অধ্য়ায় 4
A. অতি চমু প্ৰশ্নাৱলী মূল্য়াংকঃ 1
1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
(a) আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ মাটি কালি - [HSLC'10]
(i) 7.5 নিযুত বৰ্গ কি.মি
(ii) 9.5 নিযুত বৰ্গ কি.মি
(iii) 10.5 নিযুত বৰ্গ কি.মি.
(iv) 8.5 নিযুত বৰ্গ কি. মি
(b) আমেৰিকা মুঠ কালি - [HSLC'13]
(i) 96 লাখ বৰ্গ কিল মিটাৰ
(ii) 66 লাখ বৰ্গ কিল মিটাৰ
(iii) 56 লাখ বৰ্গ কিল মিটাৰ
(iv) 106 লাখ বৰ্গ মিটাৰ
(c) আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ ৰাজ্য়ৰ সংখ্য়া হ'ল- [HSLC'11]
(i) 55 খন
(ii) 35 খন
(iii) 45 খন
(iv) 50 খন
(d) তলৰ ৰাজ্য়বোৰৰ কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ অংশৰ অৱস্থিত ? [HSLC'14]
(i) উটাহ
(ii) টেক্সাছ
(iii) মন্টাহ
(iv) ভাৰ্জিনিয়া
(e) তলৰ ৰাজ্য়সমূহৰ কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য় সমভূমি অঞ্চলত অৱস্থিত ? [HSLC'15]
(i) এলাবামা
(ii) অৰিগন
(iii) ভাৰ্জিনিয়া
(iv) উটাহ
(f) আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ডৰ অক্ষাংশ হ'ল -[HSLC'16]
(i) ৪৫উঃ -৫৯ উঃ
(ii) ৫০ উঃ -৬৩ উঃ
(iii) ২৫ উঃ -৫৩ উঃ
(iv) ৩৫ উঃ -৫৯ উঃ
(g) তলৰ কোনটো অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ হ্ৰদ অঞ্চল অৱস্থিত ? [HSLC'17]
(i) আপেলেছিয়ান
(ii) মধ্য় সমভূমি অঞ্চলত
(iii) ৰকি পাৰ্ব্বত্য় অঞ্চলত
(iv) কালিফোৰ্ণিয়া উপকূলীয় অঞ্চলত
(h) তলত দিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ নদীবোৰৰ কোনখন প্ৰশান্ত মহাসাগৰত পৰিছে ? [HSLC'18]
(i) মুছৌৰী
(ii) স্নে'ক
(iii) ওহিম
(iv) টেনেছি
(i) ইৰি, আমেৰিকা যুক্তচৰাষ্ট্ৰৰ এটা ___________। [ HSLC'20]
(i) মালভূমি
(ii) পৰ্বত
(iii) হ্ৰদ
(iv) জলপ্ৰপাত
(j) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঘন জনবসতি আঞ্চলটো [HSLC'19]
(i) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশ অৱস্থিত
(ii) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম অংশত অৱস্থিত
(iii) আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য় অংশত অৱস্থিত
(iv) আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ অংশত অৱস্থিত
2 . কিমানখন ৰাজ্য়ই আমেৰিকা যুক্তৰাষ্ট্ৰখনগঠন কৰিছে ? [HSLC'13]
3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম ফালে অৱস্থিত মহাসাগৰখনৰ নাম লিখা [ HSLC'11]
4. ব্ৰাজিলত পোৱা ঘাঁহনি অঞ্চলৰ নাম উল্লেখ কৰা । [HSLC'12]
5 . মিছিছিপি নদীৰ প্ৰধান উপনৈ এখনৰ নাম লিখা [HSLC'10]
6. আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোন অংশৰ জনবসতি ঘন ? [ HSLC'14]
7. আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা কৃষি বলয়ৰ নাম লিখা । [HSLC'15,17]
8. আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰকি পৰ্বত অঞ্চলৰ এখন পশ্চিম বাহিনী নদীৰ নাম উল্লেখ কৰা । [HSLC'19].
9. আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাটিকালি কিমান ? [HSLC'18,20]
10 . আপেলেছিয়ান উচ্চভূমি অঞ্চল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোন অংশত অৱস্থিত ? [HSLC'16]
B. চমু প্ৰশ্নাৱালীঃ মূল্য়াংক 2/3
1. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা কৃষি বলয় উল্লেখ কৰা । [HSLC'10]
2. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা ভূ-প্ৰাকৃতিক অঞ্চলৰ নাম লিখা [HSLC'10]
3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা প্ৰধান ঔদ্য়োগিক অঞ্চলৰ নাম লিখা [HSLc'11]
4. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুখন পৰ্বতৰ নাম লিখা [HSLC'13,17]
5. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা বৃহৎ হ্ৰদৰ নাম লিখা [HSLC'14]
6. দক্ষিণ আমেৰিকাৰ তিনিটা প্ৰধান পূবৰ দিশে প্ৰবাহিত নদীৰ নাম লিখা [HSLC' 18]
7. আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ সৰোবৰ কেইতাৰ নাম লিখা [HSLC'16]
8. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ অংশত অৱস্থিত দুখন ৰাজ্য়ৰ নাম উল্লেখ কৰা [HSLC'18]
9 . আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুখন নদীৰ নাম লিখা [ HSLC'15]
10 . উত্তৰ আমেৰিকাৰ যিকোনো দুখন নদীৰ নাম উল্লেখ কৰা [HSLC'20]
11. আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষিয়ে কি ভূমিকা পালন কৰে, চমুকৈ আ
লোচনা কৰা ।[HSLC'19]
12. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলীয় ঔদ্য়োগিক অঞ্চলৰ বিষয়ে চমুকৈ লিখা [HSLC'19]
13. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপেলেছিয়ান উচ্চভূমি অঞ্চলত অৱস্থিত দুখন ৰাজ্য়ৰ নাম লিখা [HSLC'19]
14. দক্ষিণ আমেৰিকা মহাদেশৰ জলবায়ুৰ বিষয়ে এটি চমুটোকা লিখা [HSLC'20]
C. ৰচনাধৰ্মী প্ৰশ্নাৱলী মূল্য়াংকঃ 4/5/6
1. আমেৰিকা যুিক্তৰাষ্ট্ৰৰ ভূমধ্য়সাগৰীয় কৃষি বলয়ৰ বিষয়ে চমুকৈ লিখা [HSLC'11]
2. আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য় সমভূমি অঞ্চলটো খেতিৰ বাবে কিয় উপযোগী ব্য়াখ্য়া কৰা [HSLC'11]
3 . আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ হ্ৰদীয় শিল্পাঞ্চলৰ বিষয়ে এটি চমুটোকা লিখা [HSLC'10]
4. আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান আৰু আকাৰ সম্বন্ধে এটা চমু পৰিচয়মূলক টোকা লিখা [HSLC'12]
5. আমেৰিকা যুক্তচৰাষ্ট্ৰৰ মধ্য় সমভূমি অঞ্চলৰ চাৰিটা বিভাগৰ নাম লিখা । অঞ্চলটোৰ মাজেদি
প্ৰবাহিত দুখন নদীৰ নাম উল্লেখ কৰা [HSLC'12]
6. আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আৰ্হি -মানচিত্ৰ আঁকি তাত কৃষি বলয়কেিটা দেখুওৱা [HSLC'12]
7. আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ সৰোবৰ অঞ্চলৰ চাৰিটা হ্ৰদৰ নাম লিখা । [HSLC'13]
8. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা ঔদ্য়োগিক অঞ্চলৰ নাম লিখা আৰু তাৰ যিকোনো এটাৰ বৈশিষ্ট্য় উল্লেখ
কৰা [HSLC;13]
9. আমেৰিকা যুক্তৰাষ্ট্ৰৰ কপাহ আৰু মাকৈ বলয়ৰ এটি চমুটোকা লিখা [HSLC'14]
10. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ চাৰিটা প্ৰধান বৈশিষ্ট্য় উল্লেখ কৰা
[HSLC'14]
11. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান ঔদ্য়োগিক অঞ্চল কেইটা কি কি ? তাৰে যি কোনো এটা অঞ্চলৰ দুটা
বিশেষত্ব উল্লেখ কৰা [HSLC'15]
12. আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্য়া বৃদ্ধি আৰু বিতৰণৰ বিষয়ে এটি সংক্ষিপ্ত টোকা লিখা । [HSLC'15]
13. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ পূব উপকূলীয় অঞ্চল কিয় ধান আৰু কুঁহিয়াৰ কৃষিৰ উপযোগী, ব্য়াখ্য়া কৰা । [HSLC'16]
14. আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিটা বৃহৎ উদ্য়োগ অঞ্চল ব্য়াখ্য়া কৰা । [HSLC'16]
15. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান ঔদ্য়োগিক অঞ্চল কেইটা কি কি ? দেশখনৰ যি কোনো এটা ঔদ্য়োগিক অঞ্চলৰ বিষয়ে ব্য়াখ্য়া কৰা [HSLC'17]
16. আমেৰিকা যুক্তৰাষ্ট্ৰৰ গম আৰু কুঁহিয়াৰ কৃষি বলয়ৰ বিষয়ে এটি চমু টোকা লিখা [HSLC'17]
17. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান প্ৰাকৃতিক বিভাগকেইটা কি কি ? ইয়াৰ যি কোনো এটা বিভাগৰ বৈশিষ্ট্য়সমূহ চমুকৈ বৰ্ণনা কৰা । ]HSLC'18]
18. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ অৰ্থনৈতিক তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা [HSLC'18]
19. পৃথিৱীৰ বৃহত্তম অৰ্থনৈতিক শক্তিৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰ কিয় মূৰ তুলি উঠিছে । [HSLC'20]
20 . আমেৰিকা যুক্তৰাষ্ট্ৰ জনসংখ্য়া বৃদ্ধি আৰু বিতৰনৰ এটি চমু খতিয়ান দাঙি ধৰা [HSLC'19]
21. আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদৰ বিষয়ে লিখা [HSLC'20]
Type by- Bikul Mandal
0 Comments