লোকসংস্কৃতি 

অধ্য়ায় ১২

১) লোক শব্দটোৰ সলনি আন কি শব্দ ব্য়ৱহাৰ কৰিব পাৰি ?

উত্তৰঃ লোক শব্দটোৰ সলনি আন জন, গঞা, গণ আদি শব্দ ব্য়ৱহাৰ কৰিব পাৰি । 


২) লোক বা জন বা গঞলোকসকল সাধাৰণতে ক'ত বাস কৰে ?

উত্তৰঃ  লোক বা জন বা গঞলোকসকল সাধাৰণত গাঁৱে- ভূঞে বাস কৰে । 


৩) লোকসংস্কৃতিৰ বিষয়বস্তু প্ৰধান কৈ কেইটা ভাগত ভগাৱ পাৰি ?

উত্তৰঃ লোকসংস্কৃতিৰ বিষয়বস্তু প্ৰধান কৈ দুটা ভাগত ভগাৱ পাৰি ।


৪) লোকসংস্কৃতিৰ বিষয়বস্তু প্ৰধান দুটা কি কি ? 

উত্তৰঃ ১) লোকসাহিত্য় বা বাচিক কলা । 

            ২) লোকজীৱন ।


৫) লোকসাহিত্য় বা বাচিক কলাক কেইটা ভাগত ভগাব পাৰি ?  

উত্তৰঃ লোকসাহিত্য় বা বাচিক কলাক ৫টা ভাগত ভগাব পাৰি । 


৬)  লোকজীৱনক কেইটা ভাগত ভগাব পাৰি ?

উত্তৰঃ লোকজীৱনক ৩টা ভাগত ভগাব পৰি ।


৭) লোক বোলিলে কি বোজা ?

উত্তৰঃ আমি ৰাইজ বুলিলে যি বুজোঁ তেনে অৰ্থকেই 'লোক' পজটোৱে বুজাই । 


৮) লোকসংস্কৃতিৰ পাঠটোৰ লেখক কোন ?

উত্তৰঃ লোকসংস্কৃতিৰ পাঠটোৰ লেখক হ'ল-  ড° নবীন চন্দ্ৰ শৰ্মা ।


৯) ড° নবীন চন্দ্ৰ শৰ্মাই কিমান বছৰ শিক্ষকতা কৰিছিল ? 

উত্তৰঃ ড° নবীন চন্দ্ৰ শৰ্মাই ৪৬ বছৰ শিক্ষকতা কৰিছিল । 


১০) সামাজিক আচাৰ-অনুষ্ঠান কেইটা ভাগত বিভক্ত ?

উত্তৰঃ সামাজিক আচাৰ-অনুষ্ঠান চাৰিটা ভাগত বিভক্ত ।   


Type By- Mandira Saha  

  







Post ID: DABP004717