বৰগীত ৰাগ-বসন্ত 

গোট-৪

A. অতি চমু প্ৰশ্নাৱলী ঃ           মূল্য়াংক ঃ ১ নম্বৰকৈ 

১। তোমাৰ পাঠ্য়পুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে ? [HSLC'16,19]


২। তোমাৰ পাট্য়ক্ৰমত অন্তৰ্ভুক্ত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটো কি ৰাগৰ ? [HSLC'17]


৩। মাধৱদেবৰ সাহিত্য়িক জীৱনৰ কীৰ্তিস্তম্ভ কি ? [HSLC'18]


৪। সনক সনন্দ যোগী যাহাকু ধিয়ায়। - সনক, সনন্দ আদি যোগীসকলে কাক ধ্য়ান কৰে বুলি কৈছে ? [HSLC'20]


B. চমু প্ৰশ্নাৱলীঃ               মূল্য়াংকঃ ২/৩ নম্বৰকৈ

১। বৰগীতৰ তিনিটা লক্ষণ উল্লেখ কৰা । [HSLC'16]


২। চমুটোকা লিখাঃ ব্ৰজাৱলী ভাষা [HSLC'16,17]


৩। "........ নেৰিবা বান্ধৱ মোক জীৱনে মৰণে " __  কবিয়ে জীৱনে মৰনে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ?  [HSLC'17]


৪। বৰগীতৰ লক্ষণসমূহ কি কি ? [HSLC'18]


৫। সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা । [HSLC'18] 


৬। মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত  ভগাব পাৰি ? [HSLC'19]


৭। সনক সনন্দজ যোগী যাহাকু ধিয়ায় সকল নিগমে যাক বিচাৰি নাপায় __ ইয়াত কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে ? [HSLC'19]

 

৮। কবি মাধৱদেৱৰ সাহিত্য়িক কৰ্মৰাজিক কি কি ভাগত ভাগ কৰিব পাৰি উল্লেখ কৰা । [HSLC'20]


C. ৰচনাধৰ্মী প্ৰশ্নাৱলী ঃ               মূল্য়াংকঃ ৪/৫ 

১। ব্য়াখ্য়া কৰাঃ 

তোমাৰ চৰণ দুই মোৰ মহা ধন ।

ভকত জনেৰ নিজ তুমি সে জীৱন ।। 


Type by- Bikul Mandal