ভাৰতৰ বৈচিত্ৰ্য়ৰ মাজত ঐক্য়

অধ্য়ায় ৯

(১) ভাৰতবৰ্ষ এখন কি দেখ ?

উত্তৰঃ ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য় ঐতিহ্য়পূৰ্ণ দেশ ।


(২) কেনেধৰনৰ লোক সকলক আদিম অধিবাসী লোক বোলে ?

উত্তৰঃ প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোকে পৰ্বতৰ গুহা বা গছৰ ধোন্দত বসবাস কৰিছিল, তেওঁলোকক আদিম অধিবাসী বোলে ।


(৩) ভাৰতবৰ্ষলৈ অহা এটি সুপ্ৰাচীন মানৱ গোষ্ঠীটোৰ নাম কি ?

উত্তৰঃ দ্ৰাবিড়সকল । 


(৪) দ্ৰাবিড়সকল পোনতে কোন অঞ্চলত বাস কৰিছিল ?

উত্তৰঃ পঞ্জাবত বাস কৰিছিল । 


(৫) আৰ্যসকলৰ হেঁচাত দ্ৰাবিড়সকল পঞ্জাবৰ পৰা ক'ৰ লৈ যাবলৈ বাধ্য় হ'ল ?

উত্তৰঃ দক্ষিণ ভাৰতলৈ যাবলৈ বাধ্য় হ'ল ।


(৬) কাৰ পৰা ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য়, শূদ্ৰ বৰ্ণৰ সৃষ্টি হয় ?

উত্তৰঃ আৰ্য্য়সকলৰ পৰা সৃষ্টি হয় ।


(৭) পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য় কি ?

উত্তৰঃ ভাত ।


(৮) উত্তৰ, মধ্য় আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ কি ?

উত্তৰঃ ৰুটি । 


(৯ ভাৰতৰ বৈচিত্ৰ্য়ৰ মাজত ঐক্য় পাঠটোৰ লেখক কেন ?

উত্তৰঃ  ড° হেমন্ত কুমাৰ শৰ্মা ।


(১০) ড° হেমন্ত কুমাৰ শৰ্মা কোনখন গাঁৱত জন্ম  হৈছিল ?

উত্তৰঃ নলবাৰীৰ অন্তৰ্গত পিপলিবাৰী গাঁৱত জন্ম হৈছিল ।

 

Type by- Mandira Saha . 


  





Post ID: DABP004578