শালস্তম্ভ বংশ

Chapter 3

উত্তৰ লিখাঃ 

১। অবন্তী কুমাৰে কামৰূপত প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম কি ?

উত্তৰঃ অবন্তী কুমাৰে কামৰূপত প্ৰতিষ্ঠা কৰা ৰাজবংশটো নাম হৈছে শালস্তম্ভ বংশ। 


২। শালস্তম্ভ বংশৰ ৰজাসকলে নিজকে কি বুলি চিনাকী দিছিল ?

উত্তৰঃ শালস্তম্ভ বংশৰ ৰজাসকলে নিজকে ভগদত্তৰ বংশধৰ ৰজা বুলি চিনাকি দিছিল। 


৩। শালস্তম্ভ বংশৰ আটাইতকৈ পৰাক্ৰমী ৰজাজনৰ নাম কি ?

উত্তৰঃ শালস্তম্ভ বংশৰ আটাইতকৈ পৰাক্ৰমী ৰজাজনৰ নাম হৈছে হৰ্ষ বৰ্মা। 


৪। হৰ্ষ বৰ্মা কিমান খ্ৰীঃত কামৰূপৰ সিংহাসনত উঠিছিল ?

উত্তৰঃ হৰ্ষ বৰ্মা ৭২৫ খ্ৰীঃত কামৰূপৰ সিংহাসনত উঠিছিল। 


৫। হৰ্ষ বৰ্মা জীয়েকৰ নাম কি আছিল ?

উত্তৰঃ হৰ্ষ বৰ্মা জীয়েকৰ নাম ৰাজ্য়মতীৰ আছিল। 


৬। শালস্তম্ভ বংশৰ আন এজন বিখ্য়াত ৰজা কোন আছিল ?

উত্তৰঃ শালস্তম্ভ বংশৰ আন এজন বিখ্য়াত ৰজা হৰ্জৰ বৰ্মন আছিল। 


৭। বনমাল বৰ্মন কি আছিল ?

উত্তৰঃ বনমাল বৰ্মন শিৱভক্ত আছিল। 


৮। শালস্তম্ভ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল ?

উত্তৰঃ শালস্তম্ভ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা ত্য়াগ সিংহ। 


৯। শালস্তম্ভ বংশৰ ত্য়াগ সিংহই কিমান বছৰ ৰাজত্ব কৰিছিল ?

উত্তৰঃ শালস্তম্ভ বংশৰ ত্য়াগ সিংহই ৯৭০ৰ পৰা ৯৯০ৰ লৈ ৰাজত্ব কৰিছিল। 


১০। শালস্তম্ভ বংশৰ ২১তম ৰজা কোন আছিল?

উত্তৰঃ শালস্তম্ভ বংশৰ ২১তম ৰজা ত্য়াগ সিংহ আছিল। 

 





Post ID: DABP005795