Chapter 14

 প্ৰাকৃতিক সম্পদ

১) পৃথিৱীৰ খোলাটোৰ ওপৰিভাগৰ কঠিন অংশটোক কি বুলি কোৱা হয় ?
উত্তৰ ঃ 
স্থলমণ্ডল ।


২) পানীভাগৰ পৰিমাণ শতকৰা কিমান ভাগ ?
উত্তৰ ঃ 75 ভাগ।


৩) জীৱসমূহে বসবাস কৰা সমগ্ৰ অঞ্চলতোক কি বুলি কোৱা হয় ?
উত্তৰ ঃ 
জীৱমণ্ডল।


৪) জীৱমণ্ডলত জীৱসমূহে কাৰ লগত ক্ৰিয়া-বিক্ৰিয়া কৰি থাকে ?
উত্তৰ ঃ 
পাৰিপাৰ্শ্বিকতা লগত।


৫) জীৱমণ্ডলত থকা সকলোবিলাক জীৱক একেলগে কি বুলি কোৱা হয় ?
উত্তৰ ঃ 
জৈৱিক উপাদান।


৬) বায়ুএবিধ কি পদাৰ্থ ?
উত্তৰ ঃ 
মিশ্ৰ পদাৰ্থ।


৭) কাৰ্বনডাই অক্সাইডৰ শতকৰা পৰিমান কিমান ?
উত্তৰ ঃ 
95-97 ভাগ।


৮) বনাঞ্চল জ্বলোৱা আৰু ইন্ধন দহনৰ ফলত যথেষ্ট পৰিমাণে কি উতপন্ন হয় ?
উত্তৰ ঃ 
কাৰ্বনডাই অক্সাইড


৯) মাটি  আৰু জলভাগৰ ওপৰিভাগত অসমভাৱে বায়ুভাগ গৰম হোৱাৰ ফলত কি বল ?
উত্তৰ ঃ 
বতাহ।


১০) সেউজীয়া উদ্ভীদে সূৰ্যৰ পোহৰৰ অপস্থিতিত কাৰ্বনডাই অক্সাইডৰ পৰা কি উতপন্ন কৰে
উত্তৰ ঃ 
গ্লক'জ।


১১) কিছুমান সামুদ্ৰিক প্ৰাণীয়ে পানীত দ্ৰৱীভূত কি ব্যৱহাৰ কৰি সিহঁতৰ দেহৰ খোলা গঠন কৰে ?
উত্তৰ ঃ 
কাৰ্বনেট।


১২) মাটি এবিধ কি পৰ্দাথ ?
উত্তৰ ঃ 
মিশ্ৰ পদাৰ্থ।


১৩) বায়ুমণ্ডলত নাইট্ৰ'জেন গেছৰ শতকৰা পৰিমান কিমান ভাগ ?
উত্তৰ ঃ 
78 ভাগ।


১৪) মাহজাতীয় উদ্ভদৰ শিপাত থকা কি নামৰ টেমুনাবোৰত বেক্টেৰিয়া বাস কৰে  ?
উত্তৰ ঃ 
ন'ডিওল।


১৫) শিলাস্তৰৰ মাজেদি পানী বৈ যাওঁতে কি পদাৰ্থ দ্ৰৱীভূত হয় ?
উত্তৰ ঃ
খনিজ পদাৰ্থ।


১৬) মাটিৰ লৱণৰ লগত মুক্ত হৈ কি যৌগ গঠন হয় ?
উত্তৰ ঃ 
নাইট্ৰেট যৌগ।


১৭) আমাৰ পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা মৌলটো কি ?
উত্তৰ ঃ  অক্সিজেন।


১৮) পৃথিৱীৰ উত্তাপ বাঢ়ি যোৱাৰ কাৰণে কি উষ্ণতা বৃদ্ধি পাইছে ?
উত্তৰ ঃ 
গোলকীয় উষ্ণতা ।


১৯) বায়ুমণ্ডলত অক্সিজেনৰ  শতকৰা পৰিমান কিমান ?
উত্তৰ ঃ ২১




Type : Dimpi Bora