মোৰ দেশ

অধ্য়ায়-৫

১) হীৰেন ভট্ৰাচাৰ্যৰ ক'ত জন্ম হৈছিল ?

উত্তৰ ঃ হীৰেন ভট্ৰাচাৰ্যৰ যোৰহাটত ।


২) হীৰেন ভট্ৰাচাৰ্যৰ জন্ম কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ ১৯৩২ চনত জন্ম হৈছিল ।


৪) হীৰেন ভট্ৰাচাৰ্যই সম্পাদন কৰা কবিতাপুথি এখনৰ নাম লিখা । 

উত্তৰঃ 'ৰৌদ্ৰ কামনা' ।


৫) কোনখন কবিতাপুথিৰ বাবে তেওঁ সাহিত্য় অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ 'শইচৰ পথাৰ মানুহ' কবিতাপুথিৰ বাবে তেওঁ সাহিত্য় অকাডেমী বঁটা লাভ কৰিছিল ।


৬) মোৰ দেশ কবিতাটোৰ ৰচক কোন ?

উত্তৰঃ  হীৰেন ভট্ৰাচাৰ্য ।


৭) ঐশ্বৰ্য শব্দৰ অৰ্থ কি ?

উত্তৰঃ ঐশ্বৰ্য শব্দত অৰ্থ হ'ল- বিপুল ধন-সম্পত্তি বা বিভূতি ।


৮) 'মোৰ দেশ' কবিতাটো কি ৰূপত জিলিকি উঠিছে ?

উত্তৰঃ স্বদেশপ্ৰেমৰ নিভাঁজ ৰূপত জিলিকি উঠিছে ।


Type by- Mandira Saha   


     



Post ID: DABP005002