অধ্য়ায় ১০

পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন 


(১) ৰাজস্থানৰ ৰাজধানী কি ?

উত্তৰঃ জয়পুৰ । 


(২) পৃথিৱীৰ ভিতৰত এখন বিখ্য়াত গাঁও খনৰ নাম কি ?

উত্তৰঃ পিপলান্ত্ৰি । 


(৩) পিপলান্ত্ৰি গাঁওখনক পুনৰ জীয়াই তোলাৰ ব্য়ক্তিজনৰ নাম কি ?

উত্তৰঃ শ্য়াম সুন্দৰ পালিৱাল ।


(৪) আৰ্জেন্টিনাৰ এটা দলে আহি গাঁওখনক লৈ কি নামৰ চিনেমা নিৰ্মাণ কৰে ?

উত্তৰঃ 'Thee Sisters' নামৰ  চিনেমা নিৰ্মাণ কৰে । 


(৫) ভূগৰ্ভৰ পানী কিমান ফুট তললৈ নামি গৈছিল ?

উত্তৰঃ ৮০০ ফুট তললৈ নামি গৈছিল ।


(৬) কিমান চনত স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল ?

উত্তৰঃ ২০১৫ চনত । 


(৭) ২০০৭ চনৰ ৰাষ্ট্ৰপতি কোন আছিল ?

উত্তৰঃ ড°এ পি জে আব্দুল কালাম ।


(৮) পিপলান্ত্ৰি গাওঁখনৰ কোনোবা লোক ঢুকালে কি কৰা হয় ?

উত্তৰঃ তেওঁৰ স্মৃতিতো ১১ টা গছপুলি ৰোপন কৰা হয় । 


(৯) গাওঁ খনৰ লৰা-ছোৱালীৰ পঢ়া-শুনাৰ বাবে ইউনিয়ন বেংক অব ইণ্ডিয়াই কি কৰিছিল ?

উত্তৰঃ ৬০ লাখ টকা আগবঢ়াই ছিল । 


(১০) পোহৰৰ বাটেৰে আগবঢ়া গাঁওখনৰ পাঠটোৰ লেখক কোন ?

উত্তৰঃ জ্য়োতিপ্ৰসাদ বুঢ়াগোহাঞি ।


Type By- Mandira Saha.


Post ID: DABP004579