প্ৰশস্তি

গোট-৫

  A. অতি চমু প্ৰশ্নাৱলীঃ            মূল্য়াংকঃ ১  নম্বৰকৈ 

১। মন্দিৰৰ উপেক্ষিত কি ফুলে  প্ৰেম -পৰিমল যচা বুলি কবিয়ে কৈছে ?[HSLC'20]


B. চমু প্ৰশ্নাৱলীঃ      মূল্য়াংকঃ ২/৩ নম্বৰকৈ .

১। উঠা হে  ঋত্বিক ধ্য়ানী অমৃতৰ পুতেৰ উঠা যত যুক্তি পথযাত্ৰী ।-- কবিয়ে কিয় এনেদৰে আহবান  জনাইছে বুজাই লিখা [HSLC'20]


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ            মূল্য়াংকঃ ৪/৫ নম্বৰকৈ 

১। প্ৰশস্তি কবিতাটোৰ মূলভাব লিখা [HSLC'20]


Type by- Bikul Mandal