পাল বংশ

Chapter 4

উত্তৰ লিখাঃ 

১। পাল বংশৰ কাক বোলে ?

উত্তৰঃ ব্ৰহ্মপালৰ বংশধৰসকলে তেওঁলোকৰ নামৰ শেষত 'পাল' উপাধি ব্য়ৱহাৰ কৰিছিল বাবেএই বংশক পাল বংশ বুলি কোৱা হয়। 


২। ব্ৰহ্মপালৰ পত্নী নাম কি আছিল ?

উত্তৰঃ বহ্মপালৰ পত্নী নাম কুলদেৱীৰ ।


৩। কামৰূপ সিংহাসনত ব্ৰহ্মপালে কিমান বছৰ ৰাজত্ব কৰিছিল ?

উত্তৰঃ কামৰূপ সিংহাসনত ব্ৰহ্মপালে ২০ বছৰ কাল ৰাজত্ব কৰিছিল। 


৪। দ্বিগ্বীজয়ী ৰজা কোন আছিল ?

উত্তৰঃ দ্বিগ্বীজয়ী ৰজা ৰত্নপাল আছিল। 


৫। পুৰন্দৰ পুত্ৰ ইন্দপালে কিমান বছৰ কাল কামৰূপৰ ৰজা হৈছিল ?

উত্তৰঃ পুৰন্দৰ পুত্ৰ ইন্দপালে ২৫ বছৰ কাল কামৰূপ ৰাজ্য় ৰাজত্ব কৰিছিল। 


৬। কবিতা কোনে লিখিছিল ?

উত্তৰঃ কবিতা হৰ্ষপালে লিখিছিল।

 

৭। ধৰ্মপালে ক'ৰ পৰা ব্ৰাহ্মণ আনি কামৰূপত বহুৱাইছিল ?

উত্তৰঃ ধৰ্মপালে মিথিলাৰ পৰা ব্ৰাহ্মণ আনি কামৰূপত বহুৱাইছিল। 




Post ID: DABP005796