত্মা গান্ধীৰ এক তুলনামূলক আলোচনা কৰা।

(Make a comparative study of Mahatma Gandhi and M.N. Roy as political thinkers.)

Ans.


(চ) মানৱেন্দ্ৰ ৰায়ৰ নৱ মানৱতাবাদৰ ধাৰণাটো বিশ্লেষণ কৰা। (Analyse M.N. Roy's views on New Humanism.)

Ans.


(ছ) এম.এন ৰায়ৰ 'নতুন মানৱতাবাদ' ধাৰণাৰ ব্য়াখ্য়া কৰা। (Explain M.N. Roy's concept of 'new humanism'.)

Ans.


(জ) মানৱেন্দ্ৰ ৰায়ৰ নৱ-গণতন্ত্ৰৰ ধাৰণাটো আলোচনা কৰা। (Discuss Roy's concept of New Democracy.)

Ans.


(ঝ) Write a short essay on Raja Ram Mohan roy's views on Social Reform.

Ans.


Question Type By - Kishor Nath







Post ID: DABP004389