নীতিবিদ্যা আৰু পৰিৱেশীয় নীতিবিদ্যা

(Ethics and Environmental Ethics)

গোট-১

প্ৰশ্নাৱলী

Short question

চমু প্রশ্ন :

1. From which word the term ‘Ethics’ comes? 

‘Ethics’শব্দটো কোন শব্দৰ পৰা আহিছে?

Ans- 'Ethic' শব্দটো গ্ৰীক শব্দ 'Ethica' বা 'Ethos' শব্দৰ পৰা আহিছে।


2. What is the meaning of the term ‘ethos’?

‘ethos’শব্দৰ অৰ্থ কি?

Ans- 'Ethos' শব্দৰ অৰ্থ হৈছে ৰীতি-নীতি বা আচাৰ-ব্য়ৱহাৰ।


3.What is the meaning of the term ‘mores’? 

‘mores’শব্দৰ অৰ্থ কি?

Ans- 'Mores' শব্দৰ অৰ্থ হল- ৰীতি-নীতি বা অভ্য়াস।


4. Ethics is concerned with voluntary action / non-voluntary action. 

নীতিবিদ্যা ঐচ্ছিক ক্রিয়া / অনৈচ্ছিক ক্ৰিয়াৰ লগত জড়িত।

Ans-


5. What is Mackenzie’s definition of ethics? 

মেকেঞ্জিৰ নীতিবিদ্যাৰ সংজ্ঞাটো কি? 

Ans-


6. What is William Lillie’s definition of ethics.

লিলিয়ে আগবঢ়োৱা নীতিবিদ্যাৰ সংজ্ঞাটো দিয়া ।

Ans-


7. Ethics is a normative science / positive science. 

নীতিবিদ্যা হ’ল আদর্শনিষ্ঠ বিজ্ঞান / বিষয়নিষ্ঠ বিজ্ঞান।

Ans-


8. What is the ideal of ethics? 

নীতিবিদ্যাৰ আদৰ্শ কি?

Ans-


9. The ideal of ethics is Truth / Beauty / Good. 

নীতিবিদ্যাৰ আদৰ্শ হ’ল সত্য / সুন্দৰ / শিৱ বা কল্যাণ

Ans-


10. What are the postulates of morality? 

নৈতিকতাৰ স্বীকাৰ্য সত্যসমূহ কি কি?

Ans-


12. Ethics is a normative science. Is it true?. 

নীতিবিদ্যা এবিধ আদর্শাত্মক বিজ্ঞান। উক্তিটো সঁচানে?

Ans-


12. Ethics does / does not enquire into the origin and growth of human conduct.

 নীতিবিদ্যাই মানুহৰ আচৰণৰ উৎস আৰু বিকাশৰ বিচাৰ কৰে / নকৰে।

Ans-


13. Define Ethics. 

নীতিবিদ্যাৰ সংজ্ঞা দিয়া।

Ans-


14. Why ethics is not a practical science? 

কিয় নীতিবিদ্যাক ব্যৱহৰিক বিজ্ঞান বুলি কোৱা নহয়?

Ans-


15. What is the meaning of the term ‘Ethos?

‘Ethos’শব্দৰ অর্থ কি?

Ans-


16. Why is ethics called a normative science?

নীতিবিদ্যাক কিয় আদর্শনিষ্ঠ বিজ্ঞান বোলে?

Ans-


 17. “The ideal of ethics is beauty.” Is it true ? 

“নীতিবিদ্যাৰ আদৰ্শ হ’ল সুন্দৰ’। এইটো সত্য নে?

Ans-


18. Is ethics a positive science? 

নীতিবিদ্যা বিষয়নিষ্ঠ বিজ্ঞান হয় নে?

Ans-


19. Can ethics be called an art of conduct? 

নীতিবিদ্যাক আচৰণ সম্পৰ্কীয় কলা বুলিব পাৰি নে?

Ans-


20. Is ethics a positive or normative science? 

নীতিবিদ্যা আদর্শনিষ্ঠ নে বিষয়নিষ্ঠ বিজ্ঞান?

Ans-


21. Does logical positivism support metaethics?

তর্কীয় প্রত্যক্ষবাদীসকলে অধিনীতিশাস্ত্রক সমৰ্থন কৰে নে?

Ans-


22. “Ethics is concerned with voluntary action.” Is the statement true ? 

“নীতিবিদ্যা ঐচ্ছিক ক্ৰিয়াৰ লগত জড়িত।” এই উক্তিটো সত্য নে?

Ans-


23. What is the etymological meaning of the term ‘Ethics”? 

‘নীতিবিদ্যা’ বা ‘Ethics’শব্দৰ ব্যুৎপত্তিগত অর্থ কি?

Ans-


24. What is the etymological meaning of ‘Moral

নৈতিকতা’ বা ‘Moral’ শব্দৰ ব্যুৎপত্তিগত অর্থ কি?

Ans-


 25. State two chief exponents of metaethics.

অধিনীতিবিদ্যাৰ দুজন মূখ্য প্ৰৱক্তাৰ নাম উল্লেখ কৰা।

Ans-


26. Ethics is concerned with voluntary / non-voluntary action. (Choose the correct alternative) 

নীতিবিজ্ঞান ঐচ্ছিক কৰ্ম / অনৈচ্ছিক কৰ্মৰ লগত জড়িত। (শুদ্ধ বিকল্পটো বাচি লোৱা)

Ans-


27. What is moral philosophy ? 

নৈতিক দর্শন কাক বোলে?

Ans-


28. What is practical or applied ethics? 

ব্যৱহাৰিক বা প্রায়োগিক নীতিবিদ্যা কাক বোলে?

Ans-


29. What are the three branches of ethics? 

নীতিবিজ্ঞানৰ তিনিটা বিভাগ বা শাখা কি কি?

Ans-


30. What is the aim of normative ethics?

আদর্শনিষ্ঠ নীতিবিজ্ঞানৰ উদ্দেশ্য কি?

Ans-


31. What is normative ethics? 

আদর্শনিষ্ঠ নীতিবিজ্ঞান কাক বোলে?

Ans-


32. What is meant by environment?

পৰিৱেশ বুলিলে কি বুজায়?

Ans-


33. What is meta ethics? 

অধিনীতিবিদ্যা কাক বোলে?

Ans-


34. Who is the founder of meta ethics ? 

অধিনীতিবিদ্যাৰ জনক কোন?

Ans-


35. Name any two meta ethical philsophers. 

দুগৰাকী অধিনীবিদৰ নাম লিখা।

Ans-


36. What is meant by environmental ethics? 

পৰিৱেশ নীতিবিদ্যা বুলিলে কি বুজায়?

Ans-


37. According to the environmental ethics plants and animals posses which type of value? 

পৰিৱেশ নীতিবিদ্যা অনুসৰি উদ্ভিদ জগত আৰু প্ৰাণীজগতৰ কোন প্ৰকাৰৰ মূল্য আছে?

Ans-


38. Who is the author of ‘Practical Ethics?

‘Practical Ethics’গ্ৰন্থখনৰ লেখক কোন?

Ans-


Broad Questions :

ৰচনাধৰ্মী প্রশ্ন :

1. What is moral philosophy ? Discuss the nature of moral philosophy. 

নৈতিক দর্শন কাক বোলে? নৈতিক দৰ্শনৰ স্বৰূপ বা প্রকৃতি আলোচনা কৰা।

Ans-


2. Define ethics. Is ethics a normative science? Explain. 

নীতিবিদ্যাৰ সংজ্ঞা দিয়া। নীতিবিদ্যা আদর্শনিষ্ঠ বিজ্ঞান হয় নে? ব্যাখ্যা কৰা।

Ans-


3. What is ethics ? Discuss the scope of ethics. 

নীতিবিদ্যা কাক বোলে? নীতিবিদ্যাৰ পৰিসৰ ব্যাখ্যা কৰা।

Ans-


5. Explain William Lillie’s definition of ethics. 

উইলিয়াম লিলিৰ নীতিবিদ্যাৰ সংজ্ঞাটো ব্যাখ্যা কৰা।

Ans-


6. What is ethics? Is ethics a practical science? 

নীতিবিদ্যা কি? নীতিবিদ্যা ব্যৱহাৰিক বিজ্ঞান হয় নে?

Ans-


7. What is Moral Philosophy? Write about the nature and scope of Moral Philosophy.

নৈতিক দর্শন কাক বোলে? নৈতিক দৰ্শনৰ প্ৰকৃতি আৰু পৰিসৰ সম্বন্ধে বহলাই লিখা। 

Ans-


8. What is Metaethics? How is it different from normative ethics? 

অধিনীতিবিদ্যা কাক বোলে? আদর্শনিষ্ঠ নীতিবিদ্যাৰ পৰা ই কেনেদৰে পৃথক?

Ans-


9. Discuss the nature of ethics. 

নীতিবিদ্যাৰ স্বৰূপ বা প্রকৃতি আলচ কৰা।

Ans-


10. Discuss the concept normative ethics. 

আদর্শনিষ্ঠ নীতিবিদ্যাৰ ধাৰণাটো আলচ কৰা।

Ans-


11. Explain the concept of practical ethics.

ব্যৱহাৰিক বা প্রায়োগিক নীতিবিদ্যাৰ ধাৰণাটো ব্যাখ্যা কৰা।

Ans-


12. What is environmental ethics? Explain the nature of environmental ethics. 

পৰিৱেশ নীতিবিদ্যা কি? পৰিৱেশ নীতিবিদ্যাৰ স্বৰূপ বা প্ৰকৃতি ব্যাখ্যা কৰা।

Ans-


13. What is environmental ethics? Explain the subject matter or scope of Environmental ethics.

পৰিৱেশ নীতিবিদ্যা কাক বোলে? পৰিৱেশ নীতিবিদ্যাৰ বিষয়বস্তু বা পৰিসৰ ব্যাখ্যা কৰা।  

Ans- 


14. What is environmental ethics? What is the need for developing environmental ethics.

পৰিৱেশ নীতিবিদ্যা কাক বোলে? পৰিৱেশ নীতিবিদ্যাৰ প্ৰয়োজনীয়তা কি? 

Ans-


15. Should we have the reverence for life and plants? Explain your view in details in this regard.

প্ৰাণী আৰু উদ্ভিদৰ প্ৰতি আমাৰ নৈতিক মর্যাদাবোধ থকা উচিত নে? এই সম্পর্কে তোমাৰ অভিমত ব্যাখ্যা কৰা।

 Ans-


 16. What is applied ethics? Explain the nature of applied ethics.

প্রায়োগিক নীতিবিজ্ঞান কি? ব্যৱহাৰিক নীতিবিজ্ঞানৰ স্বৰূপ বা প্ৰকৃতি ব্যাখ্যা কৰা।

Ans-


17. Discuss the concept of practical ethics after Peter Singer.

পিটাৰ ছিংগাৰক অনুসৰণ কৰি ব্যৱহাৰিক নীতিবিজ্ঞানৰ ধাৰণা আলোচনা কৰা।

Ans-


18. What are the branches of ethics ? Explain the nature of normative ethics.

নীতিবিজ্ঞানৰ বিভাগসমূহ কি কি? আদর্শ নিষ্ঠনীতিবিজ্ঞানৰ ধাৰণা ব্যাখ্যা কৰা। 

Ans-


19. What is normative ethics ? Explain the nature of normative ethics. 

আদর্শনিষ্ঠ নীতিবিজ্ঞান কাক বোলে? আদর্শনিষ্ঠ নীতিবিজ্ঞানৰ স্বৰূপ বা প্রকৃতি ব্যাখ্যা কৰা।

Ans-


20. How is practical ethics defferrent from normative ethics? Explain in this connection the relation between practical ethics and normative ethics. 

প্রায়োগিক নীতিবিজ্ঞান কেনেদৰে আদৰ্শনিষ্ঠ নীতিবিজ্ঞানৰপৰা পৃথক? এই প্রসংগত প্রায়োগিক নীতিবিজ্ঞান আৰু আদৰ্শনিষ্ঠ নীতিবিজ্ঞানৰ সম্বন্ধ ব্যাখ্যা কৰা।

Ans-


21. Explain the relation between normative ethics and practical ethics.

আদর্শনিষ্ঠ নীতিবিজ্ঞান আৰু ব্যৱহাৰিক নীতি বিজ্ঞানৰ সম্বন্ধটো ব্যাখ্যা কৰা।

Ans-


22. Explain the relationship among ethics, applied ethics and environmental ethics. 

নীতিবিদ্যা, প্রায়োগিক নীতিবিদ্যা আৰু পৰিৱেশীয় নীতিবিদ্যাৰ মাজৰ সম্বন্ধ ব্যাখ্যা কৰা।

Ans-


23. Explain the relation between normative ethics and practical ethics. 

প্রায়োগিক নীতিবিদ্যা আৰু পৰিৱেশীয় নীতিবিদ্যাৰ সম্বন্ধ ব্যাখ্যা কৰা।

Ans-


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Question Type- Parina Hazarika






Post ID: DABP005287