প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

অধ্য়য়-৪ 

১) কবিতাটোৰ লেখক কোন ?

উত্তৰঃ ড° ভূপেন হাজৰিকা  ।


২)  ড° ভূপেন হাজৰিকাৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰঃ  ড° ভূপেন হাজৰিকাৰ জন্ম শদিয়াত ১৯২৬ চনত ৮ চেপ্টেম্বৰত হৈছিল ।


৩) কবিয়ে কাক সংকীৰ্ণতা এৰি দি বিশালতা দিবলৈ আহ্বান জনাইছে ?

উত্তৰঃ কবি ভূপেন হাজৰীকাই আকাশত শংকীৰ্ণতা এৰি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে । 


৪) কবিক বিশাল দৃষ্টি কোনে দিলে ?

উত্তৰঃ মহাকাশে দিলে । 


৫) বজ্ৰই কবিক কি দিলে ?

উত্তৰ ঃ বজ্ৰই দিলে মোক উদাত্ত কন্ঠ আৰু দিলে সাহসৰ যুক্তি ।  


৬) ড° ভূপেন হাজৰিকাৰ মৃত্য়ু কেতিয়া হৈছিল ? 

উত্তৰ ঃ ২০১১ চনৰ ৫ নবেম্বৰত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পাতালত মৃত্য়ু হৈছিল । 


৭) কবিতাটোত কি প্ৰবাহিত হৈ আছে ?

উত্তৰ ঃ কবিতাটোত প্ৰবাহি হৈ আছে মানৱতাৰ সুৰ ।


৮) ড° ভূপেন হাজৰিকায় ক'ত ক'ত স্কুলীয়া শিক্ষা লাভ কৰিছিল ?

উত্তৰ ঃ গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা লাভ কৰিছিল ।


Type by- Mandira Saha 





Post ID: DABP004952