ধৰ্মীয় ধাৰণাসমূহ
দ্বিতীয় অধ্য়ায়
প্ৰশ্নাৱলী:-
চমু প্রশ্ন (Short type questions)
1. What is revelation? দৈৱ-প্ৰকাশ কি?
উত্তৰঃ-
2. 'Revelation is the work of God.' -- Is it true ? ‘দৈৱ-প্ৰকাশ হ’ল ঐশ্বৰিক ক্রিয়া’— এইটো সত্যনে?
উত্তৰঃ-
3. Give John Hick's definition of revelation. জন হিকৰ দৈৱ-প্ৰকাশৰ সংজ্ঞাটো দিয়া।
উত্তৰঃ-
4. What is revelation, according to Catholic Encyclopedia ? কেথলিক বিশ্বকোষৰ মতে, দৈৱ-প্ৰকাশৰ কাক বোলে?
উত্তৰঃ-
5. What are the meaning of faith, according to Brightman? ব্রাইটমেনৰ মতে, আস্থাৰ অৰ্থ কি কি?
উত্তৰঃ-
6. How does Vatican Council define faith ? ভটিকান সংসদে আস্থাক কেনেদৰে সংজ্ঞায়িত কৰিছে?
উত্তৰঃ-
7. Mention Gustave Weigel's definition of faith. গাষ্টেইভ ৱেগেলৰ আস্থাৰ সংজ্ঞাটো উল্লেখ কৰা।
উত্তৰঃ-
8. According to Martine Luther, faith is identified with belief-in / belief-that. মার্টিন লুথাৰৰ মতে, আস্থা belief-in / belief-that ৰ লগত অভিন্ন।
উত্তৰঃ-
9. Who is the author of the book 'The Will to Believe' The Will to Believe' গ্ৰন্থখনৰ লেখক কোন?
উত্তৰঃ-
10. Who are the suporters of voluntary theory of faith? আস্থাৰ ঐচ্ছিক মতবাদৰ সমৰ্থকসকল কোন কোন?
উত্তৰঃ-
11. Name the philosopher who takes faith as an ultimate concern.আস্থাক চৰম উদ্বেগ হিচাপে স্বীকাৰ কৰা দার্শনিক গৰাকীৰ নাম লিখা।
উত্তৰঃ-
12. What do you meant by immortality of soul ? আত্মাৰ অমৰত্ব বুলিলে কি বুজা?
উত্তৰঃ-
13. Name any two philosophers who believe in the immortality of Soul. আত্মাৰ অমৰত্বত বিশ্বাস কৰা যিকোনো দুগৰাকী দার্শনিকৰ নাম লিখা।
উত্তৰঃ-
14. Name any two philosophers who refute the theory immortality of soul. আত্মাৰ অমৰত্বৰ বিৰোধিতা কৰা যিকোনো দুগৰাকী দার্শনিকৰ নাম লিখা।
উত্তৰঃ-
15. State two metaphysical arguments in favour of immortlaity of the soul. আত্মাৰ অমৰত্ব সপক্ষে থকা যিকোনো দুটা তাত্ত্বিক যুক্তি উল্লেখ কৰা।
উত্তৰঃ-
16. State two moral arguments in favour of immortlaity of the soul. আত্মাৰ অমৰত্বৰ সপক্ষে থকা যিকোনো দুটা নৈতিক যুক্তি উল্লেখ কৰা।
উত্তৰঃ-
17. State two religious arguments in favour of immortlaity of the soul. আত্মাৰ অমৰত্বৰ সপক্ষে থকা যিকোনো দুটা ধৰ্মীয় যুক্তি উল্লেখ কৰা।
উত্তৰঃ-
18. State two arguments against immortlaity of the soul. আত্মাৰ অমৰত্বৰ বিৰুদ্ধে যিকোনো দুটা যুক্তি উল্লেখ কৰা।
উত্তৰঃ-
19. What is Holy Experience? পবিত্র অনুভূতি কি?
উত্তৰঃ-
20. Who is the author of the book "The Idea of the Holy."? “The Idea of the Holy' গ্ৰন্থখনৰ লেখক কোন?
উত্তৰঃ-
21. Otto used the term Numinous instead of................ (Fill in the blank) অট্ট’ৱে নুমিনাচ শব্দটো..............ৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিছে। (খালী ঠাই পূৰণ কৰা)
উত্তৰঃ-
22. Otto introduced the term......... ..instead ofHoly experience. (Fill in the blank) অট্ট’ৱে পবিত্ৰ শব্দটোৰ পৰিৱৰ্তে -----------শব্দটো ব্যৱহাৰ কৰিছে। (খালী ঠাই পূৰণ কৰা)
উত্তৰঃ-
23. The Numinous experience is rational / non-rational. নুমিনাচৰ অনুভূতি বৌদ্ধিক / অবৌদ্ধিক।
উত্তৰঃ-
24. From which word the 'Numinous derived? ‘নুমিনাচ' শব্দটো কোন শব্দৰ পৰা আহিছে?
উত্তৰঃ-
25. What is the meaning of the term 'Numen? 'Numen' শব্দৰ অর্থ কি?
উত্তৰঃ-
26. What is the etymological meaning of the term ‘Numinous? 'নুমিনাচ' শব্দৰ ব্যুৎপত্তিগত অর্থ কি?
উত্তৰঃ-
Broad Questions :
1. Discuss the role reason in religious belief. ধৰ্মীয় বিশ্বাসত বিচাৰ-বুদ্ধিৰ ভূমিকা আলোচনা কৰা।
উত্তৰঃ-
2. Explain critically the role of faith in religious experience. ধৰ্মীয় অভিজ্ঞতাত আস্থাৰ ভূমিকা সমালোচনা সহকাৰে ব্যাখ্যা কৰা।
উত্তৰঃ-
3. Discuss critically the role of reason and revelation in religious experience. ধৰ্মীয় অভিজ্ঞতাত বিচাৰ-বুদ্ধি আৰু দৈৱ-প্ৰকাশৰ ভূমিকা সমালোচনা সহকাৰে আলোচনা কৰা।
উত্তৰঃ-
4. Distinguish between faith and revelation. আস্থা আৰু দৈৱ-প্ৰকাশৰ পাৰ্থক্য নির্ণয় কৰা।
উত্তৰঃ-
5. What is the role revelation in religion? Discuss critically. ধৰ্মীয় বিশ্বাসত দৈৱ-প্ৰকাশৰ ভূমিকা কি? সমালোচনা সহকাৰে আলোচনা কৰা।
উত্তৰঃ-
6. Discuss critically the part played by faith and reason in religion. ধৰ্মত আস্থা আৰু বিচাৰ-বুদ্ধিয়ে কি ভূমিকা পালন কৰে সমালোচনা সহকাৰে আলোচনা কৰা।
উত্তৰঃ-
7. Is there any conflict between faith and reason? Justify your answer. আস্থা আৰু বিচাৰ-বুদ্ধিৰ মাজত কোনো সংঘাত আছে নে? তোমাৰ উত্তৰ বিচাৰ কৰা।
উত্তৰঃ-
8. Is there any conflict between reason and revelation? Explain.দৈৱ-প্ৰকাশ আৰু বিচাৰ-বুদ্ধিৰ মাজত কোনো সংঘাত আছে নে? ব্যাখ্যা কৰা।
উত্তৰঃ-
9. Can revelation be taken as the foundation of religious belief? Give reason for your answer. দৈৱ-প্ৰকাশক ধৰ্মীয় বিশ্বাসৰ ভিত্তি হিচাপে গ্ৰহণ কৰিব পাৰি নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।
উত্তৰঃ-
10. What is faith? Explain the characteristics of faith as a religious belief. আস্থা কাক বোলে? ধর্মীয় বিশ্বাসৰ ভিত্তি হিচাপে আস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ-
11. Discuss the voluntary theory of faith? আস্থা সম্পৰ্কীয় ঐচ্ছিক মতবাদ আলোচনা কৰা।
উত্তৰঃ-
12. Discuss Tillich's theory of faith as an ultimate concern. তিলিকৰ আস্থাৰ চৰম উদ্বেগৰ মতবাদটো আলোচনা কৰা।
উত্তৰঃ-
13. Explain and examine Otto's Idea of the Holy. অট্ট’ৰ পবিত্ৰৰ ধাৰণাক ব্যাখ্যা আৰু পৰীক্ষা কৰা।
উত্তৰঃ-
14. What is Numinous? Discuss Otto's concept of the Numinous. নুমিনাচ কাক বোলে? অট্ট’ৰ নুমিনাচৰ ধাৰণা আলোচনা কৰা।
উত্তৰঃ-
15. What do you mean by immortality of soul? আত্মাৰ অমৰত্ব বুলিলে কি বুজা?
উত্তৰঃ-
16. Write a short notes on Immortality of soul. আত্মাৰ অমৰত্বৰ সম্পর্কে চমুটোকা লিখা।
উত্তৰঃ-
17. Explain the religious arguments for the immortality of the soul. আত্মাৰ অমৰত্ব সম্পৰ্কীয় ধর্মীয় যুক্তিসমূহ আলোচনা কৰা।
উত্তৰঃ-
18. Discuss the metaphysical argument for the immortality of the soul. আত্মাৰ অমৰত্ব সম্পৰ্কীয় অধিবিদ্যক বা তাত্ত্বিক যুক্তিসমূহ আলোচনা কৰা।
উত্তৰঃ-
19. Explain and examine moral argument for the immortality of the soul. আত্মাৰ অমৰত্ব সম্পৰ্কীয় নৈতিক যুক্তিসমূহ ব্যাখ্যা আৰু পৰীক্ষা কৰা।
উত্তৰঃ-
20. What are the value arguments for the immortality of the soul? Discuss. আত্মাৰ অমৰত্ব সম্পৰ্কীয় মূল্য সম্পর্কীয় যুক্তিসমূহ কি কি? আলোচনা কৰা৷
উত্তৰঃ-
21. Explain and Examine Plato's arguments in favour of the immortality of the soul. আত্মাৰ অমৰত্ব সম্পৰ্কীয় প্লেটোৰ যুক্তিসমূহ ব্যাখ্যা আৰু পৰীক্ষা কৰা।
উত্তৰঃ-
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Post ID: DABP005841