গোট-৫
দৃশ্য়ান্তৰ
A. অতি চমু প্ৰশ্নাৱলীঃ মূল্য়াংক ১ নম্বৰকৈ
১। 'দৃশ্য়ান্তৰ' কবিতাত কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পোৱা বুলি উল্লেখ কৰিছিল ? [HSLC'16]
২। 'দৃশ্য়ান্তৰ' -ৰ অৰ্থ কি ? [HSLC'17]
৩। নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল ? [HSLC'17]
৪। হৰেকৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্য়াসখনৰ নাম কি ? [HSLC'18]
৫। কাকিনী তামোল শব্দৰ অৰ্থ কি ? [HSLC'18]
৬। মধুসূদনৰ দলং নামৰ গল্প -পুথিখনৰ চৰক কোন ? [HSLC'19]
৭। হৰেকৃষ্ণ ডেকাদেৱে ২০১০ চনত লাভ কৰা বটাটোৰ নাম কি ? [HSLC'20]
B. চমু প্ৰশ্নাৱলীঃ মূল্য়াংকঃ২/৩ নম্বৰকৈ
১। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুজনে কবিৰ সৈতে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথৰে লিখা । [HSLC'16]
২। বৰ শান্তিত আঁছো এই পজাটিত । [HSLC'17]
কোনে, কিয় এনেদৰে কৈছিল বুজাই লিখা ।
৩। বাৰে বাৰে সাজিছে কাৰেং বিশ্ব সভ্যতাৰ ৷২। ‘দৃশ্যান্তৰ' – কবিতাটোৰ কবিজনাৰ নাম কি? কবিতাটোৰ মূলভাৱ লিখা ।
[HSLC '17, 19]
Type by- Bikul Mandal
0 Comments