বিষাদ যোগ

গোট-১০

A. অতি চমু প্ৰশ্নাৱলীঃ               মূল্য়াংকঃ ১ নম্বৰকৈ 

১। ভট্ৰদেৱৰ সম্পূৰ্ণ নামটো কি ? [HALC'16, 20]


২। কুলক্ষয় দোষ কি ? [HSLC'17]


৩। বিষাদ যোগ পাঠটিৰ মূল কি ? [HSLC'18]


৪। অৰ্জুনৰ ধনুখনৰ নাম কি ? [HSLC'18]


৫। ভট্ৰদেৱৰ গুৰু কোন ? [HSLC'19]


B. চমু প্ৰশ্নাৱলীঃ                      মূল্য়াংকঃ ২/৩ নম্বৰকৈ 

১। __ এই ছয় দোষত আততায়ী__ কৌৰৱসকল কি কি ছয় দোষত আততায়ী হৈছিল ? [HSLC'16]


২। অর্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? [HSLC '16,18]


৩। ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। [HSLC '17]


৪। 'আবে পাণ্ডৱসৱৰ যুদ্ধোৎসৱ শুনা' কুৰুক্ষেত্ৰ যুদ্ধৰ প্রাকক্ষণত পঞ্চপাণ্ডৱে কি কি শঙ্খ ৰজাইছিল? [HSLC '17]

৫। ভট্টদেৱে কবিৰত্ব আৰু ভাগৱত ভট্টাচার্য উপাধি কিয় লাভ কৰে? [HSLC '18]

৬। 'আততায়ী' কাক বোলে ? [HSLC '19]

৭। “জানা ৰাজা, যুদ্ধৰ সন্মুখত অর্জুনে এহি বাক্য বুজি ধনুশৰ এৰি কম্পিত হৈলা, ৰথৰ উপৰত বসিলা।” – এইদৰে কোনে, কাক কৈছে? অর্জুনে কি বাক্য বৈ ৰথৰ ওপৰত বহি পৰিল, তোমাৰ কথাৰে লিখা । [HSLC 19]

৮। কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ, অর্জুন, ভীম, যুধিষ্ঠিৰ । নকুল আৰু সহদেবে বজোৱা শংখকেইটাৰ নাম লিখা । [HSLC '20]

৯। “যুদ্ধত স্বজন বধে কিটো ফলক নেদেখু, বিজয়কো আকাঙ্খা নকৰ, ৰাজ্যক ইছা নাই, সুখক নবাঞ্ছো।”__ কথাষা কোনে, কাৰ আগৰ, কেতিয়া কৈছে?

[HSLC '20]


Type By- Bikul Mandal