অধ্য়ায় 4

 A. অতি চমু প্ৰশ্নাৱলী                          মূল্য়াংকঃ 1

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

 (a) আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ মাটি কালি -  [HSLC'10] 

(i) 7.5 নিযুত বৰ্গ কি.মি 

(ii) 9.5 নিযুত বৰ্গ কি.মি 

(iii) 10.5 নিযুত বৰ্গ কি.মি. 

(iv) 8.5 নিযুত বৰ্গ কি. মি 


(b) আমেৰিকা মুঠ কালি - [HSLC'13]

(i) 96 লাখ বৰ্গ কিল মিটাৰ 

(ii) 66 লাখ বৰ্গ কিল মিটাৰ 

(iii) 56 লাখ বৰ্গ কিল মিটাৰ 

(iv) 106 লাখ বৰ্গ মিটাৰ 


(c) আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ ৰাজ্য়ৰ সংখ্য়া হ'ল- [HSLC'11]

(i) 55 খন 

(ii) 35 খন

(iii) 45 খন

(iv) 50 খন 


(d) তলৰ ৰাজ্য়বোৰৰ কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ অংশৰ অৱস্থিত ? [HSLC'14]

(i) উটাহ

(ii) টেক্সাছ  

(iii) মন্টাহ 

(iv) ভাৰ্জিনিয়া


(e) তলৰ ৰাজ্য়সমূহৰ কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য় সমভূমি অঞ্চলত অৱস্থিত ? [HSLC'15]

(i) এলাবামা 

(ii) অৰিগন

(iii) ভাৰ্জিনিয়া 

(iv)  উটাহ 


(f) আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ডৰ অক্ষাংশ হ'ল -[HSLC'16]

(i) ৪৫উঃ -৫৯ উঃ

(ii) ৫০ উঃ -৬৩ উঃ       

(iii) ২৫ উঃ -৫৩ উঃ

(iv) ৩৫ উঃ -৫৯ উঃ


(g) তলৰ কোনটো অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ হ্ৰদ অঞ্চল অৱস্থিত ? [HSLC'17]

(i) আপেলেছিয়ান 

(ii) মধ্য় সমভূমি অঞ্চলত 

(iii) ৰকি পাৰ্ব্বত্য় অঞ্চলত

(iv)  কালিফোৰ্ণিয়া উপকূলীয় অঞ্চলত 


(h) তলত দিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ নদীবোৰৰ কোনখন প্ৰশান্ত মহাসাগৰত পৰিছে ? [HSLC'18]

(i) মুছৌৰী 

(ii) স্নে'ক

(iii) ওহিম

(iv)  টেনেছি


(i) ইৰি, আমেৰিকা যুক্তচৰাষ্ট্ৰৰ এটা ___________। [ HSLC'20] 

(i) মালভূমি 

(ii) পৰ্বত

(iii) হ্ৰদ

(iv) জলপ্ৰপাত


(j) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঘন জনবসতি আঞ্চলটো [HSLC'19] 


(i)  আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশ অৱস্থিত 


(ii) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম অংশত অৱস্থিত 


(iii) আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য় অংশত অৱস্থিত


(iv) আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ অংশত অৱস্থিত 


2 . কিমানখন ৰাজ্য়ই আমেৰিকা যুক্তৰাষ্ট্ৰখনগঠন কৰিছে ? [HSLC'13]


3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম ফালে অৱস্থিত মহাসাগৰখনৰ নাম লিখা [ HSLC'11]


4. ব্ৰাজিলত পোৱা ঘাঁহনি অঞ্চলৰ নাম উল্লেখ কৰা । [HSLC'12]


 5 . মিছিছিপি নদীৰ প্ৰধান উপনৈ এখনৰ নাম লিখা [HSLC'10]


6. আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোন অংশৰ জনবসতি ঘন ? [ HSLC'14]


7. আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা কৃষি বলয়ৰ নাম লিখা । [HSLC'15,17]


 8. আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰকি পৰ্বত অঞ্চলৰ এখন পশ্চিম বাহিনী নদীৰ নাম উল্লেখ কৰা । [HSLC'19].


9. আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাটিকালি কিমান ? [HSLC'18,20]


10 . আপেলেছিয়ান উচ্চভূমি অঞ্চল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোন অংশত অৱস্থিত ? [HSLC'16] 


B.    চমু   প্ৰশ্নাৱালীঃ            মূল্য়াংক 2/3

1. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা কৃষি বলয়  উল্লেখ কৰা । [HSLC'10] 


2. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা ভূ-প্ৰাকৃতিক অঞ্চলৰ নাম লিখা [HSLC'10]


3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা প্ৰধান ঔদ্য়োগিক অঞ্চলৰ নাম লিখা [HSLc'11] 


4. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুখন পৰ্বতৰ নাম লিখা [HSLC'13,17]


5. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা বৃহৎ হ্ৰদৰ নাম লিখা [HSLC'14]


6. দক্ষিণ আমেৰিকাৰ তিনিটা প্ৰধান পূবৰ দিশে প্ৰবাহিত নদীৰ নাম লিখা [HSLC' 18]


7. আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ সৰোবৰ কেইতাৰ নাম লিখা [HSLC'16]


8. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ অংশত অৱস্থিত দুখন ৰাজ্য়ৰ নাম উল্লেখ কৰা [HSLC'18]


9 . আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুখন নদীৰ নাম লিখা [ HSLC'15]


10 . উত্তৰ আমেৰিকাৰ যিকোনো দুখন নদীৰ নাম উল্লেখ কৰা [HSLC'20]


11. আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষিয়ে কি ভূমিকা পালন কৰে, চমুকৈ আ

লোচনা কৰা ।[HSLC'19]


12. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলীয় ঔদ্য়োগিক অঞ্চলৰ বিষয়ে চমুকৈ লিখা [HSLC'19]


13. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপেলেছিয়ান উচ্চভূমি অঞ্চলত অৱস্থিত দুখন ৰাজ্য়ৰ নাম লিখা [HSLC'19]


14. দক্ষিণ আমেৰিকা মহাদেশৰ জলবায়ুৰ বিষয়ে এটি চমুটোকা লিখা [HSLC'20]


C. ৰচনাধৰ্মী প্ৰশ্নাৱলী       মূল্য়াংকঃ   4/5/6

 1. আমেৰিকা যুিক্তৰাষ্ট্ৰৰ ভূমধ্য়সাগৰীয় কৃষি বলয়ৰ বিষয়ে চমুকৈ লিখা [HSLC'11]


2.  আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য় সমভূমি অঞ্চলটো খেতিৰ বাবে কিয় উপযোগী ব্য়াখ্য়া কৰা [HSLC'11]


3 . আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ হ্ৰদীয় শিল্পাঞ্চলৰ বিষয়ে এটি চমুটোকা লিখা [HSLC'10]


4. আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান আৰু আকাৰ সম্বন্ধে এটা চমু পৰিচয়মূলক টোকা লিখা [HSLC'12]



5. আমেৰিকা যুক্তচৰাষ্ট্ৰৰ মধ্য় সমভূমি অঞ্চলৰ চাৰিটা বিভাগৰ নাম লিখা । অঞ্চলটোৰ মাজেদি

 প্ৰবাহিত দুখন নদীৰ নাম উল্লেখ কৰা [HSLC'12]


 6. আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আৰ্হি -মানচিত্ৰ আঁকি তাত কৃষি বলয়কেিটা দেখুওৱা [HSLC'12]


7. আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ সৰোবৰ অঞ্চলৰ চাৰিটা হ্ৰদৰ নাম লিখা । [HSLC'13]


8. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা ঔদ্য়োগিক অঞ্চলৰ নাম লিখা আৰু তাৰ যিকোনো এটাৰ বৈশিষ্ট্য় উল্লেখ

 কৰা [HSLC;13]


9. আমেৰিকা যুক্তৰাষ্ট্ৰৰ কপাহ আৰু মাকৈ বলয়ৰ এটি চমুটোকা লিখা [HSLC'14]


10. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপেলেছিয়ান  উচ্চভূমি অঞ্চলৰ চাৰিটা প্ৰধান বৈশিষ্ট্য় উল্লেখ কৰা

 [HSLC'14]


11. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান ঔদ্য়োগিক অঞ্চল কেইটা কি কি ? তাৰে যি কোনো এটা অঞ্চলৰ দুটা

 বিশেষত্ব উল্লেখ কৰা [HSLC'15]


12. আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্য়া বৃদ্ধি আৰু বিতৰণৰ বিষয়ে এটি সংক্ষিপ্ত টোকা লিখা । [HSLC'15]


13. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ পূব উপকূলীয় অঞ্চল কিয় ধান আৰু কুঁহিয়াৰ কৃষিৰ উপযোগী, ব্য়াখ্য়া কৰা । [HSLC'16]


14. আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিটা বৃহৎ উদ্য়োগ অঞ্চল ব্য়াখ্য়া কৰা । [HSLC'16]


15. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান ঔদ্য়োগিক অঞ্চল কেইটা কি কি ? দেশখনৰ যি কোনো এটা ঔদ্য়োগিক অঞ্চলৰ বিষয়ে ব্য়াখ্য়া কৰা [HSLC'17]


16. আমেৰিকা যুক্তৰাষ্ট্ৰৰ গম আৰু কুঁহিয়াৰ কৃষি বলয়ৰ বিষয়ে এটি চমু টোকা লিখা [HSLC'17]


17. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান প্ৰাকৃতিক বিভাগকেইটা কি কি ? ইয়াৰ যি কোনো এটা বিভাগৰ বৈশিষ্ট্য়সমূহ চমুকৈ বৰ্ণনা কৰা ।  ]HSLC'18]


18. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ অৰ্থনৈতিক তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা [HSLC'18]


 19. পৃথিৱীৰ বৃহত্তম অৰ্থনৈতিক শক্তিৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰ কিয় মূৰ তুলি উঠিছে । [HSLC'20] 


20 . আমেৰিকা যুক্তৰাষ্ট্ৰ জনসংখ্য়া বৃদ্ধি আৰু বিতৰনৰ এটি চমু খতিয়ান দাঙি ধৰা [HSLC'19]


21. আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদৰ বিষয়ে লিখা [HSLC'20]


Type by- Bikul Mandal