গোট-৩

পাৰস্য়ত এভুমুকি  


A. অতি চমু প্ৰশ্নাৱলীঃ

মূল্য়াংকঃ ১ নম্বৰকৈ 

১। ইৰাণৰ ৰাজধানীৰ নাম কি ?  [HSLC'16]


২। 'তটৰেখা' কি ? [HSLC'17]


৩। পোনতে ইৰাণৰ পাৰমানৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল ? [HSLC'18]


৪। ইৰাণৰ ইছলামিক গণন্ত্ৰৰ প্ৰতিষ্ঠা কোন ? [HSLC'19,20]


B. চমু প্ৰশ্নাৱলীঃ

মূল্য়াংকঃ ২/৩ নম্বৰকৈ 

১। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ চমু বিৱৰণ দিয়া । [HSLC'16]


২। শ্বিৰীণ ইবাডিৰ এটি চমু পৰিচয় দিয়া । [HSLC'16]


৩। পাৰস্য়ৰ এটা কথাই মোক সদাই আকৰ্ষণ কৰিছিল । লেখকক কি এটা কথাই আকৰ্ষণ কৰিছিল ? [HSLC'17]


৪। বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে ? [HSLC'17]


৫। জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্য়পুথিত সহায়ত লিখা । [HSLC'18]


৬। বেহেষ্ট-ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিযষয়ে লিখা । [HSLC'18]


৭। ইৰাণৰ শাসক নাদিৰ শ্বাহৰ ৰাজত্বই ভাৰতবৰ্ষত কি বিভীষিকাৰ সৃষ্টি কৰিছিল ? [HSLC'19]


৮। তেলৰ বাবে চলোৱা খনন কাৰ্যত 'মাডলগিং' আহিলাসমূহৰ ভূমিকা কি ? [HSLC'19]


৯। টেহৰাণৰ প্ৰাকৃতিক ইৱস্থা কেলেকুৱা লিখা । [HSLC'20]


Type by- Bikul Mandal