প্ৰকৃতি আৰু জীৱজন্তুৰ নৈতিকতা

গোট - ২


প্ৰশ্নাৱলী

Short Questions :

চমু প্ৰশ্ন ঃ

1. What is meant by environment ?

পৰিৱেশ বুলিলে কি বুজায় ?

Ans :


2. What is mean by environmental ethics ?

পৰিৱেশ নীতিবিদ্যা বুলিলে কি বুজায় ?

Ans :


3. What is Ecology ?

পৰিস্থিতিবিদ্যা বা বাস্তব্যবিদ্যা কি ?

Ans :


4. What do you mean by ecosystem ?

ইকোচিষ্টেম বুলিলে কি বুজা ?

Ans :


5. What is Anthropocentric view ?

মানৱকেন্দ্ৰিক মতবাদ কি ?

Ans :


6. What is Non-anthropocentric view ?

অ-মানৱকেন্দ্ৰিক মতবাদ বুলিলে কি বুজায় ?

Ans :


7. According to the environmental ethics plants and animals posses which type of value ?

পৰিৱেশ নীতিবিদ্যা অনুসৰি উদ্ভিদজগত আৰু প্ৰাণীজগতৰ কোন প্ৰকাৰৰ মূল্য আছে ?

Ans :


8. What do you mean by bio-centric ethics ?

প্ৰাণকেন্দ্ৰিক নৈতিকতা বুলিলে কি বুজা ?

Ans :


9. Who is the author of Respect for Nature ?

Respect for Nature গ্ৰন্থখনৰ লেখক কোন ?

Ans :


10. Who for the first time used the term 'Ecology' ?

Ecology শব্দটো সৰ্বপ্ৰথম কোনে ব্যৱহাৰ কৰে ?

Ans :


11. What is Ecology-centric Ethics ?

বাস্তব্যবিদ্যাকেন্দ্ৰিক নীতিবিদ্যা বুলিলে কি বুজা ?

Ans :


12. Who propounded the concept of New Ethics ?

নতুন নৈতিকতাৰ ধাৰণাটো কোনো প্ৰৱৰ্তন কৰিছিল ?

Ans :


13. What is New Ethics ?

নতুন নৈতিকতা বুলিলে কি বুজায় ?

Ans :


14. What is Land Ethics ?

ভূমিকেন্দ্ৰিক নৈতিকতা বা ভূ-নৈতিকতা বুলিলে কি বুজায় ?

Ans :


15. What are the two types of ecosystem according to arne Neass ?

আৰ্ণে নেয়াচৰ মতে দুই প্ৰকাৰৰ ইকোচিষ্টেম কি কি ?

Ans :


16. What is Deep Ecology ?

গভীৰ বাস্তব্যবিদ্যা কি ?

Ans :


17. What is Shallow Ecology ?

অগভীৰ বাস্তব্যবিদ্যা কি ?

Ans :


18. What are the three main principles of Deep Ecology ?

গভীৰ বাস্তব্যবিদ্যাকেন্দ্ৰিক নীতিবিদ্যাৰ তিনিটা মূল নীতি কি কি ?

Ans :


19. Who is the author of Deep Ecology ?

Deep Ecology গ্ৰন্থখনৰ লেখক কোন ?

Ans :


20. What is Ecology ?

পৰিস্থিতিবিদ্যা বা বাস্তব্যবিদ্যা কি ?

Ans :


21. What do you mean by ecosystem ?

ইকোচিষ্টেম বুলিলে কি বুজা ?

Ans :


22. What is Anthropocentric view ?

মানৱকেন্দ্ৰিক মতবাদ কি ?

Ans :


23. What is Non-anthropocentric view ?

অ-মানৱকেন্দ্ৰিক মতবাদ বুলিলে কি বুজায় ?

Ans :


24. According to the environmental ethics plants and animals posses which type of value ?

পৰিৱেশ নীতিবিদ্যা অনুসৰি উদ্ভিদজগত আৰু প্ৰাণীজগতৰ কোন প্ৰকাৰৰ মূল্য আছে ?

Ans :


25. What do you mean by bio-centric ethics ?

প্ৰাণকেন্দ্ৰিক নৈতিকতা বুলিলে কি বুজা ?

Ans :


26. Who is the author of Respect for Nature ?

Respect for Nature গ্ৰন্থখনৰ লেখক কোন ?

Ans :


27. Who for the first time used the term 'Ecology'' ?

Ecology শব্দটো সৰ্বপ্ৰথম কোনে ব্যৱহাৰ কৰে ?

Ans :


28. What is Ecology-centric Ethics ?

বাস্তব্যবিদ্যাকেন্দ্ৰিক নীতিবিদ্যা বুলিলে কি বুজা ?

Ans 


29. Who propounded the concept of New Ethics ?

নতুন নৈতিকতাৰ ধাৰণাটো কোনো প্ৰৱৰ্তন কৰিছিল ?

Ans :


30. What is New Ethics ?

নতুন নৈতিকতা বুলিলে কি বুজায় ?

Ans :


31. What is Land Ethics ?

ভূমিকেন্দ্ৰিক নৈতিকতা বা ভূ-নৈতিকতা বুলিলে কি বুজায় ?

Ans :


32. What are the two types of ecosystem according to Arne Neass ?

আৰ্ণে নেয়াচৰ মতে দুই প্ৰকাৰৰ ইকোচিষ্টেম কি কি ?

Ans :


33. What is Deep Ecology ?

গভীৰ বাস্তব্যবিদ্যা কি ?

Ans :

34. What is Shallow Ecology ?

অগভীৰ বাস্তব্যবিদ্যা কি ?

Ans :


35. What are the three main principles of Deep Ecology ?

গভীৰ বাস্তব্যবিদ্যাকেন্দ্ৰিক নীতিবিদ্যাৰ তিনিটা মূল নীতি কি কি ?

Ans :


36. Who is the author of Deep Ecology ?

Deep Ecology গ্ৰন্থখনৰ লেখক কোন ?

Ans :


37. Who is the propounder of land ethics ?

ভূমি নীতিবিদ্যাৰ প্ৰৱৰ্তক কোন ?

Ans :


38. Who is the author of 'Land Ethics''?

পৰিস্থিতিবিদ্যা বা বাস্তব্যবিদ্যা কি ?

Ans :


39. Who is the author of 'Land Ethics''?

'Land Ethics' লেখক কোন ?

Ans :


40. What is biodivesity ?

জৈৱ-বৈচিত্ৰ্য কাক বোলে ?

Ans :


41. What is the literal meaning of biodivesity ?

জৈৱ-বৈচিত্ৰ্যৰ আক্ষৰিক অৰ্থ কি ?

Ans :


42. Who for the first time used the term 'Biodiversity''?

'Biodiversity' শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছে ?

Ans :


43. Who is regarded as the father of biodiversity ?

জৈৱ-বৈচিত্ৰ্যৰ জনক কাক কোৱা হয় ?

Ans :


44. What are the three types of biodiversity ?

জৈৱ-বৈচিত্ৰ্যৰ তিনিটা প্ৰকাৰ কি কি ?

Ans :


45. What is genetic diversity ?

জিনগত বৈচিত্ৰ্য কাক বোলে ?

Ans :


46. What is species divesity ?

প্ৰজাতিগত বৈচিত্ৰ্য কাক বোলে ?

Ans :


47. What is ecological diversity ?

পৰিস্থিতিতান্ত্ৰিক বৈচিত্ৰ্য কাক বোলে ?

Ans :


48. State two characteristics of genetic diversity ?

জিনগত বৈচিত্ৰ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

Ans :


49. State two characteristics of species diversity ?

প্ৰজাতিগত বৈচিত্ৰ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

Ans :


50. State two characteristics of ecological diversity ?

পৰিস্থিতিতান্ত্ৰিক বৈচিত্ৰ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

Ans :


51. What do you mean by biodivesity hotspot ?

জৈৱ-বৈচিত্ৰ্যৰ ঘাটি বা উৎসস্থল বুলিলে কি বুজা ?

Ans :


52. Name the two methods of biodivesity conservation.

জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ দুটা পদ্ধতি উল্লেখ কৰা ।

Ans :


53. What is in-situ conservation ?

স্বস্থান সংৰক্ষণ মানে কি ?

Ans :


54. What is ex-situ conervation ?

পৰস্থান সংৰক্ষণ কাক বোলে ?

Ans :


55. Name two philosophers who support animal rights.

জীৱজন্তুৰ অধিকাৰ সমৰ্থন কৰা দুগৰাকী দাৰ্শনিকৰ নাম লিখা ।

Ans :


56. Name two philosophers who do not support animal rights.

জীৱজন্তুৰ অধিকাৰ সমৰ্থন নকৰা দুগৰাকী দাৰ্শনিকৰ নাম লিখা ।

Ans :


57. Whop is the author of 'Animal Liberation' ?

'Animal Liberation' গ্ৰন্থখনৰ লেখক কোন ?

Ans :


58. Who is the author of 'The Case for Animal Experimantation'?

'The Case for Animal Experimentation' গ্ৰন্থখনৰ লেখক কোন ?

Ans :


59. Who is the author of 'The Case for Animal Rights' ?

'The Case for Animal Rights' গ্ৰন্থখনৰ লেখক কোন ?

Ans :


60. According to Frencione, animal need only one right. What is this right ?

ফ্ৰেনছিয়নিৰ মতে জীৱজন্তুৰ কেৱল এটাই অধিকাৰৰ প্ৰয়োজন । এই অধিকাৰটো কি ?

Ans :


61. Who is the author of 'Animals, Property and the Law''?

'Animals, Property and the Law' গ্ৰন্থখনৰ লেখক কোন ?

Ans :


62. What is pollution ?

প্ৰদূষণ মানে কি ?

Ans :


63. What is air pollution ?

বায়ু প্ৰদূষণ মানে কি ?

Ans :


64. What is water pollution ?

পানী প্ৰদূষণ মানে কি ?

Ans :


65. What is soil pollution ?

ভূমি প্ৰদূষণ মানে কি ?

Ans :


66. What is marine pollution ?

সামুদ্ৰিক প্ৰদূষণ মানে কি ?

Ans :


67. Who is the author of 'Animal Liberation''?

'Animal Liberation' গ্ৰন্থখনৰ লেখক কোন ?

Ans :


68. What is replaceability argument for animal killing ?

প্ৰাণী হত্যাৰ ক্ষেত্ৰত প্ৰতিস্থাপন যুক্তি মানে কি ?

Ans :


Broad Questions :

ৰচনাধৰ্মী প্ৰশ্ন ঃ

1. What is environmental ethics ? Explain the nature of environmental ethics.

পৰিৱেশ নীতিবিদ্যা কি ? পৰিৱেশ নীতিবিদ্যাৰ স্বৰূপ বা প্ৰকৃতি ব্যাখ্যা কৰা ।

Ans :


2. What is environmental ethics ? Explain the subject matter or scope of environmental ethics.

পৰিৱেশ নীতিবিদ্যা কাক বোলে ? পৰিৱেশ নীতিবিদ্যাৰ বিষয়বস্তু বা পৰিসৰ ব্যাখ্যা কৰা ।

Ans :


3. What is environmental ethics ? What is the need for developing environmental ethics.

পৰিৱেশ নীতিবিদ্যা কাক বোলে ? পৰিৱেশ নীতিবিদ্যাৰ প্ৰয়োজনীয়তা কি ?

Ans :


4. Explain the anthrpocentric view regarding the natural environment.

প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কীয় মানৱকেন্দ্ৰিক নৈতিক মতবাদ ব্যাখ্যা কৰা ।

Ans :

5. Explain the non-anothropocentric view of plants.

উদ্ধিদজগত সম্পৰ্কীয় অমানৱকেন্দ্ৰিক মতবাদটো ব্যাখ্যা কৰা ।

Ans :


6. Should we have the reverence for life and plants ? Explain your view in details in this regard.

প্ৰাণী আৰু উদ্ধিদৰ প্ৰতি আমাৰ নৈতিক মৰ্যাদাবোধ থকা উচিত নে ? এই সম্পৰ্কে তোমাৰ অভিমত ব্যাখ্যা কৰা ।

Ans :


7. What do you mean by deep ecology ? Analyse the idea of deep ecology.

গভীৰ বাস্তব্যবিদ্যাকেন্দ্ৰিক নৈতিকতা বুলিলে কি বুজা ? গভীৰ বাস্তব্যবিদ্যাৰ ধাৰণাটো ব্যাখ্যা কৰা ।

Ans :


8. Explain the concept of bio-centric ethics.

প্ৰাণীকেন্দ্ৰিক নীতিবিদ্যাৰ ধাৰণাটো ব্যাখ্যা কৰা ।

Ans :


9. Explain the concept of Land Ethics.

ভূমিকেন্দ্ৰিক নৈতিকতাৰ ধাৰণাটো ব্যাখ্যা কৰা ।

Ans :


10. Explain the concept of biodivesity.

জৈৱ-বৈচিত্ৰ্যৰ ধাৰণাটো ব্যাখ্যা কৰা ।

Ans :


11. What is biodiversity ? What are the types of biodivesity ? Explain.

জৈৱ-বৈচিত্ৰ্য কাক বোলে ? জৈৱ-বৈচিত্ৰ্যৰ প্ৰকাৰসমূহ কি কি ? ব্যাখ্যা কৰা ।

Ans :


12. Explain the concept of deep ecology.

গভীৰ পৰিস্থিতিতন্ত্ৰ বা বাস্তব্যবিদ্যাৰ ধাৰণাটো ব্যাখ্যা কৰা ।

Ans :


13. Discuss the concept of animal ethics.

পশুকেন্দ্ৰিক নৈতিক মতবাদৰ ধাৰণাটো ব্যাখ্যা কৰা ।

Ans :


14. Is animal killing justified ? Explain after peter Singer.

প্ৰাণীহত্যা যুক্তিসংগত নে ? পিটাৰ ছিংগাৰক অনুসৰণ কৰি ব্যাখ্যা কৰা ।

Ans :


15. Explain Peter Singer's view on animal killing.

পিটাৰ ছিংগাৰৰ প্ৰাণীহত্যাৰ ধাৰণাটো ব্যাখ্যা কৰা ।

Ans :


16. How Peter Singer expalin the ethics of killing of other animal ?

পিটাৰ ছিংগাৰে অন্যান্য প্ৰাণীহত্যাৰ নৈতিকতাক কেনেদৰে ব্যাখ্যা কৰিছে ?

Ans :


17. Is it justifiable to eat other animal ? Explain Peter Singer's view in this regard.

পশুক খাদ্য হিচাপে গ্ৰহণ কৰা যুক্তিসংগত নে ? এই সন্দৰ্ভত পিটাৰ ছিংগাৰৰ অভিমত ব্যাখ্যা কৰা ।

Ans :


18. Can we use animal for experiment ? Give reason.

আমি জীৱজন্তুক গৱেষণাৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ নে ? যুক্তি দেখুওৱা ।

Ans :


19. What is pollution ? How do you controll pollution ? Explain.

প্ৰদূষণ মানে কি ? প্ৰদূষণক তুমি কেনেদৰে নিয়ন্ত্ৰণ কৰিবা ? ব্যাখ্যা কৰা ।

Ans :


20. Explain the concept of animal rights.

জীৱজন্তু বা পশু অধিকাৰ ধাৰণাটো ব্যাখ্যা কৰা ।

Ans :


21. What do you mean by animal rights ? What are the laws against animal cruelty in India.

জীৱজন্তুৰ অধিকাৰ বুলিলে কি বুজা ? ভাৰতত জীৱজন্তুৰ হিংসা বিৰোধী কি কি আইন আছে ?

Ans :


22. Discuss the values of biodivesity in human life.

মানৱ জীৱনত জৈৱ-বৈচিত্ৰ্যৰ মূল্য আলোচনা কৰা ।

Ans :


23. What are the cuses of biodiversity loss. Explain.

জৈৱ-বৈচিত্ৰ্য ধ্বংসৰ কাৰণসমূহ উল্লেখ কৰা ।

Ans :


24. How do you save biodivesity ? Explian in this connection method of  conservation of biodivesity.

জৈৱ-বৈচিত্ৰ্যক তুমি কেনেদৰে সংৰক্ষণ কৰিবা ? এই প্ৰসংগত জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ পদ্ধতি ব্যাখ্যা কৰা ।

Ans :

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Post ID: DABP004586