ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল 

অধ্য়ায়- 6

অতি চমু প্রশ্নাবলী :

শুদ্ধ উত্তৰটো বাছি উলিওৱা : মূল্যাংক : 1 (a) মাটিকালি হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান - [HSLC'10] (i) সপ্তম (ii) প্রথম (iii) তৃতীয় (iv) চতুর্থ
(b) পৃথিৱীৰ দেশবোৰৰ ভিতৰত আকাৰ হিচাপত ভাৰতৰ স্থান- [HSLC'11] (i) সপ্তম (ii) দ্বিতীয় (iii) চতুর্থ (iv) পঞ্চম
(c) মেনগ্রাভ উদ্ভিদ প্ৰধানকৈ পোৱা অঞ্চলটো হ'ল— [HSLC'12] (i) উপকূলীয় অঞ্চল (ii) মৰুভূমি অঞ্চল (iii) পার্বত্য অঞ্চল
(iv) মালভূমি অঞ্চল
(d) মুম্বাই - পুনা অঞ্চলটো তলৰ কোনটোৰ বাবে প্রখ্যাত[HSLC'12] (i) কপাহী বস্ত্ৰ উদ্যোগ
(ii) সাৰ উদ্যোগ
(iii) জাহাজ নির্মাণ উদ্যোগ (iv) লো - তীখাৰ উদ্যোগ
(e) তলৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব ভাৰতৰ || ভিতৰতে সর্বনিম্ন? [HSLC'12] (i) মিজোৰাম (ii) ছিকিম (iii) জম্মু আৰু কাশ্মীৰ

(iv) অৰুণাচল প্ৰদেশ
(f) পৃথিৱীৰ দেশসমূহৰ ভিতৰত মাটিকালি হিচাপত ভাৰতৰ স্থান- [HSLC'13]

(i) দ্বিতীয়
(ii) চতুর্থ (iii) সপ্তম

(iv) পঞ্চম
(g) ভাৰতবৰ্ষৰ মুঠ ৰাজ্যৰ সংখ্যা হ'ল- [HSLC'14] (i) 27 খন (ii) 28 খন
(iii) 25 খন

(iv) 29 খন 


(h) ভাৰতবৰ্ষৰ পূবত অৱস্থিত দেশখন হ'ল—[HSLC'15] (i) চীনদেশ (ii) পাকিস্তান (iii) ম্যানমাৰ (iv) থাইলেণ্ড
(i) ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালি শতাংশ হিচাবত আবৰি আছে [HSLC'16]
(i) 3.2% (ii) 4.3%
(iii) 5.4%
(iv) 2.2%
 
(j) ভাৰতবৰ্ষৰ পশ্চিমত অৱস্থিত দেশখন হ'ল— [HSLC'17] (i) চীনদেশ (ii) পাকিস্তান (iii) ম্যানমাৰ
(iv) থাইলেণ্ড

(k) তলত দিয়া ভাৰতবৰ্ষৰ হৃদসমূহৰ ভিতৰত কোনটো ৰাজস্থানত অৱস্থিত ? [HSLC'18] (i) ল'কটক (ii) পুষ্কৰ

(iii) চিল্কা (iv) পুলিকট
(I) ভাৰতবৰ্ষৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য হ'ল [HSLC'19] (i) ১৮,৪০০ কিলোমিটাৰ (ii) ১৬,৮০০ কিলোমিটাৰ (iii) ১৫,২০০ কিলোমিটাৰ
(iv) ১৩,২০০ কিলোমিটাৰ

(m) ভাৰতবৰ্ষত উৎপাদিত তলৰ কোনবিধ শস্য ৰবি শস্যৰ অন্তর্গত নহয় ? [HSLC 20] (i) ঘেহু (ii) সৰিয়হ (iii) বুটমাহ (iv) বাদাম

2 . ভাৰতৰ কোনখন ৰাজ্যত ল'কটক হ্ৰদটো অৱস্থিত ? [HSLC 12]
3 . ভাৰতৰ অক্ষাংশৰ বিস্তৃতি উল্লেখ কৰা । [HSLC '11]
4. ভাৰতৰ কোন অংশত থৰ মৰুভূমি অৱস্থিত ? [HSLC'12]


5 . উত্তৰ-পূব ভাৰতৰ এটা প্ৰখ্যাত হ্ৰদৰ নাম লিখা।[HSLC'10]

6. ভাৰতৰ কোনখন ৰাজ্যত চিল্কা হ্ৰদটো অৱস্থিত ? [HSLC'13]
7. গঙ্গা নদীৰ দক্ষিণ পাৰৰ উপনদী এখনৰ নাম লিখা । [HSLC'14]


8. কোনডাল অক্ষৰেখাই ভাৰতক সমানে উত্তৰ আৰু দক্ষিণ ভাগত বিভক্ত কৰিছে ? [HSLC'17]
9. বর্তমানে অসমৰ জিলা কিমানখন ? [HSLC '16]

10 . কিহৰ বাবে ভাৰতৰ ছোটনাগপুৰ মালভূমি অঞ্চলটো বিখ্যাত ? | [HSLC'15]

11. ভাৰতৰ মৰুভূমিটোৰ নাম কি ? [HSLC 20]
12. ভাৰতবৰ্ষৰ কোন অঞ্চলত মেনগ্র’ভ উদ্ভিদ পোৱা যায় ? | [HSLC'19]


13. ভাৰতবৰ্ষৰ স্থলসীমাৰ দৈৰ্ঘ্য কিমান ? [HSLC'18]
B. চমু প্রশ্নাৱলী :
মূল্যাংক : 2/3

1 .1991 চনৰ পিয়ল অনুযায়ী ভাৰতৰ এক কোটিৰ অধিক জনসংখ্যাৰ দুখন মহানগৰৰ নাম লিখা । [HSLC'11]


2. ভাৰতৰ প্ৰধান দুই প্ৰকাৰৰ অৰণ্য উল্লেখ কৰা। [HSLC'11]


3 .উত্তৰ ভাৰতৰ নদীসমূহৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা । [HSLC 10]

4. ভাৰতৰ দুখন পশ্চিমবাহিনী নদীর নাম লিখা। [HSLC 12]

5 . ভাৰতৰ পূব অংশৰ দুটা উপকূলৰ নাম লিখা। [HSLC'12]


6. ভাৰতৰ দুখন পূব-বাহিনী নদীৰ নাম লিখা [HSLC 13 ]

7. মৌসুমী অঞ্চলৰ খেতি কৰা তিনিবিধ প্ৰধান শস্যৰ নাম লিখা । [HSLC'13]


8 . ভাৰতৰ দুখন নিযুত জনসংখ্যাৰ নগৰৰ নাম লিখা । [HSLC'13]


9. ৰাজস্থানৰ দুটা হ্ৰদৰ নাম লিখা । [HSLC '14]

10. পশ্চিম ভাৰতৰ দুটা শিল্পাঞ্চলৰ নাম লিখা। [HSLC'14]

11. “কপাহ অঞ্চল” ভাৰতবৰ্ষৰ ক'ত? [HSLC '16]
12. ভাৰতৰ দাক্ষিণাত্য মালভূমি অঞ্চলৰ দুখন নদীর নাম লিখা । [HSLC '15,'17]
13. ভাৰতবৰ্ষত কিমান প্ৰকাৰৰ মৌচুমী বতাহ বয়? নামবোৰ দিয়া । [HSLC '16]

14. মেনগ্রাভ উদ্ভিদ থকা ভাৰতবৰ্ষৰ দুটা অঞ্চলৰ নাম লিখা। [HSLC 15]
15. চিৰ সেউজীয়া উদ্ভিদ থকা ভাৰতবৰ্ষৰ দুটা অঞ্চলৰ নাম লিখা। [HSLC'17

16. ভাৰতৰ ছোটানাগপুৰ ঔদ্যোগিক অঞ্চলটো গঢ়ি উঠাৰ দুটা গুৰুত্বপূৰ্ণ কাৰক উল্লেখ কৰা । [HSLC'19]
17. ভাৰতবৰ্ষৰ দুটা অতি বেছি বৃষ্টিপাত হোৱা অঞ্চলৰ নাম লিখা।[HSLC'18]
18. দক্ষিণ ভাৰতৰ দুখন প্ৰধান নদীৰ নাম লিখা । [ HSLC '19]

19. ভাৰতবৰ্ষৰ দাক্ষিণাত্য মালভূমি অঞ্চলত অৱস্থিত দুটা প্ৰধান পৰ্বতৰ নাম লিখা । HSLC'18]


20. ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ মাজেদি প্ৰৱাহিত তিনিখন নদীৰ নাম উল্লেখ কৰা । [HSLC '19]
21. ভাৰতবৰ্ষৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ তিনিটা কাৰণ লিখা । [HSLC'19]

22. ভাৰতৰ পশ্চিম উপকূল অঞ্চলতকৈ পূৱ উপকূল অঞ্চলটো কিয় তুলনামূলকভাৱে বেছি বহল আৰু সাৰুৱা চমুকৈ বাখ্যা কৰা । [HSLC 20]
23. ভাৰতবৰ্ষত বছৰটোৰ ভিতৰত অনুভূত হোৱা ঋতুকেইটা উল্লেখ কৰা । [HSLC 20]
24. ভাৰতবৰ্ষৰ যিকোনো তিনিটা শিল্প অঞ্চলৰ নাম লিখা । [HSLC '20]


25. ভাৰতৰ দক্ষিণাংশ ইয়াৰ উত্তৰাংশতকৈ আপেক্ষিকভাৱে গৰম বেছি কিয় ? [HSLC 20]

C. ৰচনাধর্মী প্রশ্নাবলী :
মূল্যাংক : 4/5/6 |
1. ভাৰতৰ উত্তৰ অংশৰ সমভূমি অঞ্চলৰ এটি আভাস দিয়া । [HSLC'11]


2. ভাৰতৰ এখন মানচিত্র আঁকি তলত দিয়াবোৰ নামসহ বহুওৱাঃ [HSLC'10]
(a) এটা মালভূমি (b) এখন উপকূলীয় মহানগৰ (c) মিজোৰামৰ ৰাজধানী ।
3. ভাৰতৰ বনজ সম্পদৰ এটি বিৱৰণ দিয়া । [HSLC'10]

4. ভাৰতৰ হিমালয় অঞ্চলৰ এটি আভাস দিয়া। [HSLC 10]


5. ঔদ্যোগিক অঞ্চলৰ সংজ্ঞা দিয়া আৰু ভাৰতৰ তিনিটা ঔদ্যোগিক অঞ্চলৰ নাম লিখা ৷ [HSLC '11]


6. ভাৰতৰ জলবায়বিক ঋতুকেইটা উল্লেখ কৰা। তাৰে যি কোনো এটা ঋতুৰ বৈশিষ্ট্য দাঙি ধৰা ৷ [HSLC '13]


7. ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত থকা ছয়টা প্রধান পার্থক্যৰ বিষয়ে আলোচনা কৰা । [HSLC'12]


৪. ব্রহ্মপুত্র উপত্যকা অঞ্চলৰ (ক) অৱস্থান, (খ) নদ-নদী | আৰু (গ) অৰ্থনৈতিক উন্নয়নৰ বিষয়ে এটি বর্ণনা দিয়া। । [HSLC'12]

9. ভাৰতৰ কৃষি অঞ্চলবোৰৰ এটি চমু আভাস দিয়া ৷ [HSLC'11]


10. ভাৰতক ভূ-প্রাকৃতিক বিভাগত বিভক্ত কৰা আৰু তাৰে যি কোনো এটা বিভাগৰ বিতং বর্ণনা দিয়া। [HSLC'13]


11. ভাৰতৰ আৰ্হি-মানচিত্ৰ এখন আঁকা আৰু তাত যি কোনো দুটা পৰ্বতৰ অৱস্থান দেখুওৱা ৷ [HSLC'13]
12. ভাৰতৰ নদীসমূহৰ এটি আভাস দিয়া । [HSLC'13]


13. ভাৰতবৰ্ষৰ দাক্ষিণাত্য মালভূমি অঞ্চলৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা । [HSLC'14]
14. ভাৰতৰ আৰ্হি-মানচিত্ৰ আঁকা আৰু তাত আৰাৱলী পর্বতশ্রেণী আৰু চেন্নাইৰ অৱস্থান দেখুওৱা । [HSLC '14]


15 . ভাৰতৰ জলবায়ুৰ প্ৰধান কাৰকসমূহ কি কি? দেশখনৰ জলবায়ুৰ মৌলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা। [HSLC'14]
16. ভাৰতবৰ্ষৰ জলবায়ুৰ চাৰিটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা । [HSLC'15]
17. 1901 চনৰ পৰা ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ ধাৰা সম্পৰ্কে চমুকৈ লিখা। দেশৰ স্বাধীনতাৰ পিছত জনসংখ্যা বৃদ্ধি দ্রুত | হোৱাৰ দুটা কাৰণ উল্লেখ কৰা । [HSLC'15]
18. স্বাধীনতাৰ পিচৰ পৰা ভাৰতৰ জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণ কি ? পৰিণাম ব্যাখ্যা কৰা ৷ [HSLC'16]


19. ভাৰতবৰ্ষৰ এখন আৰ্হি মানচিত্র আঁকা আৰু তাত ছিক্কিম ৰাজ্য, নর্মদা নদী আৰু বিন্ধ্য
পর্বতমালাৰ অৱস্থান দেখুওৱা । [HSLC'15]

20. ভাৰতৰ প্ৰাকৃতিক ভাগ কেইটা কি কি? যি কোনো এটা ভাগ ব্যাখ্যা কৰা। (HSLC '16]
21. ভাৰতৰ এখন আৰ্হি-মানচিত্র আঁকা আৰু তলত দিয়া বোৰ বহুৱা (মি কোনো চাৰিটা) : [HSLC'16] (i) বিন্ধ্য পাহাৰ (ii) গোদাবৰী নদী
(iii) ডিব্ৰুগড়

(iv) থাকা

(v) মেঘালয় মালভূমি

(vi) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

22. “জনসংখ্যাৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে সমান নহয়” ব্যাখ্যা কৰা। [HSLC'17]


23. ভাৰতৰ শিল্প উদ্যোগৰ অঞ্চল চাৰিটাৰ নাম লিখা। তাৰে যি কোনো এটা অঞ্চলৰ বিষয়ে ব্যাখ্যা কৰা। (HSLC'17)
24. ভাৰতৰ এখন আৰ্হি-মানচিত্র আঁকা আৰু তলত দিয়া বোৰৰ যি কোনো চাৰিটা বহুৱা : [HSLC'17] (a) সাতপুৰা পৰ্ব্বত (b) তাণ্ডী নদী
(c) ডিগবৈ
(d) ইটানগৰ (e) সুন্দৰবন (f) পাটনা
25. ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যবোৰ চমুকৈ আলোচনা কৰা। [HSLC'18]

26. ভাৰতৰ মৌচুমী বতাহৰ এটি চমু বর্ণনা দিয়া। [HSLC 20]


27. ভাৰতবৰ্ষৰ এখন আৰ্হি-মানচিত্র আঁকা আৰু তলত দিয়াবোৰৰ যি কোনো চাৰিটা তাত বহুওৱা : [HSLC'18] (i) আৰাবল্লী পর্বত (ii) ব্ৰহ্মপুত্র নদী (iii) শিলং (iv) ছিমলা (v) গোৱা (vi) আইজল 28. ভাৰতবৰ্ষৰ এখন আৰ্হি-মানচিত্র অংকন কৰা আৰু তলত দিয়াবোৰৰ যিকোনো দুটা তাত বহুওৱা : [HSLC'19] (a) চেন্নাই
( c) চিক্কিম
(b) আইজল
(d) নর্মদা নদী

29. ভাবৰ্ষক প্ৰধান ভূ-প্রাকৃতিক বিভাগত বিভক্ত কৰা আৰু যি কোনো এটা বিভাগৰ দুটা
গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা।
[HSLC '19]


30. ভাৰতবৰ্ষত কৃষির গুরুত্ব সম্পর্কে ব্যাখ্যা কৰা। [HSLC'18]

31. ভাৰতবৰ্ষৰ এখন আৰ্হি মানচিত্র অংকন কৰা আৰু তলত দিয়াবোৰৰ যিকোনো দুটা তাত বহুওৱা : [HSLC 20]

(a) দিল্লী
(b) ইফ (c) আরাবল্লী পর্বত (d) গংগা নদী (c) চিক্কিম

Type by- Bikul Mandal