চুম্বক
অধ্য়ায়-১৫
১/ সাগৰত দিশ নিৰ্ণয় কৰিবলৈ নাৱিকসকলে ব্য়ৱহাৰ কৰা আহিলাবিধ হল
উত্তৰঃ কম্পাছ
২/ কম্পাছৰ শলাডাল কি
উত্তৰঃ চুম্বক
৩/ চুম্বক আৱিষ্কাৰ কোন দেশত হৈছিল
উত্তৰঃ গ্ৰীচ দেশত
৪/ চুম্বকৰ ইংৰাজী নামটো কি
উত্তৰঃ মেগ্ নেট ( Magnet )
৫/ প্ৰকৃতিত পোৱা চুম্বকবিধক কি চুম্বক বোলা হয়
উত্তৰঃ প্ৰাকৃতিক চুম্বক
৬/ চুম্বকীয় পদাৰ্থ কি
উত্তৰঃ চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক চুম্বকীয় পদাৰ্থ বোলে।
৭/ অচুম্বকীয় পদাৰ্থ কি
উত্তৰঃ চুম্বকে আকৰ্ষণো নকৰে বা বিকৰ্ষণো নকৰে। তেনে পদাৰ্তক অচুম্বকীয় পদাৰ্থ বোলে।
৮/ চুম্বকীয় পদাৰ্থৰ উদাহৰণ কি
উত্তৰঃ চুম্বকীয় পদাৰ্থৰ উদাহৰণ হল - লো, নিকেল, কবাল্ট আদি।
৯/ অচুম্বকীয় পদাৰ্থৰ উদাহৰণ কি
উত্তৰঃ অচুম্বকীয় পদাৰ্থৰ উদাহৰণ হল - কাঠ, বাঁহ, ৰবৰ, আইনা, প্লাষ্টিক আদি।
১০/ লিড শব্দৰ অৰ্থ কি
উত্তৰঃ লিড শব্দৰ অৰ্থ হল - পথৰ দিশ
0 Comments