পৰিৱেশীয় নীতিবিদ্যাৰ তত্ত্বসমূহ

(Theories of Environment Ethics)

গোট ২

প্ৰশ্নাৱলী

1. What is Ecology?

পৰিস্থিতিবিদ্যা বা বাস্তবিদ্যা কি ?

Ans-


2. What do you mean by ecosystem?

ইকোচিষ্টেম বুলিলে কি বুজা?

Ans-


3. What is Anthropocentric view?

মানৱকেন্দ্ৰিক  মতবাদ কি?

Ans-


4. What is Non-anthropocentric view?

অ-মানৱকেন্দ্ৰিক মতবাদ বুলিলে কি বুজায়?

Ans-


5. According to the environmental ethics plants and animals posses which type of value?

পৰিৱেশ নীতিবিদ্যা অনুসৰি উদ্ভিজগত আৰু প্ৰাণীজগতৰ কোন প্ৰকাৰৰ মূল্য আছে? 

Ans-


6. What do you mean by bio-centric ethics?

প্ৰাণকেন্দ্ৰিক নৈতিকতা বুলিলে কি বুজা?

Ans-


7. Who is the author of Respect for Nature?

Respect for Nature গ্ৰন্থখনৰ লেখক কোন ?

Ans- 


8. Who for the first time used the team 'Ecology'?

Ecology শব্দটো সৰ্বপ্ৰথম কোনে ব্যৱহাৰ কৰে?

Ans-


9. What is Ecology-centric Ethics?

বাস্তবিদ্যাকেন্দ্ৰিক নীতিবিদ্যা বুলিলে কি বুজা?

Ans-


10. Who propounded the concept of New Ethics

নতুন নৈতিকাৰ ধাৰণাটো কোনো প্ৰৱৰ্তন কৰিছিল?

Ans-


11. What is New Ethics?

নতুন নৈতিকতা বুলিলে কি বুজায়?

Ans-


12. What is Land Ethics?

ভূমিকেন্দ্রিক নৈতিকতা বা ভূ-নৈতিকতা বুলিলে কি বুজায়?

Ans-


13. What are the two types of ecosystem according to Arne Neass?

 আৰ্ণে নেয়াচৰ মতে দুই প্ৰকাৰৰ ইকোচিষ্টেম কি কি?

Ans-


14. What is Deep Ecology ?

গভীৰ বাস্তব্যবিদ্যা কি?

Ans- 


15. What is Shallow Ecology ?

অগভীৰ বাস্তব্যবিদ্যা কি?

Ans-


16. What are the three main principles of Deep Ecology ? 

গভীৰ বাস্তব্য বিদ্যাকেন্দ্ৰিক নীতিবিদ্যাৰ তিনিটা মূল নীতি কি কি?

Ans-


17. Who is the author of Deep Ecology ? 

গ্ৰন্থখনৰ লেখক কোন?

Ans-


18. Who is the propounder of land ethics? 

ভূমি নীতিবিদ্যাৰ প্ৰৱৰ্তক কোন?

Ans-


19. Who is the author of ‘Land Ethics’? 

পৰিস্থিতিবিদ্যা বা বাস্তব্যবিদ্যা কি?

Ans-


20. Who is the author of ‘Land Ethics’?

‘Land Ethics! লেখক কোন?

Ans-


21. What is biodivesity ? 

জৈৱ-বৈচিত্র্য কাক বোলে?

Ans-


22. What is the literal meaning of biodivesity? 

জৈৱ-বৈচিত্ৰ্যৰ আক্ষৰিক অর্থ কি?

Ans-


23. Who for the first time used the term ‘Biodiversity’? 

‘Biodiversity’ শব্দটো কোনে প্রথমে ব্যৱহাৰ কৰিছে?

Ans-


24. Who is regarded as the father of biodiversity ? 

জৈৱ-বৈচিত্ৰ্যৰ জনক কাক কোৱা হয়?

Ans-


25. What are the three types of biodiversity? 

জৈৱ-বৈচিত্ৰ্যৰ তিনিটাপ্ৰকাৰ কি কি?

Ans-


26. What is genetic diversity ?

জিনগত বৈচিত্র্য কাক বোলে?

Ans-


27. What is species divesity? 

প্রজাতিগত বৈচিত্র্য কাক বোলে?


28. What is ecological diversity? 

পৰিস্থিতিতান্ত্ৰিক বৈচিত্র্য কাক বোলে?

Ans-


29. State two characteristics of genetic diversity? 

জিনগত বৈচিত্ৰ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

Ans-


30. State two characteristics of species diversity?

প্রজাতিগত বৈচিত্ৰ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

Ans-


31. State two characteristics of ecological diversity?

পৰিস্থিতিতান্ত্ৰিক বৈচিত্ৰ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

Ans-


32. What do you mean by biodivesity hotspot ? 

জৈৱ-বৈচিত্ৰ্যৰ ঘাটি বা উৎসস্থলবুলিলে কি বুজা?

Ans-


33. Name the two methods of biodivesity conservation. 

জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ দুটা পদ্ধতি উল্লেখ কৰা।

Ans-


34. What is in-situ conservation? 

স্বস্থান সংৰক্ষণ মানে কি?

Ans-


35. What is ex-situ conservation?

পৰস্থান সংৰক্ষণ কাক বোলে?

Ans-


36. Name two philosophers who support animal rights. 

জীৱজন্তুৰ অধিকাৰ সমৰ্থন কৰা দুগৰাকী দার্শনিকৰ নাম লিখা। 

Ans-


37. Name two philosophers who do not support animal rights.

জীৱজন্তুৰ অধিকাৰ সমৰ্থন কৰা দুগৰাকী দার্শনিকৰ নাম লিখা।

Ans-


38. Who is the author of ‘Animal Liberation”? 

‘Animal Liberation’গ্ৰন্থখনৰ লেখক কোন?

Ans-


39. Who is the author of ‘The Case for Animal Experimentation?

“The Case for Animal Experimentation’গ্ৰন্থখনৰ লেখক কোন? 

Ans-


40. Who is the author of The Case for Animal Rights? 

The Case for Animal Rights’গ্ৰন্থখনৰ লেখক কোন?

Ans-


41. According to Frencione, animal need only one right. What is this right ? 

ফ্রেনছিয়নিৰ মতে জীবজন্তুৰ কেৱল এটাই অধিকাৰৰপ্ৰয়োজন। এই অধিকাৰটো কি?

Ans-


42. Who is the author of ‘Animals, Property and the Law”? ‘Animals, Property and the Law’

গ্ৰন্থ লেখক কোন?


Broad Questions : ৰচনাধর্মী প্রশ্ন :


1. Explain the anthropocentric view regarding the natural environment. 

প্রাকৃতিক পৰিৱেশ সম্পৰ্কীয় মানৱকেন্দ্রিক নৈতিক মতবাদ ব্যাখ্যা কৰা।

Ans-


2. Explain the non-anthropocentric view of plants. 

উদ্ভিদজগত সম্পৰ্কীয় অমানৱকেন্দ্রিক মতবাদটো ব্যাখ্যা কৰা।

Ans-


3. Should we have the reverence for life and plants ? Explain your view in details

In this regard. 

প্ৰাণী আৰু উদ্ভিদৰ প্ৰতি আমাৰ নৈতিক মর্যাদাবোধ থকা উচিত নে? এই সম্পৰ্কে তোমাৰ অভিমত ব্যাখ্যা কৰা।

Ans-


4. What do you mean by deep ecology ? Analyse the idea of deep ecology. 

গভীৰ বাস্তব্য বিদ্যাকেন্দ্ৰিক নৈতিকতা বুলিলে কি বুজা? গভীৰ বাস্তব্যবিদ্যাৰ ধাৰণাটো ব্যাখ্যা কৰা।

Ans-


5. Explain the concept of bio-centric ethics. 

প্ৰাণীকেন্দ্ৰিকনীতিবিদ্যাৰধাৰণাটো ব্যাখ্যা কৰা।

Ans-


6. Explain the concept of Land Ethics

ভূমিকেন্দ্ৰিক নৈতিকতাৰ ধাৰণাটো ব্যাখ্যা কৰা।

Ans-


7. Explain the concept of biodivesity. 

জৈৱ-বৈচিত্ৰ্যৰধাৰণাটো ব্যাখ্যা কৰা।

Ans-


8. What is biodiversity? What are the types of biodivesity? Explain. 

জৈৱ-বৈচিত্র্য কাক বোলে? জৈৱ-বৈচিত্ৰ্যৰ প্ৰকাৰসমূহ কি কি? ব্যাখ্যা কৰা।

Ans-


9. Explain the concept of deep ecology.

গভীৰ পৰিস্থিতিতন্ত্র বা বাস্তৱ্য বিদ্যাৰ ধাৰণাটো ব্যাখ্যা কৰা।

Ans-


10. Explain the concept of animal rights. 

জীৱজন্তু বা পশু অধিকাৰধাৰণাটো ব্যাখ্যা কৰা।

Ans-


11. What do you mean by animal rights ? What are the laws against animal cruelty in India.

জীৱজন্তুৰ অধিকাৰ বুলিলে কি বুজা? ভাৰতত জীৱজন্তুৰ হিংসা বিৰোধী কি কি আইন আছে?

Ans-


12. Discuss the values of biodivesity in human life. 

মানৱজীৱনত জৈৱ-বৈচিত্ৰ্যৰ মূল্য আলোচনা কৰা।

Ans-

13. What are the cuses of biodiversity loss. Explain. 

জৈৱ-বৈচিত্র্য ধ্বংসৰ কাৰণসমূহ উল্লেখ কৰা।

Ans-



14. How do you save biodivesity? Explian in this connection method of conservation of biodivesity. 
জৈৱ-বৈচিত্র্যক তুমি কেনেদৰে সংৰক্ষণ কৰিবা? এই প্ৰসংগত জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ পদ্ধতি ব্যাখ্যা কৰা।

Ans-

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Question Type by Parina Hazarika


Post ID: DABP005286