জাপানৰ আঞ্চলিক ভূগোল

অধ্য়ায়- 5

 অতি চমু প্ৰশ্নাৱলীঃ                  মূল্য়াংকঃ1

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

(a) জাপানৰ মুঠ মাটিকালিৰ শতাংশ হিচাপত কৃষিভূমিৰ পৰিমাণ- [HSLC'10]

(i) 25% 

(ii) 20%

(iii) 5%

(iv) 15%


(b) কিল'মিটাৰ হিচাপত উত্তৰ-দক্ষিণাকৈ জাপানৰ প্ৰসাৰ - [HSLC'11]

(i) 1500 বৰ্গ কিঃমিঃ

(ii) 2100 বৰ্গ কিঃমিঃ

(iii) 2400 বৰ্গ কিঃমিঃ

(iv) 1800 বৰ্গ কিঃমিঃ


(c) জনসংখ্য়া হিচাপে তলৰ কোনখন মহানগৰ সৰ্ববৃহৎ ? [HSLC'12]

(i) বেইজিং 

(ii) কলকাতা 

(iii) কৰাচি

(iv) টকিঅ'


(d) তলত দিয়া জাপানৰ দ্বীপকেইটাৰ ভিতৰত কোনটো মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ ? [HSLC'13]

(i) হ’কাইডো

(ii) হনছু

(iii) ছিক কু

(iv) কিউছিউ

(e) জাপানৰ হ’কাইডো অঞ্চলত থকা নগৰখন হ'ল- [HSLC'14] (i) চেণ্ডাই (ii) টয়ামা (iii) কোবে

(iv) চাপ'ৰো


(f) মধ্য জাপান অঞ্চলত থকা সমভূমিবোৰৰ এটা হ'ল- [HSLC'15] (i) আবুকুমা সমভূমি

(ii) টকাছি সমভূমি

(iii) কনছেন সমভূমি

(iv) কাণ্টো সমভূমি


(g) জাপান দেশৰ পৰ্বতময় ভূমিয়ে আবৰি আছে প্ৰায়— [HSLC'16]

(i) 50%

(ii) 60জ%

(iii) 75%

(iv) 65%

(h) কোনটো ঔদ্যোগিক অঞ্চলে জাপানক ৩০% ঔদ্যোগিক উৎপাদন যোগান ধৰে—[HSLC'17]

(i) ট'কিঅ - ইয়োকোহামা অঞ্চল

(ii) ওছাকা-কোবে-কিওটো উদ্যোগ অঞ্চল (iii) নাগোয়ো উদ্যোগ অঞ্চল (iv) উত্তৰ কিউছিউ উদ্যোগ অঞ্চল

(i) জাপানৰ কিটাকামি মালভূমিৰ অৱস্থান হ’ল [HSLC '18] (i) হ’কাইড' অঞ্চলত

(ii) উত্তৰ-পূৱ জাপান অঞ্চলত

(iii) মধ্য জাপান অঞ্চলত

(iv) দক্ষিণ-পশ্চিম জাপান অঞ্চলত

(j) কাণ্টো সমভূমি অঞ্চলটো [HSLC'19] (i) হ’কাইড অঞ্চলত অৱস্থিত

(ii) মধ্য জাপান অঞ্চলত অৱস্থিত (iii) উত্তৰ-পূব জাপান অঞ্চলত অৱস্থিত

(iv) দক্ষিণ-পশ্চিম জাপান অঞ্চলত অৱস্থিত


(k) জাপানৰ কোনটো প্ৰাকৃতিক বিভাগত আবুকুমা মালভূমি অৱস্থিত ? [HSLC '20] (i) মধ্য জাপান অঞ্চল (ii) উত্তৰ পূৱ জাপান অঞ্চল

(iii) হ’কাইড’অঞ্চল

(iv) দক্ষিণ-পশ্চিম জাপান অঞ্চল


2. জাপানৰ প্ৰাচীন নামটো কি? [HSLC '14, '18]


3 . পৃথিৱীৰ কোনখন ৰাষ্ট্ৰক ‘সূর্যোদয়ৰ দেশ ' বুলি কোৱা হয় ? [HSLC'13]


4. জনসংখ্যা হিচাপত পৃথিৱীৰ দেশসমূহৰ ভিতৰত জাপানৰ স্থান উল্লেখ কৰা। [HSLC'11]


5. ইউৰোপৰ কোনখন দেশৰ লগত জাপানক তুলনা কৰিব পাৰি? [HSLC'15]


6. জাপানৰ দ্বীপসমূহৰ ভিতৰত দ্বীপটোৰ নাম কি? [HSLC 20]

7. জাপানৰ এটা শিল্পোদ্যোগ অঞ্চলৰ নাম লিখা । [ HSLC'17]

৪. জাপানৰ কোন ঔদ্যোগিক অঞ্চলটোক 'জাপানৰ ডেট্ৰইট' বুলি জনা যায় ? [HSLC'19]


9 . জাপানৰ মুখ্য দ্বীপ কেইটা ? [HSLC'16]


B. চমু প্রশ্নাবলী

1 . জাপানৰ দুটা দ্বীপৰ নাম লিখা [HSLC'11]

2. জাপানৰ দুটা প্ৰধান কৃষিশস্যৰ নাম লিখা। [HSLC'10]


3 .জাপানৰ দুখন সমভূমিৰ নাম লিখা [HSLC'10]


4. জাপানৰ জনসংখ্যাৰ ঘনত্বক প্রভাবান্বিত কৰা কাৰকসমূহ উল্লেখ কৰা। [HSLC '11]


5. জাপানৰ তিনিখন প্রধান নগৰৰ নাম লিখা। [HSLC'13]


6. জাপানৰ দুটা ঔদ্যোগিক অঞ্চলৰ নাম লিখা। [HSLC'12]

7. জাপানৰ দুটা কৃষি অঞ্চলৰ নাম উল্লেখ কৰা। [HSLC 13]


8 . জাপানৰ মুখ্য অর্থনৈতিক কাম-কাজবোৰ উল্লেখ কৰা ৷ [HSLC'11]


9.জাপানৰ তিনিটা প্ৰধান ঔদ্যোগিক অঞ্চলৰ নাম উল্লেখ কৰা। [HSLC '13, '15, '18]


10. মধ্য জাপান অঞ্চলৰ দুটা প্ৰধান সমভূমিৰ নাম লিখা । [HSLC'14]


11. জাপানৰ তিনিখন প্রধান নদীৰ নাম লিখা। [HSLC'14]


12. জাপানৰ মুখ্য চাৰিটা প্ৰাকৃতিক বিভাগৰ নাম লিখা । [HSLC'16]


13. জাপানৰ উত্তৰ-পূৱ অঞ্চলৰ দুখন নগৰৰ নাম লিখা । [HSLC'15]

14. জাপানৰ তিনিটা ভৌগোলিক বৈশিষ্ট্য উল্লেখ কৰা । [HSLC'15]


15 . মধ্য জাপানৰ তিনিটা কৃষি অঞ্চলৰ নাম লিখা। [HSLC'14]

16. জাপানৰ জনসংখ্যা বিতৰণ সকলো ঠাইতে একে নহয় কিয় ? [HSLC'16]


17 . জাপানৰ জনসংখ্যাৰ ঘনত্ব তাৰতম্যৰ কাৰণসমূহ উল্লেখ কৰা ৷ [HSLC'17]


18. জাপানৰ দুটা প্ৰাকৃতিক অঞ্চলৰ নাম লিখা । [HSLC'17]


19. জাপানৰ তিনিটা কৃষি অঞ্চলৰ নাম উল্লেখ কৰা । [HSLC'17]


20 . যদিও জাপান পর্বতময়ী দেশ কিন্তু কৃষিৰ উন্নতিৰ ক্ষেত্ৰত এক লেখত লবলগীয়া। ব্যাখ্যা

কৰা । [HSLC'16]


21. জাপানৰ হ'কাইডো অঞ্চলৰ দুখন নগৰৰ নাম উল্লেখ কৰা [HSLC'18]


22. জাপানৰ তিনিটা ভূ-প্রাকৃতিক বৈশিষ্ট্য সম্পর্কে লিখা । [HSLC'18]


23. জাপানৰ দক্ষিণ অংশৰ দুটা গুৰুত্বপূৰ্ণ দ্বীপৰ নাম উল্লেখ কৰা । [HSLC'19]


24. জাপান হ’কাইড’অঞ্চলৰ দুটা ভৌগোলিক বৈশিষ্ট্য লিখা ৷ [HSLC'19]


25. জাপানৰ চাৰিওফালে থকা যিকোনো তিনিটা সাগৰৰ নাম উল্লেখ কৰা ৷ [HSLC '19]

26. জাপানৰ খনিজ সম্পদ সম্পর্কে এটি টোকা লিখা। [HSLC'19]

27. জাপানত গাঁৱৰ পৰা নগৰ-চহৰলৈ মানুহৰ প্ৰব্ৰজন দ্ৰুতগতিত বৃদ্ধি পাইছে। কিয় ? [HSLC '20]

C. ৰচনাধৰ্মী প্রশ্নাৱলী :

মূল্যাংক : 4/5/6 1. জাপানৰ খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা । [HSLC'10]

12. জাপানক ভূ-প্রাকৃতিক বিভাগত ভাগ কৰা আৰু যি কোনো এটাৰ বৈশিষ্ট্য উল্লেখ কৰা ।

[HSLC '12] 3 . জাপানৰ চাৰিটা কৃষি অঞ্চলৰ নাম লিখা। তাৰে যি কোনো এটি অঞ্চলৰ বৈশিষ্ট্য লিখা ।[HSLC'12]


Type by- Bikul Mandal