লিখন পদ্ধতি আৰু নগৰীয়া জীৱন

Chapter 2 

১। মেছোপটেমিয়া ইউৰ োপবাসীৰ বাবেও - খুবেই  কি আছিল ?

উত্তৰ = গুৰুত্বপূৰ্ণ স্থান আছিল ।


২। কিমান চনত এখন বৃটিছ কাকতেো বৃটিছ যাদুঘৰৰ এটা সঁজাতি দলক সম্পূৰ্ণ আৰু কি বহন কৰি মেছোপটেমিয়ালৈ পঠাইছিল ?

উত্তৰ = ১৯৭৩ চনত খৰচ বহন কৰি পঠিইছিল  ।


৩। কিমান চনত ভিতৰত এই কথা পৰিস্কাৰ হৈ পৰিল যে আদি বাইবেলৰ কাহিনীবিলাকৰ কোনো কি নাই?

উত্তৰ = ১৯৬০ চনত আৰু সাহিত্যিক সভ্যতা নাই ।


৪। যাৰ শব্দ অৰ্থ কি ?

উত্তৰ = ইটা - নিৰ্মিত নগৰ ।


৫। (Transaction) ৰ লগে লগে নথি - পত্ৰৰ তথ্য সংৰক্ষণৰ প্ৰযোজনেই প্ৰথমে  কি সৃষ্টি হৈছি্ল ?

উত্তৰ = প্ৰথমে লিপিৰ সৃষ্টি হৈছিল । 


৬। ৰজাই প্ৰজাসকলক  বিভিন্ন ধৰনৰ কাম বোৰ হ 'ল য

উত্তৰ = দূৰৃ- দূৰণিৰ পৰা পথাৰ, মণি-মুক্তা বা অন্যান্য সামগ্ৰী ।


৭।প্ৰাচীন মেছোপ টেমী.য়াৰ গাওঁ অঞ্চলত ভূমি আৰু পানীৰ বাবে প্ৰায়েই মানুহৰ কি হৈছিল ?

উত্তৰ = প্ৰয়েই মানুহৰ মাজত মতানৈক্য হৈছিল ।


৮। মতানৈক্য শব্দৰ অৰ্থ কি ?

উত্তৰ = মতানৈক্য শব্দৰ অৰ্থ হৈছে ভিন্নমত ।


৯। মেছোপটেমিয়াৰ এনে শাসন - ব্যৱস্থাৰ ৰজা প্ৰজাৰ কি পূৰণ হৈছিল ?

উত্তৰ = পাৰস্পৰিক স্বাৰ্থ পূৰণ হৈছিল ।


১০।  মহাকাব্য খনৰ মূল নায়ক হৈছে  ?

উত্তৰ = মহাকাব্য খনৰ মূল নায়ক হৈছে এনমাৰ্কাৰ ।


১১। লিখিত ফলিখন দিয়াত আৰাত্তাৰ ৰজাই ইয়াৰ ভালদৰে কি কৰিছিল  ?

উত্তৰ = ভালদৰে পৰীক্ষা কৰিছিল ।


১২। প্ৰায়ে মহানগৰী কি বুলি কোৱা হয় ?

উত্তৰ = (The City) বুলি কোৱা হয় ।


১৩। বেপাৰ- বাণিজ্যৰ জৰিয়তে সমৃদ্ধিশালী হোৱা নগৰ-ৰাজ্যৰ এক কি আছিল আৰু কি ৰাজ্য ?

উত্তৰ = নগৰ-ৰাজ্যৰ এক উৎকৃষ্ট দুষ্টান্ত আৰু মাৰি ৰাজ্য আছিল ।


১৪। কি নদীৰ পাৰত ই এক অত্যন্ত বাণিজ্য- উপযোগী স্থানত অৱস্থিত আছিল ?

উত্তৰ = ইউফ্ৰেটিছ নদীৰ মাজত ।


১৫। নগৰীয়া জীৱনক কোন সকলে অধিক মূূল্য দিছিল ?

উত্তৰ = মোছোপটেমীয়া  সকলে অধিক মূল্য দিছিল।


১৬। মাৰি ৰাজ্য সকলক কি কৰিবলৈ অনুমতি দিয়া হৈছিল ?

উত্তৰ = পশুপালন আৰুপালিত জন্তু চৰাবলৈ অনুমতি দিয়া হৈছিল ।


১৭। ক্ষমতা লাভ কৰি নিজৰ শাসন প্ৰতিষ্ঠা কৰিবলৈকো কি হৈছিল ?

উত্তৰ = প্ৰতিষ্ঠা কৰিবলৈকো সমৰ্থ হৈছিল ।


১৮। কিমান চনত দশকত পৰিকল্পিতভাৱে খনন চলাই উদ্ধাৰ কৰা হৈছিল ?

উত্তৰ = ১৯৩০ চনত দশকত পৰি কল্পিত ভাৱে খনন চলাই উদ্ধাৰ কৰা হৈছিল ।


১৯। মেছোপটেমিয়া খাদ্য - সামগ্ৰীৰ উৎপাদনত চহকী যদিও কি জাত সম্পদৰ ক্ষেত্ৰত অতি দুখীয়া আছিল ?

উত্তৰ = খনিজাত সম্পদৰ ক্ষেত্ৰত অতি দুখীয়া আছিল ।


২০। কি কালত পাতলীয়া বৃষ্টিপাত হয় ?

উত্তৰ = শীতকালত পাতলীয়া বৃষ্টিপাত হয় ।