সময়
অধ্য়ায় ৭
(১) সময়ক কিহৰ লগত তুলনা কৰা হয় ?
উত্তৰঃ সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰা হয় ।
(২) সময়ৰ ডাঙৰ ভাগবোৰ কি কি ?
উত্তৰঃ যুগ, কল্প, শতাব্দী ।
(৩) দণ্ড, পল, অনুপলক কি বোলা হয় ?
উত্তৰঃ দণ্ড, পল, অনুপলক ভগ্নাংশ বোলা হয় ।
(৪) সময় কি গতিত ঘূৰে ?
উত্তৰঃ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰে ।
(৫) সময় পাঠতিৰ লিখক কোন ?
উত্তৰঃ নীলমণি ফুকন ।
(৬) নীলমণি ফুকনৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ নীলমণি ফুকনৰ জন্ম ১৮৮০ চনত হৈছিল ।
(৮) সময়ৰ মজলিয়া ভাগবিলাক কি কি ?
উত্তৰঃ সময়ৰ মজলিয়া ভাগবোৰ হল- ঋতু, বছৰ, মাহ ।
(৯) সময়ৰ সৰু ভাগবোৰ কি কি ?
উত্তৰঃ সময়ৰ সৰু ভাগ বোৰ হল-- দিন-ৰাতি, প্ৰহৰ ।
(১০) নীলমণি ফুকনৰ কোন জিলাত জন্ম হৈছিল ?
উত্তৰঃ ডিব্ৰুগড় জিলাত জন্ম হৈছিল ।
Type By- Mandira Saha .