মহাত্মা গান্ধী (১৮৬৯-১৯৪৮) 

Mahatma Gandhi (1869-1948) 

অধ্য়ায় ৫ 

প্ৰশ্নাৱলী

{A} বস্তুনিষ্ঠ প্ৰশ্ন (Objective) Type Questions):

১। গান্ধী জীৰ জন্ম ক'ত হৈছিল

Where was Gandhiji Born?)

(a) পোৰবন্দৰ (Porbandar)

(b) ৰাজকোট (Rajkot)

(c) আহমেদাবাদ (Ahmedabad)

(d) দিল্লী (Delhi)

উত্তৰঃ


২। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল?

Who was the political Guru of Mahatma Gandhi?

(a) ৰবীন্দ্ৰনাথ ঠাকুৰ (Rabindra Nath Tagroe) 

(b) স্বামী বিবেকানন্দ (Swami Bibekananda) 

(c) গোপাল কৃষ্ণ গোখলে ( G. K. Gokhle 

(d) ওপৰৰ এটাও নহয় (None of the abvoe)

উত্তৰঃ


৩। Unto This Last' গ্ৰন্থখনৰ ৰচক কোন?

Who is the author of the book 'Unto This Last'?

(a) জন ৰাস্কিন (John Ruskin)

(b) ৰাস্কিন বণ্ড (Ruskin Bond)

(c) হাৰমান কেলেনবাচ (Hermen Kallenbach) 

(d) লুইচ ফিচ্চাৰ (Louis Fischer) 

উত্তৰঃ


৪। তলৰ কোনটো গান্ধীজীৰ মতে সত্যাগ্ৰহৰ প্ৰয়োজনীয় নীতি—

Which of the following according to Gandhi is an essential principle of Satyagraha

(a) অহিংসা (Non-violence)

(b) সত্য (Truth)

(c) ভয় (Fear)

(d) (a) আৰু (b) ((a) and (b))

উত্তৰঃ


৫। তলৰ কোনখন গ্ৰন্থ গান্ধীজীৰদ্বাৰা ৰচিত—

Which one of the following books is the work of Gandhi

(a) Light of India

(b) Hind Swaraj

(c) My Experiment with truth

(d) Both (b) & (c)

উত্তৰঃ


৬। 'The Satyagraha' গ্ৰন্থখন লিখা হৈছিল——

Book 'the Satyagraha' was originally written in

(a) ইংৰাজী ভাষাত (English) 

(b) হিন্দী ভাষাত (Hindi)

(c) গুজৰাটী ভাষাত (Gujrati )

(d) বাংলা ভাষাত (Bengali)

উত্তৰঃ


৭। গান্ধীৰ মতে, ‘স্বৰাজ' শব্দৰ অৰ্থ কি?

What did Gandhiji mean by 'Swaraj'? 

(a) দেশৰ বাবে স্বাধীনতা (Freedom for the Country)

(b) স্ব-চৰকাৰ (Self-Government)

(c) সম্পূর্ণ স্বাধীনতা (Complete Independence)

(d) দেশৰ নাগৰিকসকলৰ বাবে স্বাধীনতা (Freedom for the meanest of the Country Men)

উত্তৰঃ


৮। ‘হিন্দ স্বৰাজ' গ্ৰন্থৰ ৰচক হ'ল—

The author of 'Hind Swaraj' is— 

(a) মহাত্মা গান্ধী (Mahatma Gandhi)

(b) পুতুলি বাঈ (Putuli Bai)

(c) তিলক (Tilak)

(d) জৱাহৰলাল নেহৰু (Jawaharlal Nehru )

উত্তৰঃ


৯। 'হিন্দ স্বৰাজ প্ৰকাশিত হৈছিল ('Hind Swaraj published in ) -

(a) ১৯০৯ (1909)

(b) ১৮০৯ (1809)

(c) ১৯১৯ (1919)

(d) ১৮১৯ (1819)

উত্তৰঃ

১০। প্ৰথম বাবে মোহনদাস কৰমচাঁদ গান্ধীক কোন 'মহাত্মা উপাধিৰে বিভূষিত কৰিছিল?

Who addressed Mohandas Karamchand Gandhi as 'Mahatma' for the first tome?

উত্তৰঃ


১১। "অহিংসা হিংসাতকৈ শ্ৰেষ্ঠা নীতি" কাৰ বাণী?

Who say. "Non-Violence is a superior principle to violence?"

উত্তৰঃ


১২। "Unto this last"-ৰ লিখক কোন ? (Who wrote "Unto this last"?)

উত্তৰঃ


১৩। গান্ধীজীৰ গণতান্ত্ৰিক ব্যৱস্থা কি নীতিৰ ওপৰত প্ৰতিষ্ঠিত

On What principle does Gandhi's democratic system base?

উত্তৰঃ 


১৪। গান্ধীজীৰ মতে স্বাধীনতাীক উপলব্ধি কৰাৰ উপায় কি?

According to Gandhi, What is the means of realising freedom?

উত্তৰঃ


১৫। Mention one technique of Satyagraha.

উত্তৰঃ


১৬। গান্ধীজীয়ে উল্লেখ কৰা সত্যাগ্ৰহৰ এটা কৌশল লিখা।

Write two techniques of 'Satyagraha' mentioned by Gandhiji.

উত্তৰ-


{B} চমু উত্তৰৰ বাবে (for Short Answers):

১। গান্ধীজীৰ সত্যাগ্ৰহ ধাৰণাটো সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা।

Briefly explain Gandhiji's concept of Satyagraha. 

উত্তৰ-


২।গান্ধীজীৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা।

(Mention two books Written by Gandhiji. 

উত্তৰ-


৩। " গান্ধীৰ ৰাজনৈতিক জীৱনৰ পৰ্যায়সমূহৰ উল্লেখ কৰা।

(Mention the phases of Gandhi's political life.)

উত্তৰ-


৪। "গান্ধীবাদ"ক দৰ্শন হিচাপে প্ৰতিন্ন কৰিবলৈ দুটা যুক্তি দিয়া।

Pot two arguments in fa-our of Gandhism as Philosophy.

উত্তৰ-


৫। গান্ধীবাদী অৰ্থনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা।

Write two features of Gandhism economic system.

উত্তৰ-


৬। গান্ধীবাদৰ দুটা দোষ উল্লেখ কৰা। 

(Mention two demerits of Gandhism.)

উত্তৰ-


৭। সত্যাগ্ৰহৰ চাৰিটা কৌশল উল্লেখ কৰা

 (Mention a  note on the contribution of Gandhiji.)

উত্তৰ-


৮। গান্ধীজীৰ অৱদানৰ বিযয়ে এটা টোকা লিখা। 

(Write a note on the contribution of Gandhiji.)

উত্তৰ-


{C} চমুটোকা লিখা (Short Notes):

১। গান্ধীজীৰ ন্যাসবাদৰ ধাৰণা (Gandhiji's concept of trusteeship) 

উত্তৰ-


২। সত্যাগ্ৰহ (Satyagraha) 

উত্তৰ-


৩। গান্ধীৰ সৰ্বোদয়ৰ ধাৰণা (Ghandhi's Concept of Sarvodaya)

উত্তৰ-


৪। গান্ধীৰ সৰ্বোগয়ৰ ধাৰণা (Ghandhi's Concept of Sarvodaya) 

উত্তৰ-


৫। গান্ধীৰ ধৰ্মৰ ধাৰণা (Gandhi's Concept of Religion)

উত্তৰ-


{D}ৰচনাধৰ্মী প্ৰশ্ন (Descriptive Questions)

১।"গান্ধীবাদ বোলা কোনো বাদ নাই।" -এই উক্তিৰ তাৎপৰ্য আলোচনা কৰা।

"There is no such thing as Gandhism."-Discuss the significance of this statement. 

উত্তৰ-


২। গান্ধীবাদৰ মূল ধাৰণাসমূহ বৰ্ণনা দিয়া।

(Narrate the basic principles of Gandhism.)

উত্তৰ-


৩। মাৰ্ক্সবাদ আৰু গান্ধীবাদৰ প্ৰভেদ আধুলিয়াই দিয়া।

Point out difference between Marxism and Gandhism. 

উত্তৰ-


৪। গান্ধীৰ সৰ্বোগয়ৰ ধাৰণাৰ বিচাৰ কৰা। 

(Examine Gandhiji's Concept of Sarvodaya.)

উত্তৰ-


৫। গান্ধীৰ অহিংসাৰ ধাৰণাটো ব্যাখ্যা কৰা।

Explain Gandhiji's Concept of Ahimsa or Non-violence.

উত্তৰ-


৬।সত্যাগ্ৰহই কি বুজায় সত্যাগ্ৰহৰ কৌশলবোৰ লিখা।

What is meant by Satyagraha? What are the techniques of Satyagraha?

উত্তৰ-


৭। গান্ধীজীৰ সত্যাগ্ৰহৰ ধাৰণাটোৰ সমালোচনা কৰা।

Critically analyze Gandhi's concept of Satyagraha.

উত্তৰ-


৮।গান্ধীৰ আধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে এটি টোকা লিখা।

Write a note on Gandhian Concept of "Rights and Duties''

উত্তৰ-


৯। গান্ধীজীৰ অৰ্থনৈতিক ধাৰণা ব্যাখ্যা কৰা। 

(Explain the Gandhian Concept of Economy.)

উত্তৰ-


১০। গণতন্ত্ৰ আৰু অস্পৃশ্যতাৰ বিষয়ে গান্ধীৰ ধাৰণা আলোচা কৰা।

Discuss Gandhiji's views on Democracy and Untouchability.

উত্তৰ-


১১। গান্ধীৰ ৰাষ্ট্ৰৰ ধাৰণা বিচাৰ কৰা।

Examine the Gandhian Concept of State.) 

উত্তৰ-


 ১২। গান্ধজী সাম্যবাদী আছিল নে? -আলোচনা কৰা। 

(Was Gandhiji a Communist?-Discuss.)

উত্তৰ-


১৩। ৰাজনৈতিক চিন্তাবিদ হিচাপে মহাত্মা গান্ধীৰ মূল্যায়ন কৰা।

Make an estimate of Mahatma Gandhi as a political thinker.

উত্তৰ-

 

১৪। জাতীয়তাবাদৰ আৰু আন্তঃৰাষ্ট্ৰীয়বাদ সম্পৰ্কত গান্ধীৰ ধাৰণা আলোচনা কৰা।

Discuss Gandhiji's Views on Nationalism and Internationalism. 

উত্তৰ- 


১৫ গান্ধীজীৰ সাৰ্বোদয় ধাৰণাৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা

Describe the characteristics of Gandhiji's Sarvodaya.

 উত্তৰ- 


১৬ “গান্ধীবাদে বিপ্লৱক নুবুজায় দুর্বল আৰু আকৃতিহীন সংস্কাৰবাদহে” — মন্তব্য দিয়া

(“Gandhism was not revolutionism but weak and watery reformism." --Comment.)

উত্তৰ- 


১৭ ৰাজনীতি আৰু ধৰ্ম সম্পৰ্কত গান্ধীৰ ধাৰণা আলোচনা কৰা

 Discuss Gandhi's view on Politics and Religion.

উত্তৰ- 


 ১৮ “সত্যই হৈছে ঈশ্বৰসত্যৰ বাহিৰে আন কোনো ঈশ্বৰ নাই”—মন্তব্য দিয়া

""Truth is God and there is no other God than truth." -Comment.

উত্তৰ- 


 ১৯ গান্ধীজীৰ ৰামৰাজ্যৰ ধাৰণাৰ বিষয়ে মন্তব্য দিয়া 

Comment on Gandhi's concept of Ram Rajya.

উত্তৰ- 


২০।সাম্প্ৰতিক  সময়ৰ পৰিপ্ৰেক্ষিতত গান্ধীজীৰ অহিংসা ধাৰণাটো বিশ্লেষণাত্মকভাৱে সমালোচনা কৰা

(Critically discuss Gandhi's concept of Ahimsa with reference to relevance in present-day society.)

উত্তৰ- 


 ২১ সাম্প্রতিক কালত গান্ধীজীৰ ধাৰণাৰ প্রাসঙ্গিকতা

Present day relevance of Gandhi's political ideals.

উত্তৰ- 


২২।গান্ধীৰ অহিংসাৰ তত্ত্বটো আলোচনা কৰা বৰ্তমান সময়ৰ ভাৰতৰ সমস্যা সমাধান কৰাত এই তত্ত্বই সহায় কৰিবনে

(Discuss Gandhi's theory of Non-violence. Can it help towards resolving the problems of India today?)

উত্তৰ- 


 ২৩ গান্ধীজীৰ “ৰক্ষকবাদ” তত্ত্ব আলোচনা কৰা 

(Discuss Gandhi's Theory of Trusteeship.)

উত্তৰ- 


 ২৪ Write a critical note on the basic philosophy of Mahatma Gandhi. 

উত্তৰ- 


২৫।ৰাজনীতিত নৈতিকতাৰ প্ৰচলন আৰু ধৰ্মৰ বিষয়ত ধৰ্মনিৰপেক্ষতাৰ সৃষ্টিৰ কিমান সত্যতা আছে

(How far is it correct to say that Gandhiji spiritualised Politics and secularised Religion?)

উত্তৰ- 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)

 






Question Type By- Bikash Bora  







Post ID: DABP004382