গীত আৰু ছবি

অধ্য়য়-৩

১) গীতা আৰু ছবিৰ নামৰ কবিতাটোৰ লেখক কোন ?

উত্তৰঃ গীতা আৰু ছবিৰ নামৰ কবিতাটোৰ লেখক হ'ল- দুৰ্গেশ্বৰ শৰ্মা । 


২) তেখেতৰ জন্ম কেতিয়া হৈছিল ? 

উত্তৰঃ ১৮৮২ জন্ম হয় । 


৩) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে ?

উত্তৰঃ যি গীত আৰু ছবিৰ অৰ্থ সকলোৱে ভালকৈ বুজি নাপায় । তেনে গীত আৰু ছবিক কোনেও ভাল নাপায় ।


৪) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে ?  

উত্তৰঃ গীত হ'লে আমাৰ প্ৰাণ টানি ধৰে । 


৫) কোনবোৰ বস্তু কবিৰ মতে অজৰ- অমৰ ?

উত্তৰঃ মিহি ভাব মিহি গতি কৌশলী বিদ্য়া এইবোৰ বস্তু কবিৰ মতে অজৰ-অমৰ । 


৬) অজৰ-অমৰৰ শব্দৰ অৰ্থ কি ?

উত্তৰঃ যাৰ জন্মও নাই, মৃত্য়ুও নাই;চিৰস্থায়ী ।


৭) 'সিহে পায় নিজে নিজে আলাসত ঠাই'-ইয়াত 'আলাস' শব্দটোৰ অৰ্থ কি ?

উত্তৰঃ আকাশ, শূন্য় । 


৮) দুৰ্গেশ্বৰ শৰ্মাৰ কবিতাপুথি কেইখন ?

উত্তৰঃ  দুৰ্গেশ্বৰ শৰ্মাৰ কবিতাপুথি দুখন ।


৯) তেখেতৰ পিতৃৰ নাম কি ?

উত্তৰ ঃ কমলেশ্বৰ শৰ্মা ।


১০)তেখেতৰ মৃত্য়ু কেতিয়া হৈছিল ?

উত্তৰঃ ১৯৬১ চনত । 


Type By- Mandira Saha 

 




Post ID: DABP004953