নাগৰিকত্ব

Chapter 8

১) নাগৰিক কাক বোলে ?
উত্তৰ ঃ
পুৰণিকালত নগৰত বাস কৰা লোকক নাগৰিক বোলা হয়।


২) নগৰ শব্দটোৰপৰা কি শব্দ  বিকাশ ঘটিছে ?
উত্তৰ ঃ
  নগৰ শব্দটোৰপৰা নাগৰিক শব্দ  বিকাশ ঘটিছে।


৩) নাগৰিকত্বক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি ?
উত্তৰ ঃ
নাগৰিকত্বক দুটা ভাগত ভাগ কৰিছে আৰু সেয়া হ'ল একক নাগৰিকত্ব আৰি দ্বি বা দ্বৈত নাগৰিকত্ব।


৪) অসমত বসবাস কৰা লোকক কি বোলা হয় ?
উত্তৰ ঃ
অসমত বসবাস কৰা লোকক অসমৰ নাগৰিক বুলি কোৱা হয়।


৫) একক নাগৰিকত্ব কাক বোলে ?
উত্তৰঃ
ৰাষ্ট্ৰ এখনৰ নাগৰিকে গোটেই ৰাষ্ট্ৰখনৰে নাগৰিকত্ব পালে তেনেকুৱা নাগৰিকত্বকে একক নাগৰিকত্ব বোলা হয়।


৬) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলে কি নাগৰিকত্ব সুবিধা ভোগ ?
উত্তৰ ঃ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলে দ্বৈত নাগৰিকত্ব সুবিধা ভোগ।


৭) অধিবাসী কাক বোলে ?
উত্তৰ ঃ
এখন দেশত বসবাস কৰা সকলো লোকক অধিবাসী বোলা হয়।


৮) যিসকল অধিবাসী দেশখনৰ নাগৰিক নহয় তেওঁলোকক কি বোলা হয় ?
উত্তৰ ঃ
যিসকল অধিবাসী দেশখনৰ নাগৰিক নহয় তেওঁলোকক বিদেশী বোলা হয় ।


৯)বিদেশীক কেইটা ভাগত ভগোৱা হয় আৰু কি কি ?
উত্তৰঃ
বিদেশীক দুটা ভাগত ভগোৱা হয় আৰু সেয়া  ভাগ দুটা হ'ল বৈধ বিদেশী আৰু অবৈধ বিদেশী ।


১০)  গণতন্ত্ৰৰ প্ৰধান উপাদান কি ?
উত্তৰ ঃ
  গণতন্ত্ৰৰ প্ৰধান উপাদান হ'ল জনসাধাৰণ।


১১) নাগৰিকত্ব বিলুপ্তিৰ কাৰণসমূহ কেইটা ভাগত বিবেচনা কৰিব পাৰি আৰু কি কি ?
উত্তৰ ঃ
নাগৰিকত্ব বিলুপ্তিৰ কাৰণসমূহ দুটা ভাগত বিবেচনা কৰিব পাৰি আৰু ভাগ দুটা হ'ল ইতিবাচক আৰু নেতিবাচক।


১২) জন্মগত নাগৰিক কাক বোলে ?
উত্তৰ ঃ
প্ৰতিটো শিশুৱে যি দেশত জন্মগ্ৰহণ কৰে শিশুটোৱে সেই ৰাষ্ট্ৰখনৰ নাগৰি কত্ব লাভ কৰে এনে ধৰণে নাগৰিকত্ব লাভ কৰা নাগৰিকক জন্মগত নাগৰিক বোলা হয়।


১৩)  অসম ভাৰতৰ এখন অংগ কি ?
উত্তৰ ঃ
  অসম ভাৰতৰ এখন অংগ হ'ল ৰাজ্য ।


১৪) সকলো অধিবাসীয়ে দেশখনৰ নাগৰিক হব পাৰেনে?
উত্তৰ ঃ
সকলো অধিবাসীয়ে দেশখনৰ নাগৰিক নহব পাৰেনে।


১৫) নাগৰিক আৰু বিদেশী দুয়ো শ্ৰেণীৰ লোকে ক'ত বাস কৰে ?
উত্তৰ ঃ
নাগৰিক আৰু বিদেশী দুয়ো শ্ৰেণীৰ লোকে ৰাষ্ট্ৰত বাস কৰে।


Type : Dimpi Bora 







Post ID: DABP005663