Chapter 2

ইংৰাজ সাম্ৰাজ্যৰ সম্প্ৰসাৰণ 

) কিমান খ্ৰি.ত লৰ্ড অকলেণ্ড ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ আহে ?
উত্তৰ ঃ
1839 খ্ৰি.ত লৰ্ড অকলেণ্ড ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ আহে।


২) লৰ্ড অকলেণ্ডৰ আমোলত ক'ম্পেনিয়ে কিমান খ্ৰি.ত আফগানিস্তান আক্ৰমণ কৰিছিল ?
উত্তৰ ঃ
লৰ্ড অকলেণ্ডৰ আমোলত ক'ম্পেনিয়ে 1839 খ্ৰি.ত আফগানিস্তান আক্ৰমণ কৰিছিল।


৩) কিমান খ্ৰি.ৰ কি মাহত ক'ম্পেনিয়ে দোস্ত মহম্মদক মুকলি কৰি দি আফগানিস্তানৰ আমীৰ বুলি স্বীকৃতি দিবলৈ বাধ্য হৈছিল ?
উত্তৰ ঃ 1842 খ্ৰি.ৰ অক্ট'বৰ মাহত ক'ম্পেনিয়ে দোস্ত মহম্মদক মুকলি কৰি দি আফগানিস্তানৰ আমীৰ বুলি স্বীকৃতি দিবলৈ বাধ্য হৈছিল ।


৪) ছাৰ চাৰ্লছ নেপিয়াৰৰ নেতৃত্বত কিমান খ্ৰি.ত এলেনবৰোৱে সিন্ধু ৰাজ্য দখল কৰিবলৈ এদল কি পঠিয়ায়?
উত্তৰ ঃ
ছাৰ চাৰ্লছ নেপিয়াৰৰ নেতৃত্বত 1842 খ্ৰি.ত এলেনবৰোৱে সিন্ধু ৰাজ্য দখল কৰিবলৈ এদল ইংৰাজ সৈন্য পঠিয়ায়।


৫) কিমান খ্ৰি.ত লৰ্ড এলেনবৰোৰ পিছত লৰ্ড হাৰ্ডি়ঞ্জে ভাৰতৰ শাসনভাৰ গ্ৰহণ কৰে ?
উত্তৰ ঃ
  1844  খ্ৰি.ত লৰ্ড এলেনবৰোৰ পিছত লৰ্ড হাৰ্ডি়ঞ্জে ভাৰতৰ শাসনভাৰ গ্ৰহণ কৰে।


৬) কিমান খ্ৰি.ৰ কিমান জুন তাৰিখে ৰণজিত সিঙৰ সৃত্যু হয় ?
উত্তৰ ঃ
1839 খ্ৰি.ৰ 27 জুন তাৰিখে ৰণজিত সিঙৰ মৃত্যু হয়।


৭) কিমান খ্ৰি.ত ভাৰতত ক' ম্পেনিৰ একচেটিয়া বাণিজ্য অধিকাৰ বিলোপ ঘটাত মুক্ত বাণিজ্য নীতি প্ৰচলিত হয় ?
উত্তৰ ঃ
1813 খ্ৰি.ত ভাৰতত ক' ম্পেনিৰ একচেটিয়া বাণিজ্য অধিকাৰ বিলোপ ঘটাত মুক্ত বাণিজ্য নীতি প্ৰচলিত হয় ।


৮) কিমান খ্ৰি.ৰ চিপাহী বিদ্ৰোহে ভাৰতৰ শাসন ব্যৱস্থালৈ ব্যাপক পৰিৱৰ্তন আনিছিল ?
উত্তৰ ঃ
1857 খ্ৰি.ৰ চিপাহী বিদ্ৰোহে ভাৰতৰ শাসন ব্যৱস্থালৈ ব্যাপক পৰিৱৰ্তন আনিছিল ।


৯) কি আৰু কি যুদ্ধৰ ভাৰতত ইংৰাজ শক্তিক প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ ঃ
পলাচী আৰু বক্সাৰ যুদ্ধৰ ভাৰতত ইংৰাজ শক্তিক প্ৰতিষ্ঠা কৰিছিল।

                   

১০) কিমান খ্ৰি.ত ইংৰাজ বিষয়া মেকনগটন আৰু সহযোগী ট্ৰেভ'ৰক হত্যা কৰিলে ?
উত্তৰ ঃ
1841 খ্ৰি.ত ইংৰাজ বিষয়া মেকনগটন আৰু সহযোগী ট্ৰেভ'ৰক হত্যা কৰিলে।


১১) লৰ্ড অকলেণ্ডৰ আমোলত ক'ম্পেনিয়ে কিমান খ্ৰি.ত আফৰানিস্তান আক্ৰমণ কৰিছিল ?
উত্তৰ ঃ
  লৰ্ড অকলেণ্ডৰ আমোলত ক'ম্পেনিয়ে 1839 খ্ৰি.ত আফৰানিস্তান আক্ৰমণ কৰিছিল ।


১২) কাৰ নেতৃত্বত শিখ সাম্ৰাজ্য বিখ্যাত হৈ পৰিছিল ?
উত্তৰ ঃ
ৰণজিত সিঙৰ  নেতৃত্বত শিখ সাম্ৰাজ্য বিখ্যাত হৈ পৰিছিল।


১৩) ৰণজিত সিঙৰ পুত্ৰৰ নাম কি ?
উত্তৰ ঃ
ৰণজিত সিঙৰ পুত্ৰৰ নাম হ'ল দীলিপ সিঙৰ।


১৪) লৰ্ড মেক'ল কি আছিল ?
উত্তৰ ঃ
লৰ্ড মেক'ল আছিল বেণ্টিংকৰ সময়ৰ গৱৰ্ণৰ জেনেৰেলৰ উপদেষ্টা পৰিষদৰ আইন সদ্যস ।


১৫)  ৰণজিত সিঙৰ পত্নীৰ নাম কি ?
উত্তৰঃ
ৰণজিত সিঙৰ পত্নীৰ নাম নাম হ'ল ঝিন্দানক ।   




Type : Dimpi Bora          



Post ID : DABP005779