পখী  আৰু মানুহ 

অধ্য়ায় ২

১/  সৰ্বধনু ৰজা জনৰ কি প্ৰিয় আছিল ?

উত্তৰঃ সৰ্বধনু ৰজা যনৰ চিকাৰ কৰা প্ৰিয় আছিল । 


২/ কিহৰ মঙহ নহ'লে তেওঁ ভাতকে নাখাইছিল ?

উত্তৰঃ চৰাইৰ মঙহ নহ'লে তেওঁ ভাতকে নাখাইছিল ।


৩/ তেওঁ সদায় ধনু -কাঁড়েৰে কি কি চৰাই বধ কৰিছিল ?

উত্তৰঃ তেওঁ সদায় ধনু-কাড়েৰে কপৌ, শালিকা, বগলী  চৰাই বধ কৰিছিল । 


৪/ ভোজনৰ বাবে চৰাই মৰাটো আপোনাৰ উচিত হোৱা নাই বুলি কোনে কাক কৈছে ?

উত্তৰঃ মধুকৰ নামৰ যুৱকে ৰজা সৰ্বধনুক কৈছে । 


৫/ খেতিয়কৰ পৰম বন্ধু কোন ? 

উত্তৰঃ চৰাই বোৰ । 


৬/ মনৰ দুখত মধুকৰ এদিন কৈলৈ গুচি গৈছিল ?

উত্তৰঃ দূৰণিৰ ৰাজ্য় এখনলৈ গুচি গৈছিল । 


৭/ সেই ৰাজ্য়ৰ ৰজাজনৰ ছোৱালী জনিৰ নাম কি ?

উত্তৰঃ মাধৱী ।


৮/ সৰ্বধনুৰ ৰাজ্য়ত চৰাইবোৰ নোহোৱাৰ কাৰনে কি হৈছিল ?

উত্তৰঃ সৰ্বধনুৰ ৰাজ্য়ত চৰাই নোহোৱৱাৰ কাৰনে কীট-পতংগৰ সংখ্য়া বাঢ়িবলৈ ধৰিলে আৰু সেইবোৰে পথাৰৰ শস্য় খাই শেষ কৰিলে । 


৯/ ৰজা প্ৰজা সকলোৱেই খাদ্য়ৰ অভাৱত কি কৰিবলৈ বাধ্য় হ'ল ?

উত্তৰঃ ভিক্ষা কৰিবলৈ বাধ্য় হ'ল । 


১০/ ৰজা সৰ্বধমুৱে ভিক্ষা খুজি খুজি কত উপস্থিত হ'ল ? 

উত্তৰঃ মধুকৰৰ ৰাজ্য়ত উপস্থিত হ'ল । 


১১/ মাধৱীক কাৰ লগত বিয়া দিছিল ? 

উত্তৰঃ মধুকৰৰ লগত বিয়া দিছিল ।


১২/ তেওঁ সৰ্বধনুক আদৰি -সাদৰি কৰি নি ৰাজকাৰেঙৰ কি ৰূপে আদৰিছিল ?

উত্তৰঃ ৰাজকাৰেঙৰ অতিথি ৰূপে আদৰিছিল । 


১৩/ সধুকৰে কাৰ আগত নিজৰ পৰিচয় ব্য়ক্ত কৰিলে ?

উত্তৰঃ সধুকৰে সৰ্বধনুৰ আগত নিজৰ পৰিচয় ব্য়ক্ত কৰি ক'লে সহাৰাজ, মই সধুকৰ । 


১৪/ মধুকৰে সৰ্বধনুক কি উপহাৰ দিছিল ?

উত্তৰঃ এজাক চৰাই । 


১৫/ সৰ্বধনুৱে চৰাই জাক কত মেলি দিলে ? 

উত্তৰঃ  সৰ্বধনুৱে চৰাই জাক নিজ ৰাজ্য়লৈ নি মুকলি আকাশত মেলি দিলেগৈ ।


১৬/ যুৱকজনৰ কথা  শুনি কাক বৰ খং উঠিল ?

উত্তৰ ঃ  সৰ্বধনু বৰ খং উঠিল ।


১৭/ খঙৰ ভমকত তেওঁ কাক নমৰাকৈ থাকিল ?

উত্তৰঃ মধুকৰক নমৰাকৈ থাকিল ।


১৮/ চৰাই বোৰেও ভয় খাই কলে গুচি গ'ল ?

উত্তৰঃ সেই ঠাই এৰি আন দেশলৈ গুচচি গ'ল ।


১৯/ ক'ত চৰাই-চিৰিকটিৰ সচঁ পাবলৈকে নোহোৱা হ'ল ?

উত্তৰঃ  দেশত চৰাই - চিৰিকটিৰ সচঁ পাবলৈকে নোহাৱা হ'ল ।


২০/ সৰ্বঝধনুৰ আদৰ - সাদৰ কৰি নি কি ৰূপে আদৰিলে ?

উত্তৰঃ ৰাজকাৰেঙৰ অতিথি ৰূপে আদৰিলে ।


Type by- Bikul  Mandal  

Post ID: DABP005133