অমলপ্ৰভা দাস

অধ্য়ায়-১১

১/ অমলপ্ৰভা দাস কিহৰ হকে কাম কৰি আহিছে ? 

উত্তৰঃ আমাৰ দেশৰ হকে কাম কৰি আহিছে । 


২/ অমলপ্ৰভা দাসে জাতিৰ পিতা মহাত্মা গান্ধী আৰু কত নিজকে বিলীন কৰি দিছিল ? 

উত্তৰঃ আচাৰ্য বিনোৱাজীৰ আদৰ্শতেই নিজকে বিলীন কৰি দিছিল । 


৩/ সৰুৰে পৰাই নিজৰ ঘৰখনতে অমলপ্ৰভা দাসে কি পাইছিল ?  

উত্তৰঃ সমাজ সেৱা তথা দেশসেৱাৰ এটি পৰিৱেশ পাইছিল । 


৪/ পঢ়া-শুনাৰ লগতে আৰু কি কৰিছিল ? 

উত্তৰঃ নাচ-গানতো পাৰ্গত আছিল । 


৫/অমলপ্ৰভা দাসে কিমান বছৰত সূতা কাটিবলৈ শিকিলে ? 

উত্তৰঃ ১০ বছৰত সূতা কাটিবলৈ শিকিলে । 


৬/ তেখেতৰ কি উদ্দেশ্য় আছিল ?  

উত্তৰঃ কটন কলেদত আই. এছ. চি. পঢ়া উদ্দেশ্য় আছিল । 


৭/ তেখেত কলিকতা কোন খন কলেজত নামভৰ্ত্তি কৰিছিল ? 

উত্তৰঃ তেখেত কলিকতাৰ বেথুন কলেজত নামভৰ্ত্তি কৰিছিল । 


৮/ অমলপ্ৰভা দাসৰ দেউতা আৰু মা'কৰ নাম কি ?  

উত্তৰঃ দেউতা ড° হৰিকৃষ্ণ দাস আৰু মা হেমপ্ৰভা দাস ।  


৯/ সেই উদ্য়োগবোৰ কি কি ? 

উত্তৰঃ তেলপেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত কাপোৰ বোৱা আদি । 


১০/ ড° হৰিকৃষ্ণ দাসে পম্নীৰ আশা পূৰাবলৈকে শৰণীয়া পাহাৰৰ সেই উদ্য়োগবোৰৰ ঘৰ-মাটি কস্তুবা স্মাৰক কাৰ নামত উচৰ্গা কৰিলে ?

উত্তৰঃ পত্নীৰ আশা পূৰাবলৈকে শৰণীয়া পাহাৰৰ সেই উদ্য়োগবোৰৰ ঘৰ-মাটি কস্তুৰবা স্মাৰক নিধিৰ নামত উচৰ্গা কৰিলে । 


১১/ চৰকাৰে অমলপ্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল ? 

উত্তৰঃ ১৯৫৫ চনত ভাৰত চৰকাৰে অমলপ্ৰভা দাসক সমাজহিতকৰ কামৰ স্বীকৃতিৰূপে পদ্মবিভূষ সন্মান প্ৰদান কৰিছিল য। 


১২/ কাৰ মনলৈ অহংকাৰ ভাব আহিছিল ? 

উত্তৰঃ প্ৰধান মন্ত্ৰীৰ মনলৈ অহংকাৰ ভাব অহিছিল । 


১৩/ অমলপ্ৰভা দাস আজীৱন কি হৈ আছিল ? 

উত্তৰঃ অবিবাহিত হৈ আছিল । 


১৪/ ১৯২৭ চনত কি কি বিষয়ত লেটাৰ লৈছিল ? 

উত্তৰঃ ১৯২৭ চনত গণিত আৰু ভূগোলত লেটাৰ লৈছিল । 


১৫/ ১৯৩৩ টনত স্কটিছ চাৰ্চ্চ কলেজৰ পৰা সুখ্য়াতিৰে  কি পৰীক্ষা পাছ কৰে ? 

উত্তৰঃ ডিষ্টিংচনসহ বি. এছ. চি. পৰীক্ষা পাছ কৰে । 



Type by- Bikul Mandal