Chapter 3 

ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম

১) কিমান খ্ৰি.ত বৃটিছ ইষ্ট ইণ্ডিয়া ক'ম্পেনি বেহা-বেপাৰৰ উদ্দেশ্যে ভাৰতবৰ্ষলৈ আহিছিল ?
উত্তৰ ঃ
1600  খ্ৰি.ত বৃটিছ ইষ্ট ইণ্ডিয়া ক'ম্পেনি বেহা-বেপাৰৰ উদ্দেশ্যে ভাৰতবৰ্ষলৈ আহিছিল।


২) কিমান খ্ৰি.ত বৃটিছ শাসনৰ বিৰুদ্ধে ভাৰতবৰ্ষত প্ৰথম গণভিত্তিক সংগ্ৰাম আৰম্ভ হয় ?
উত্তৰ ঃ 1857 খ্ৰি.ত বৃটিছ শাসনৰ বিৰুদ্ধে ভাৰতবৰ্ষত প্ৰথম গণভিত্তিক সংগ্ৰাম আৰম্ভ হয়।

৩) 1857 খ্ৰি.ৰ বিদ্ৰোহৰ আন এটা প্ৰধান কাৰণ কি ?
উত্তৰ ঃ
1857 খ্ৰি.ৰ বিদ্ৰোহৰ আন এটা প্ৰধান কাৰণ আছিল সৈনিকসকলৰ মাজত দেখা দিয়া অসন্তুষ্টি । 

 

৪) ভাৰতবৰ্ষত বৃটিছ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা উদ্দেশ্যে কি আছিল ?
উত্তৰঃ  
ভাৰতবৰ্ষত বৃটিছ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা উদ্দেশ্যে আছিল ভাৰতবৰ্ষৰ ইংৰাজ গৱৰ্ণৰ জেনেৰেল লৰ্ড জেলহাউছিয়ে 'স্বত্ববিলোপ নীতি' গ্ৰহণ কৰিছিল ।

 

৫)বিদ্ৰোহৰ আন এটা কাৰণ কি আছিল ?
উত্তৰঃ
বিদ্ৰোহৰ আন এটা কাৰণ আছিল ধৰ্মীয় অসন্তুষ্টি।


৬) কিমান খ্ৰি.ৰ কি মাহত বেৰেকপুৰত চিপাহীসকলে গুলী ব্যৱহাৰ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছিল ?
উত্তৰ ঃ
1857 খ্ৰি.ৰ মাৰ্চ মাহত বেৰেকপুৰত চিপাহীসকলে গুলী ব্যৱহাৰ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছিল ।


৭)  কিমান খ্ৰি.ত তেওঁ  'আত্মীয় সভা' নামে এটা অনুষ্ঠান গঢ়ি তোলে ?
উত্তৰ ঃ
  1815  খ্ৰি.ত তেওঁ  'আত্মীয় সভা' নামে এটা অনুষ্ঠান গঢ়ি তোলে ।


৮) ৰাজা ৰামমোহন  ৰায়ে দ্বাৰকানাথ  ঠাকুৰৰ সহযোগত কিমান খ্ৰি.ৰ কি তাৰিখে কলিকতা ব্ৰাহ্মসমাজ স্থাপন কৰে ?
উত্তৰ ঃ
ৰাজা ৰামমোহন  ৰায়ে দ্বাৰকানাথ  ঠাকুৰৰ সহযোগত 1828 খ্ৰি.ৰ 20 আগষ্টত তাৰিখে কলিকতা ব্ৰাহ্মসমাজ স্থাপন কৰে।


৯) কিমান খ্ৰি.ত মাদ্ৰাজ আৰু বোম্বেত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হয় ?
উত্তৰ ঃ
1830  খ্ৰি.ত মাদ্ৰাজ আৰু বোম্বেত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হয়।


১০) কিমান খ্ৰি.ৰ বিদ্ৰোহে ভাৰতত জাতীয়তাবাদৰ সূচনা কৰে ?
উত্তৰ ঃ
1857 খ্ৰি.ৰ বিদ্ৰোহে ভাৰতত জাতীয়তাবাদৰ সূচনা কৰে।


১১) ভাৰতবৰ্ষত বৃটিছৰ সু-শাসন প্ৰতিষ্ঠা কৰিবলৈ কিমান খ্ৰি.ত ভাৰত পৰিষদ আইন ৰচনা কৰা হয় ?
উত্তৰ ঃ
  ভাৰতবৰ্ষত বৃটিছৰ সু-শাসন প্ৰতিষ্ঠা কৰিবলৈ 1858 খ্ৰি.ত ভাৰত পৰিষদ আইন ৰচনা কৰা হয়।


১২) 1856-1860 খ্ৰি.ত মুঠ কিমান খন বিবাহ সম্পন্ন হয়?
উত্তৰ ঃ
1856-1860 খ্ৰি.ত মুঠ 25 খন বিবাহ সম্পন্ন হয়।


১৩) কিমান খ্ৰি.ত ৰাজপুনাত সতীদাহ প্ৰথা নিষদ্ধি কৰা হয় ?
উত্তৰ ঃ
1846  খ্ৰি.ত ৰাজপুনাত সতীদাহ প্ৰথা নিষদ্ধি কৰা হয় ।

 

১৪)মঈল পাণ্ডেই কি আছিল ?
উত্তৰ ঃ
মঈল পাণ্ডেই আছিল চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ ।       


১৫) কাৰ নেতৃত্বত কলিকতাত  'হিন্দু কলেজ' প্ৰতিষ্ঠা কৰাত বিশেষ আগভাগ লৈছিল ।
উত্তৰ ঃ
ডেভিদ হেয়াৰৰ  নেতৃত্বত কলিকতাত  'হিন্দু কলেজ' প্ৰতিষ্ঠা কৰাত বিশেষ আগভাগ লৈছিল।




Type : Dimpi Bora



Post ID : DABP005780


                

                                                                                                                                                                                                                 

                  

.