চুম্বক 

অধ্য়ায়-১৫

১/ সাগৰত দিশ নিৰ্ণয় কৰিবলৈ নাৱিকসকলে ব্য়ৱহাৰ কৰা আহিলাবিধ হল

উত্তৰঃ কম্পাছ


২/ কম্পাছৰ শলাডাল কি

উত্তৰঃ চুম্বক


৩/ চুম্বক আৱিষ্কাৰ কোন দেশত হৈছিল

উত্তৰঃ গ্ৰীচ দেশত


৪/ চুম্বকৰ ইংৰাজী নামটো কি

উত্তৰঃ মেগ্ নেট ( Magnet ) 


৫/ প্ৰকৃতিত পোৱা চুম্বকবিধক কি চুম্বক বোলা হয়

উত্তৰঃ প্ৰাকৃতিক চুম্বক


৬/ চুম্বকীয় পদাৰ্থ কি

উত্তৰঃ চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক চুম্বকীয় পদাৰ্থ বোলে।


৭/ অচুম্বকীয় পদাৰ্থ কি

উত্তৰঃ চুম্বকে আকৰ্ষণো নকৰে বা বিকৰ্ষণো নকৰে। তেনে পদাৰ্তক অচুম্বকীয় পদাৰ্থ বোলে।


৮/ চুম্বকীয় পদাৰ্থৰ উদাহৰণ কি

উত্তৰঃ চুম্বকীয় পদাৰ্থৰ উদাহৰণ হল - লো, নিকেল, কবাল্ট আদি।


৯/ অচুম্বকীয় পদাৰ্থৰ উদাহৰণ কি

উত্তৰঃ অচুম্বকীয় পদাৰ্থৰ উদাহৰণ হল - কাঠ, বাঁহ, ৰবৰ, আইনা, প্লাষ্টিক আদি।


১০/ লিড শব্দৰ অৰ্থ কি

উত্তৰঃ লিড শব্দৰ অৰ্থ হল - পথৰ দিশ