ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল

অধ্যা ৮

১। মেঘালয় এখন কি?

উত্তৰঃ মেঘালয় এখন মালভূমি।


২। অসমৰ কি কি নৈয়ে মালভূমি পৃথক কৰিছে?

উত্তৰঃ অসমৰ ধনশিৰি আৰু কপিলী নৈয়ে এই মালভূমি পৃথক কৰিছে।


৩। অসমৰ আশে - পাশে কি কি পাহাৰ আছে?

উত্তৰঃ উত্তৰ কাছাৰ আৰু কাৰ্বি পাহাৰ।


৪। অৰুণাচল প্ৰদেশৰ প্ৰধান শৃংগৰ নাম লিখা?

উত্তৰঃ কংটো, কুলা, কাংজোৰী, ছমলাৰী।


৫। অসমৰ প্ৰধান নদ-নদী কেইখনৰ নাম লিখা?

উত্তৰঃ ব্ৰহ্মপুত্ৰ, সেৱণশিৰি, জীয়াভৰলী, মানাহ, বুঢ়ীদিহিং, ধনশিৰি, কপিলী, বৰাক আদি।


৬। নাগালেণ্ডৰ প্ৰধান পাহাৰ নাম লিখা?

উত্তৰঃ পাটকাই, নগা পাহাৰ, বৰাইল।


৭। অৰুণাচল প্ৰদেশৰ নদ-নদীবোৰৰ নাম লিখা?

উত্তৰঃ ছিয়াং, লুইত, সোৱণশিৰি, জীয়াভৰলী।


৮।অসমৰ প্ৰধান শৃংগ নাম লিখা?

উত্তৰঃ বৰাইল পৰ্বতত থকা লাইকাই থৈই, দিবং মহাদেয়, সিংহাসন।


৯। নগালেণ্ডৰ প্ৰধান নদী-উপনদীবোৰৰ নাম লিখা?

উত্তৰঃ ঝুম্কি, দয়াং, টিজু।


১০। মণিপুৰৰ প্ৰধান পাহাৰবোৰৰ নাম লিখা?

উত্তৰঃ পাটকাই, মনিপুৰ।


১১। নাগালেণ্ডৰ প্ৰধান শৃংগৰ নাম লিখা?

উত্তৰঃ ছাৰমাটি, জাপক।


১২। মনিপুৰৰ প্ৰধান নদী-উপনদীবোৰৰ নাম লিখা?

উত্তৰঃ বৰাক, ইম্ফল, হৰিল।


১৩। মনিপুৰৰ প্ৰধান শৃংগৰ নাম লিখা?

উত্তৰঃ মাউন্ট টেনিপচিৰাই, মায়েংবুং, লেইবাট।


১৪। মেঘালয়ৰ প্ৰধান পাহাৰকেইখনৰ নাম লিখা?

উত্তৰঃ গৰোপাহাৰ, খাচি পাহাপৰ, জয়ন্তীয়া পাহাৰ।


১৫। মিজোৰামৰ প্ৰধন শৃংগৰ নাম লিখা?

উত্তৰঃ ব্লু-মাউন্টটেন (ফাৱাপুই)।


১৬। মেঘালয়ৰ প্ৰধান শৃংগৰ নাম লিখা?

উত্তৰঃ শ্বিলং, নক্ৰেক।


১৭। মিজোৰামৰ প্ৰধান নদী-উপনদীবোৰ নাম লিখা?

উত্তৰঃ ডিগাৰু, কপিলী,বৰাপানী, উমিয়াম, সোমেশ্বৰী, দুধনৈ।


১৮। মিজোৰামৰ প্ৰধান পাহাৰ নাম লিখা?

উত্তৰঃ মিজোপাহাৰ, আৰকান য়'মা পাহাৰ।


১৯। ত্ৰিপুৰা নদী-উপনদীবোৰৰ নাম লিখা?

উত্তৰঃ গোমতী, চলাই, মহুৰি, খেনি।


০। ছিকিমৰ প্ৰধান পাহাৰ নাম লিখা?

উত্তৰঃ ছিংগালিয়া, ডৱক্যাচলা।


Type Susmita Kakati




Post ID : DABP005429