আঞ্চলিক ভূগোল
অধ্য়ায় 3
A. অতি চমু প্রশ্নাবলী ঃ
শুদ্ধ উত্তৰটো বাছি উলিওৱা : 1. (a) মৌচুমী অঞ্চলৰ মানুহৰ প্ৰধান আর্থিক কৰ্ম হৈছে— [HSLC '11] (i) মৰুভূমি (ii) ঘাঁহনি (iii) ওখ গছ (iv) মেরুদেশীয় উদ্ভিদ(b) ছাভানা এক প্ৰকাৰৰ । [HSLC '10]
(i) পশু পালন
(ii) কৃষি
(iii) মাছ ধৰা
(iv) চিকাৰ
(c) মাটিকালি হিচাপত তলৰ কোনখন মহাদেশ আটাইতকৈ ভাঙব? [HSLC'13]
(i) ইউৰোপ
(d) তলৰ কোনখন মহাদেশত ভিক্টোৰিয়া হ্ৰদটো অৱস্থিত ? [HSLC '12]
(e) মাটিকালি হিচাপত তলৰ কোনটো প্ৰাকৃতিক অঞ্চল বৃহত্তম ? [HSLC'14]
(i) ভূমধ্যসাগৰীয় অঞ্চল
(ii) ক্রান্তীয় উষ্ণ মরু অঞ্চল
(iii) নিৰক্ষীয় অঞ্চল
(iv) উচ্চ পার্বত্য অঞ্চল
(f) টাইগা অৰণ্য তলৰ কোনটো অঞ্চলত অৱস্থিত ? [HSLC'15]
(i) শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল
(ii) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল
(iii) মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চল
(iv) নিৰক্ষীয় অঞ্চল
(g) ছেলভা অৰণ্য অৱস্থিত-
(i) মৌচুমী অঞ্চলত
(ii) ক্রান্তীয় তৃণভূমি অঞ্চলত
(iii) নিৰক্ষীয় অঞ্চলত
(iv) শীতল মেৰু অঞ্চলত
(h) মাটিকালি হিচাপে ওচেনিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম দেশখন হ'ল [HSLC'19]
(i) আর্জেন্টিনা
(ii) দক্ষিণ আফ্রিকা
(iii) ভেনেজুৰেলা
(iv) ব্রাজিল
(i) কেম্পোছ তৃণভূমি থকা দেশখন হ'ল [HSLC'18 ]
(i) নিউজিলেণ্ড
(ii) ছ'ল'মন দ্বীপপুঞ্জ
(iii) ফিজি
(iv) পাপুৱা নিউগিনি
(j)এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত অৱস্থিত পর্বতমালাটো হৈছে: [HSLC 20]
(i) ইউৰাল পর্বতমালা
(ii) কাবাকোরাম পর্বতমালা
(iii) আল্চ পর্বতমালা
(iv) ককেচাছ পর্বতমালা
2. কেন্দ্রভিত্তিক অঞ্চলৰ এটা উদাহৰণ দিয়া। [HSLC'10]
3. ক্রিয়াত্মক অঞ্চলৰ অৰ্থ লিখা । [HSLC'11]
4. ইগলু বোলা এক প্ৰকাৰৰ ঘৰত বাস কৰা জনগোষ্ঠীটোৰ নাম লিখা। [HSLC'13]
5. আর্জেন্টিনাৰ তৃণভূমিটোৰ নাম লিখা [HSLC 14]
6. উষ্ণ আৰু শুকান গ্রীষ্মকাল আৰু ঠাণ্ডা আৰু সেমেকা শীতকাল কোনটো প্ৰাকৃতিক অঞ্চলৰ বৈশিষ্ট্য ? [HSLC'15]
7. পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন ? [HSLC'16]
৪. সমধর্মী অঞ্চলৰ অৰ্থ লিখা । [HSLC '17]
9. কোনটো অক্ষরেখা চাহাবা মৰুভূমিৰ মাজেদি পাৰ হৈ গৈছে? | [HSLC'18]
10. সমধর্মী অঞ্চলৰ এটা উদাহৰণ দিয়া । [HSLC'19]
11. কোনখন গোবি মরুভূমি অৱস্থিত? [HSLC 20]
B. চমু প্রশ্নাবলী মূল্যাংক : 2/3
1. এছিয়া মহাদেশৰ দুটা পৰ্বতৰ নাম লিখা । [HSLC'11]
2. সমরূপী অঞ্চলৰ দুটা উদাহৰণ দিয়া ৷ [HSLC'10]
3. দক্ষিণ অষ্ট্ৰেলিয়াৰ দুখন চহৰৰ নাম লিখা । [ HSLC'12]
4. অঞ্চল বুলিলে কি বুজা ? [HSLC '10]
5. পৃথিৱীত প্ৰাকৃতিক অঞ্চল চিনাক্তকৰণৰ ভিত্তি কি? [HSLC '11 ]
6. মেরু অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য উল্লেখ কৰা । [ HSLC'11]
7 . ভূমধ্যসাগৰীয় অঞ্চলৰ তিনিটা বৈশিষ্ট্য দাঙি ধৰা । [HSLC'10]
৪. ভূমধ্যসাগৰীয়া জলবায়ুৰ তিনিটা বিশেষ বৈশিষ্ট উল্লেখ কৰা। [HSLC'12]
9. মেৰু অঞ্চলৰ দুবিধ জন্তুৰ নাম লিখা । [HSLC'13]
10. আফ্ৰিকাৰ দুখন নদীৰ নাম লিখা । [HSLC'13]
11. নিরক্ষীয় অঞ্চলৰ দুখন দেশৰ নাম লিখা । [HSLC '14]
12. মধ্য অক্ষাংশ বলতে অবস্থিত তিনিটা প্রাকৃতিক অঞ্চলৰ নাম [HSLC 14]
13. নিরক্ষীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম উল্লেখ কৰা। [HSLC 14]
14. ভূমধ্যসাগৰীয় অঞ্চলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । [HSLC 14]
15.সমধৰ্মী অঞ্চলৰ তিনিটা উদাহৰণ দিয়া। [HSLC'15]
16. আফ্রিকা মহাদেশৰ চাহাবা মৰুভূমি অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা। [HSLC'15]
17. দুয়োটা খোলাৰত মৌচুমী অঞ্চল কিমান অক্ষাংশলৈ বিস্তৃত হৈ আছে লিখা। [HSLC'16]
19. ভূম্যসাগৰীয়া অঞ্চল সমূহত কিয় আৰকালি বৰষুণ হয়? [HSLC'16]
20. মৌচুমী অঞ্চলৰ দুখন দেশৰ নাম লিখা। [HSLC'17]
21. মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলৰ তৃণভূমি সমূহৰ নাম লিখা। কাৰণ দর্শায়া। [HSLC '16]
23. 'আঞ্চলিক ভূগোল' মানে কি বুজা। ইয়াৰ তাৎপৰ্য কি? [HSLC'19]
24. প্রাকৃতিক অঞ্চল কাক বোলে। নিৰক্ষীয় অঞ্চলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । [HSLC 18]
25. এছিয়া মহাদেশৰ ভূ-প্রকৃতিয়ে কেনেদৰে ইয়াৰ জলবায়ুত প্রভাৱ পেলায় ? [HSLC'19]
26. আফ্রিকা মহাদেশৰ তিনিটা গুরুত্বপূর্ণ হ্ৰদৰ নাম লিখা । [HSLC 19]
27. ক্রান্তীয় উষ্ণ মরু অঞ্চলৰ দুটা মৰুভূমিৰ নাম লিখা। [HSLC'18]
28. শীতল মেরু অঞ্চলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা [HSLC 19]
30. ইউৰোপ মহাদেশৰ যিকোনো দুখন নদীৰ নাম উল্লেখ কৰা । [HSLC 20]
31. পৃথিৱীৰ ক্ৰান্তীয় উষ্ণ মরু অঞ্চলৰ যিকোনো তিনিখন উল্লেখযোগ্য মৰুভূমিৰ নাম লিখা ।
[HSLC 20]
32 . ওছেনিয়া মহাদেশৰ অৱস্থিতিৰ বিষয়ে লিখা |[HSLC 20]
33. আঞ্চলিক ভূগোলৰ সংজ্ঞা দিয়া। [HSLC 20]
34. নদী উপত্যকাত জনসংখ্যাৰ ঘনত্ব কিয় অধিক হয় তাৰ তিনিটা কাৰণ দিয়া । [HSLC 20]
35. আফ্রিকা মহাদেশৰ দুটা ঘন বসতিপূর্ণ অঞ্চলৰ নাম লিখা । [HSLC '20]
c. ৰচনাধৰ্মী প্ৰশ্নাৱলী মূল্য়াংকঃ 4/5/6
1. ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ (ক) অৱস্থান, (খ) জলবাযু আৰু (গ) অৰ্থনৈতিক কাম - কাজৰ উল্লেখেৰে এটি বৰ্ণনা দিয়া ।
2. ক্ৰান্তীয় উষ্ণ মৰুভূনি অঞ্চলত জনসংখ্য়া কিয় ঘন নহয় লিখা । [ HSLC'11]
3. পৃথিৱীৰ অঞ্চল সমূহ উল্লেখ কৰা আৰু তাৰে যিকোনো অঞ্চলৰ বিষয়ে চমুকৈ লিখা । [ HSLC' 10]
[HSLC' 11]
4. অষ্ট্ৰেলিয়াৰ খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা । [ HSLC' 12]
5. আফ্ৰিকা মহাদেশৰ চাৰিখন প্ৰধান নদীৰ নাম লিখা । [ HSLC'12]
6. প্ৰাকৃতিক অঞ্চল কি ? উচ্চ পাৰ্বত্য় অঞ্চলৰ দুটা প্ৰধান বৈশিষ্ট্য় উল্লেখ কৰা ।[HSLC'15]
7. পৃথিৱীৰ চাৰিটা প্ৰাকৃতিক অঞ্চলৰ নাম লিখা আৰু তাৰে যি কোনো এটাৰ চমু বৰ্ণনা দিয়া । [ HSLC' 13]
8. "প্ৰাকৃতিক অঞ্চল "কি ? তুন্দ্ৰা অঞ্চলৰ বিষয়ে এটি চমু বৰ্ণনা লিখা । [HSLC'14]
9. অঞ্চল কি ? অঞ্চলৰ মূল প্ৰকাৰ দুটা উল্লেখ কৰা । [ HSLC'13]
10. এছিয়া মহাদেশৰ অৱস্থিত, ভূ-প্ৰকৃতিৰ বৈশিষ্ট্য় আৰু জনসংখ্য়াৰ বিতৰন সম্পপৰ্কে এটি চমু বৰ্ণনা দাঙি ধৰা । [HSLC'15]
11. পৃথিৱীৰ শতকৰা 40 ভাগ মানুহ কিয় মৌচুমি অঞ্চলত বসবাস কৰে বৰ্ণনা কৰা । [ HSLC'17]
12. অঞ্চল বুলিলে কি বুজা ? ভূগোল অধ্য়য়নত অঞ্চলৰ গুৰুত্ব সম্পৰ্কে ব্য়া খ্য়া কৰা । [HSLC'16]
13. বূমধ্য়সাগৰীয় প্ৰাকৃতিক অঞ্চলৰ মানুহৰ জীৱিকা কি কি ? ব্য়াখ্য়া কৰা । [HSLC'16]
14. পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন ? সেই মহাদেশখনৰ ভূ-প্ৰকৃতি আৰু জলবায়ুৰ বৈশিষ্টসমূহ চমুকৈ লিখা । [HSLC17]
15. পৃথিৱীৰ প্ৰায় ৯০ শতাংশ মানুহ কিয় উত্তৰ গোলাৰ্ধত বাস কৰে, চমুকৈ ব্য়াখ্য়া কৰা । [HSLC'18]
16. সমধৰ্ধী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ সংজ্ঞা দিয়া আৰু ইয়াৰ যিকোনো দুটা বৈশিষ্ট্য় উল্লেখ কৰা । [HSLC'20]
17. ক্ৰান্তীয় উষ্ম মৰু অঞ্চলৰ পৰিপ্ৰেক্ষিতত জলবায়ুয়ে কিদৰে উদ্ভিদক প্ৰভাৱ পেলায়, চমুকৈ ব্য়াখ্য়া কৰা । [HSLC'19]
18. প্ৰাকৃতিক অঞ্চল কি ? পৃথিৱীৰ যিকোনো দুটা প্ৰাকৃতিক অঞ্চলৰ মানুহৰ জীৱন-প্ৰণালীৰ এটি বৰ্ণনা দিয়া । [HSLC'19]
19. পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন ? সেই মহাদেশখনৰ এটি চমু ভৌগোলিক আভাস দাঙি ধৰা । [HSLC'18]
Type by- Bikul Mandal
0 Comments