পাঠঃ ৬

উইলিয়াম শ্য়েইকছপীয়েৰ

👉 Text Book PDF
👉 MCQ Online Exam
👉 MCQs Answer
👉 All Question Paper 2010 - 2023
👉 Additional AI Generated Question Answer

১। শ্য়েইক্ছপীয়েৰ সৰ্বকালৰ এজন প্ৰতিভাশালী শ্ৰেষ্ঠ নাট্য়কাৰ হিচাপে কি হ'ল?

উত্তৰঃ পৰিগণিত হ'ল।

২। জুলিয়াছ চীজাৰ নামৰ নাটকখন কিমান চনত প্ৰথমবাৰৰ বাবে মঞ্চস্থ হৈছিল?

উত্তৰঃ ১৫৯৯ চনত প্ৰথমবাৰৰ বাবে মঞ্চস্থ হৈছিল।

৩। সাগৰ দৰে সুবিশাল আৰু কিহৰ দৰে সু-উচ্চ প্ৰতিভাৰ ওচৰত নশিৰ হৈছে?

উত্তৰঃ হিমালয়ৰ দৰে।

৪। শ্য়েইকছপীয়েৰৰ এই যাত্ৰা আৰম্ভণিতে বৰ কিহৰ নাছিল?

উত্তৰঃ সুখৰ নাছিল।

৫। নাট্য়জীৱন আৰম্ভ কৰা শ্য়েইকছপীয়েৰৰ শেহৰখন নাটক কি আছিল?

উত্তৰঃ দ্য় টেম্পপেষ্ট আছিল।

৭। পুৰোধা অৰ্থ কি?

উত্তৰঃ ঘাই হোতা।

৮। লণ্ডনৰ বিখ্য়াত কোনখন থিয়েটাৰ শ্য়েইকছপীয়েৰৰ অৱদান?

উত্তৰঃ গ্লব থিয়েটাৰ।

৯। হাতৰ সোণৰ কাঠীৰ পৰশত সেই সৃষ্টি সম্ভৱ হৈছিল সেই বিশ্ববাসীৰ বাবে উত্তৰবিহীন কি হৈ ৰ'ল?

উত্তৰঃ প্ৰশ্ন হৈ ৰ'ল।

১০। স্কুলত তেওঁ কি ভাষা অধ্য়য়ন কৰে?

উত্তৰঃ লেটিন ভাষা।

Type By Dikha Rani Bora